Browsing Category
আন্তঃৰাষ্ট্ৰীয়
ডুবাইত ভাৰতক প্ৰতিনিধিত্ব কৰা লখিমপুৰৰ বৰ্ষীয়ান মহিলা ক্ৰীড়াবিদ শশী খাউণ্ডৰ সাফল্য
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ আগষ্টঃ সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেচন আৰু ইণ্ডোশ্ৰী সংস্থাই ডুবাইত অনুষ্ঠিত কৰা এছ বি কে এফ অষ্টম আন্তৰাষ্ট্ৰীয় ক্ৰীড়া ২০২৩ প্ৰতিযোগিতাত লখিমপুৰ নগৰৰ ৬৫ বছৰীয়া মহিলা খেলুৱৈ শশী খাউণ্ডে বিশেষ পাৰদৰ্শিতা…
থাইলেণ্ডত নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ লখিমপুৰৰ ‘নৃত্যবন’ৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩ আগষ্টঃ নর্থ ইষ্ট আশীৰ্বাদ ফাউণ্ডেশ্যনৰ তত্বাৱধানত নৃত্যবনৰ পৰিচালিকা মায়ুৰী দত্তৰ সহযোগত লক্ষীমপুৰৰ অগ্ৰণী নৃত্যানুস্থান ''নৃত্যবন''ৰ এটি দলে সুদূৰ থাইলেণ্ডৰ মহাচাৰখম ইউনিভাৰ্চিটি আৰু কালাচীন কলেজ অৱ ড্ৰামাটিক…
নলিনী বৰুৱাক লৈ নিৰ্মিত তথ্যচিত্ৰ “লিৰিকেল লেন্স” মুকলি
নলিনী বৰুৱাৰ ১০ হাজাৰ সৃষ্টিশীল-কলাত্মক ফটো দেশৰ আপুৰুগীয়া সম্পদ-অধ্যাপক অংকুৰণ দত্ত
শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ, ১০ জুলাই : শ্ৰীলংকাৰ কলম্বোত থকা ভাৰতীয় উচ্চায়ুক্তৰ অধীনস্হ বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক পদত গুৱাহাটী…
গুৱাহাটীত বিশ্ব ৰক্তদাতা দিৱস পালন
মহকুমা চিকিৎসালয়তো স্থাপন কৰা হ'ব ব্লাডবেংক--স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত
জিলা চিকিৎসালয়ৰ ব্লাডবেংককো উন্নীত কৰা হ'ব ৰক্ত উপাদান পৃথকীকৰণ গোটল
জিলাভিত্তিক শ্ৰেষ্ঠ ৰক্তদাতাক সম্বৰ্ধনা, সন্মানিত কৰিলে সামৰিক-অৰ্ধসামৰিক বাহিনীৰ…
তেজপুৰত পদবজ্ৰে তিব্বত মুক্তি আন্দোলনকাৰী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২১মে’ঃ সম্প্ৰতি প্ৰতিবেশী ৰাষ্ট্ৰ আগ্ৰাসী চীনৰ গ্ৰাসত পৰিছে তিব্বত৷ চীনে সমগ্ৰ তিব্বত নিজৰ অধীনত ৰাখি এক প্ৰকাৰ তিব্বতৰ সকলো অধিকাৰ খৰ্ব কৰিছে৷পৰিণতিত তিব্বতীয় সকলৰ মুক্তিৰ বাবে চিকিমৰ পৰা এক পদযাত্ৰা আৰম্ভ…
গুৱাহাটীত জাইকাৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ বৈঠক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৪ এপ্ৰিল : জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা এজেন্সী (জাইকা)ৰ আৰ্থিক সহযোগিতাৰে ৰূপায়ণ কৰিবলৈ লোৱা 'অসম স্বাস্থ্য আন্তঃগাঠনি সবলীকৰণ প্ৰকল্প' (এএইচআইডিপি) সন্দৰ্ভত টকিঅ'ৰ পৰা অসমলৈ অহা জাইকাৰ উচ্চস্তৰীয়…
চীনা ভাষা শিকিব দেশৰ সেনাইঃতেজপুৰ বিশ্ব বিদ্যালয়ৰে বুজাবুজি চুক্তি সম্পন্ন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৯এপ্ৰিলঃ
তেজপুৰ বিশ্ববিদ্যালয়ৰ স’তে আজি দেশৰ সেনাৰ এক বুজাবুজিৰ চুক্তি সম্পাদিত হৈছে৷ উল্লেখযোগ্য যে,দেশৰ সেনাবাহিনীৰ লোকক চীনা ভাষা শিক্ষণৰ সন্দৰ্ভত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷১৬ সপ্তাহৰ এই চীনা ভাষা…
গ্ৰেট ব্ৰিটেইন, আমেৰিকা আদি বিভিন্ন ৰাষ্ট্ৰৰ লগতে ভাৰতৰ প্ৰতিখন ৰাজ্যত সদৌ অসম সত্ৰ মহাসভাৰ শাখা…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৯ এপ্ৰিল : "সদৌ অসম সত্ৰ মহাসভা"ৰ ভগ্নী সংগঠন "আই কনকলতা মহিলা তীৰ্থ, অসম"ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখন আজি ১৯ এপ্ৰিল তাৰিখে তেজপুৰৰ সাহিত্য সভা ভৱনত অনুষ্ঠিত হৈ যায়। দিনৰ ১১: ৩০ বজাত হোৱা সভাখনত আৰম্ভণিতে…
“ক্ৰিমিয়া ভাৰতৰ বাবে এক শিক্ষা’’— ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ এপ্ৰিল : ইউক্ৰেইনৰ উপ-বিদেশ মন্ত্ৰী এমিন ঝাপৰোভা ভাৰত ভ্ৰমণত ব্যস্ত। তেওঁ ভাৰতলৈ আহি যুদ্ধবিধ্বস্ত ইউক্ৰেইনক মানৱীয় সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে। তেওঁ ভাৰতক চুবুৰীয়া দেশৰ আগ্ৰাসী মনোভাৱৰ ওপৰত চকু ৰাখিবলৈও…
মাত্ৰ ৮০ দিনতে পৃথিৱী ভ্ৰমণ দুই অশীতিপৰ বান্ধৱীৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ এপ্ৰিল : এলি হাম্বি আৰু ছেণ্ডী হেজেলিপ। এগৰাকী পেছাত তথ্যচিত্ৰ পৰিচালক, আনগৰাকী চিকিৎসক। দুয়ো অশীতিপৰ। আমেৰিকাৰ টেক্সাছৰপৰা যাত্ৰা আৰম্ভ কৰাৰ পিছত মাত্ৰ ৮০ দিনৰ ভিতৰতে বিশ্ব ভ্ৰমণ কৰিছে ৮১ বছৰীয়া দুই বান্ধৱীয়ে।…