Browsing Category
আন্তঃৰাষ্ট্ৰীয়
আৰ্জেণ্টিনাই কিনিব ভাৰতৰ যুদ্ধ বিমান ‘তেজচ’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ আগষ্ট : দিনবোৰ পাৰ হৈ যোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে ভাৰতৰ শেহতীয়া যুঁজাৰু বিমান তেজচ যুঁজাৰু বিমানৰ চাহিদা বৃদ্ধি পাইছে, যি বিমান সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত। ইতিমধ্যে ফিলিপাইনছ, মালয়েছিয়া, আমেৰিকাৰ দৰে…
অৰুণাচল সীমান্তত উপনীত হ’বলৈ চীনে সম্পূৰ্ণ চাৰিশৰীয়া পথ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ আগষ্ট : অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ বাসিন্দাসকলে চাগলাগামৰ হাদিগৰা-ডেল্টা ৬ৰ ওচৰত চীনা সেনাৰ জোৱান আৰু যন্ত্ৰপাতি নিৰ্মাণৰ কাম চলাই থকা ভিডিঅ’ ৰেকৰ্ডিং কৰিছে। সূত্ৰসমূহে নিশ্চিত কৰিছে যে সাধাৰণতে এজন ব্যক্তি এই…
দীৰ্ঘ মিত্ৰতাৰ অন্ত ! ৰাছিয়াৰ বিৰুদ্ধে ভাৰতৰ ভোট
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ আগষ্ট : শেহতীয়াকৈ পৰিস্থিতিলৈ চাই ৰাছিয়াৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া মিত্ৰতা শেষ হোৱাটো স্বাভাৱিক যেন লাগিছে। কাৰণ ৰাষ্ট্ৰসংঘত ভাৰতে ৰাছিয়াৰ বিৰুদ্ধে ভোট দিলে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ইউক্ৰেইন বিষয়ক লৈ ভাৰতে…
ৰুছদীৰ আক্ৰমণক গৰিহণা দিবলৈ ভাৰতে সময় ল’লে ১৩ দিন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ আগষ্ট : লেখক ছলমান ৰুছদীৰ ওপৰত হোৱা আক্ৰমণক ভাৰতে গৰিহণা দিছে। ঘটনাৰ ১৩ দিন পিছত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰথম সঁহাৰি দি লেখকজনৰ আশু আৰোগ্য কামনা কৰে। ১২ আগষ্টত নিউয়ৰ্কত এখন সাহিত্য সমাৱেশত ৰুছদীক…
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ছমাহ
দাদুল দেৱকৃষ্ণ বৰুৱা
ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱা ৬ মাহ পাৰ হৈ গ’ল। যোৱা ২৪ ফেব্ৰুৱাৰীত টেলিভিছনত দিয়া ভাষণত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ ডনবাছ অঞ্চলত 'বিশেষ সামৰিক অভিযান' আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ পিছতে ইউক্ৰেইনৰ…
শ্ৰীলংকা এৰিলে চীনৰ বিতৰ্কিত ‘চোৰাংচোৱা জাহাজ’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : অৱশেষত চীনৰ ‘চোৰাংচোৱা জাহাজ’ ‘ইউয়ান ৱাং ৫’-এ শ্ৰীলংকা এৰিলে। হামবাণ্টোটা বন্দৰ কৰ্তৃপক্ষই জনোৱা মতে, ছদিনৰ পাছত ২২ আগষ্টত জাহাজখনে লংগৰ তুলি লয়। সূত্ৰ অনুসৰি এই অত্যাধুনিক জাহাজখনৰ পৰৱৰ্তী গন্তব্যস্থান…
কোটিপতি হ’ল ডেলিভাৰী বয়ঃ এতিয়া চলায় ২ কোটি টকাৰ গাড়ী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ আগষ্ট : কাৰ ভাগ্যত কি আছে কোনেও ক'ব নোৱাৰে। আজি যি নিঃস্ব, তেওঁ কাইলৈ ধনী হ’ব পাৰে। কেৱল সেয়াই নহয়, কিছুমান মানুহৰ ক্ষেত্ৰত ভাগ্যৰ এই অলৌকিকতা এনেদৰে অনুভৱ কৰায় যে সকলোকে স্তম্ভিত কৰি তোলে। এই ক্ষেত্ৰত আজিৰ…
১৯৯৮ চনৰ পৰা ভাৰতত চোৰাংচোৱাগিৰিঃ ২৪ বছৰৰ মূৰত গ্ৰেপ্তাৰ পাকিস্তানী হিন্দু
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ আগষ্ট : বিগত ২৪ বছৰ ধৰি ভাৰতত থকা এজন পাকিস্তানী হিন্দুক পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। ১৯৯৮ চনৰ পৰা দক্ষিণ-পশ্চিম দিল্লীৰ ভাটী মাইন (সঞ্জয় কলনী)ত বসবাস কৰি অহা অভিযুক্তজনৰ নাম ভগ…
আমেৰিকাৰ সংগ্ৰহালয়ত স্থান ভাৰতীয় পাইলট জয়া আগৰৱালাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ আগষ্ট : উত্তৰ মেৰুৰ ওপৰেৰে সফলতাৰে বিমান উৰুৱাই নিয়া যোৱা বছৰৰ এয়াৰ ইণ্ডিয়াৰ সৰ্বমহিলা পাইলট দলটোৰ নেতৃত্ব দিয়া জয়া আগৰৱালাক ছান ফ্ৰান্সিস্কো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (এছ এফ অ’)ৰ বিমান সংগ্ৰহালয়ত স্থান…
ডুবাইত জিলিকিল তেজপুৰৰ নৃত্য শিল্পী ৰুবি বৰা বৰদলৈ দলে
শতাব্দ প্ৰতিনিধি তেজপুৰ ২০ আগষ্টঃ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ইণ্টাৰনেশ্বনেল কালচাৰেল কনক্লেভ নামৰ অনুষ্ঠানটিয়ে সুদূৰ ডুবাইত আয়োজন কৰা এক সাংস্কৃতিক সমাৰোহত তেজপুৰৰ দলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ ডুবাইৰ ম’ল অব…