Browsing Category

আন্তঃৰাষ্ট্ৰীয়

ব্ৰিটেইনে ঘূৰাই দিলে ৭টা লুট কৰা প্ৰাচীন সামগ্ৰী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ আগষ্ট : ব্ৰিটিছ যুগত লুণ্ঠন কৰা বহু প্ৰাচীন সামগ্ৰী ভাৰতলৈ ঘূৰি আহিছে। ১৯ আগষ্ট শুকুৰবাৰে গ্লাছগোত অনুষ্ঠিত এক অনুষ্ঠানত ব্ৰিটিছ সংগ্ৰহালয়সমূহত শোভা বঢ়োৱা ৭টা শিল্পকৰ্ম ভাৰতীয় প্ৰতিনিধিৰ হাতত অৰ্পণ কৰা হয়।…

উদ্বেগ বৃদ্ধি কৰি ভাৰত মহাসাগৰত চীনৰ ঘাটি!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ আগষ্ট : আফ্ৰিকাৰ একেবাৰে মাজমজিয়াত জিবুটিত নিৰ্মাণ কৰা চীনা ঘাটিটোৱে সম্পূৰ্ণৰূপে কাম আৰম্ভ কৰিছে। শেহতীয়াকৈ ঘাটিটোৰ কেইবাটাও উপগ্ৰহৰ ফটো পোহৰলৈ আহিছে। সেই ফটো বিশ্লেষণ কৰিলে দেখা যায় যে ভাৰত মহাসাগৰ…

তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ইৰাণ আৰু ইউ এ ইলৈ কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱাল

চাবাহাৰ বন্দৰ ভ্ৰমণৰ লগতে ইৰাণৰ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ গ্ৰহণ কৰিব সোণোৱালে। চাবাহাৰ হৈ আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ ক'ৰিডৰৰ উন্নত ব্যৱহাৰৰ জৰিয়তে ভাৰতৰ বাবে বাণিজ্যৰ নতুন সুযোগ-সম্ভাৱনাৰ পথ প্ৰশস্ত হ'ব। শতাব্দ…

যুদ্ধৰ বাবে চীনৰ প্ৰস্তুতি! বাহিনী বৃদ্ধিৰ বাবে সৈন্য নিয়োগ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : চীনৰ সেনাত অধিক সৈনিক নিযুক্তিৰ বাবে নিজৰ নিযুক্তিৰ বয়স বৃদ্ধি কৰাৰ বাবে প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে। চলিত মাহৰ পৰা আৰম্ভ হৈছে চীনা সেনাত নিযুক্তি প্ৰক্ৰিয়া। যিসকল যুৱকে আধুনিক যুদ্ধৰ লগত জড়িত…

আমেৰিকা-ৰাছিয়াৰ পাৰমাণৱিক যুদ্ধৰ আশংকা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ আগষ্ট : পৃথিৱীৰ আকাশত ক্ৰমান্বয়ে ঘনীভূত হৈছে যুদ্ধৰ ডাৱৰ। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অবিৰত যুদ্ধ চলি আছে। ইফালে চীনে টাইৱানক আক্ৰমণ কৰিব পাৰে বুলি আশংকা বাঢ়িছে। যিয়ে পাৰমাণৱিক যুদ্ধৰ…

মালয়েছিয়াত বাংলাদেশৰ পৰা নিয়োগ কৰিব ৫ লাখ শ্ৰমিক

শতাব্দ বিশেষ প্ৰতিনিধি, ১৭ আগষ্টঃ নতুন বুজাবুজি চুক্তিৰ অধীনত মালয়েছিয়াই অহা তিনি বছৰৰ ভিতৰত বাংলাদেশৰ পৰা প্ৰায় ৫ লাখ শ্ৰমিক নিয়োগ কৰিব। মালয়েছিয়াত বাংলাদেশৰ উচ্চায়ুক্ত গোলাম সৰৱাৰে জনোৱা মতে, বিগত সপ্তাহত ৫৩ জন বাংলাদেশী শ্ৰমিকক…

৬খন মহাদেশলৈ ৭ মহীয়া ভ্ৰমণলৈ যোৱাৰ মাজতে ইউৰোপৰ মহা সমুদ্ৰত “তৰংগিনী”ত ত্ৰিৰংগা উত্তোলন

শতাব্দ বিশেষ প্ৰতিনিধি, ১৫ আগষ্টঃ ইউৰোপৰ সুদূৰ সমুদ্ৰৰ নীলা গভীৰ জলৰাশিৰ মাজত আজি ত্ৰিৰংগা উত্তোলন কৰে ভাৰতীয়ে নৌ সেনাই।উল্লেখ্য যোৱা মে মাহত এণ্টাৰ্কটিকা মহাদেশক বাদ দি আন ৬ খন মহাদেশলৈ বুলি পাল তৰি যাত্ৰা আৰম্ভ কৰিছিল নৌ সেনাৰ…

ভাৰতৰ নিষেধাজ্ঞাক অৱমাননা : চীনৰ ‘চোৰাংচোৱা জাহাজ’ ডক কৰিবলৈ অনুমতি শ্ৰীলংকাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ আগষ্ট : ভাৰতৰ আপত্তিক আওকাণ কৰি শ্ৰীলংকাই চীনৰ বিতৰ্কিত গৱেষণা জাহাজখন বন্দৰত লংগৰ পেলাবলৈ অনুমতি দিছে। এই সন্দৰ্ভত নতুন দিল্লীয়ে উদ্বেগ প্ৰকাশ কৰিছে। জাহাজখনৰ পৰা চীনে চোৰাংচোৱাগিৰি কৰিব পাৰে বুলি চিন্তিত…

খেল আৰম্ভ চীনৰ! কাশ্মীৰৰ উগ্ৰপন্থী সংগঠনক অস্ত্ৰ যোগান ধৰাৰ পৰা ম্যানমাৰ সীমান্তলৈকে চকু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ আগষ্ট : ভাৰতৰ সীমান্তক লৈ চীনে আৰম্ভ কৰিছে এক নতুন খেল। এইবাৰ লাডাখ নহয়; ম্যানমাৰৰ সীমান্তত চকু ৰাখিছে বেইজিঙে। একে সময়তে কাশ্মীৰত অশান্তি বিয়পোৱাৰ পাকিস্তানৰ কুৎসিত পৰিকল্পনাৰ প্ৰত্যক্ষ অংশীদাৰ…

নিউয়ৰ্কত ছলমান ৰুছদীক ছুৰীকাঘাতঃ গ্ৰেপ্তাৰ আক্ৰমণকাৰী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ আগষ্ট : মঞ্চত কথা ক'বলৈ উঠিছিল তেওঁ। এনে সময়তে হঠাৎ ছুৰীৰে আক্ৰমণ। নিউয়ৰ্কত সংঘটিত এই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে বুকাৰ বিজয়ী লেখক ছলমান ৰুছদী। ঘটনা সংঘটিত হোৱাৰ পিছতে অতি সোনকালেই সাহিত্যিকগৰাকীক…