Browsing Category
আন্তঃৰাষ্ট্ৰীয়
বাৰ্মিংহাম সময়ৰ মূল্য বুজি পালে হিমা দাসে
সময়ৰ মূল্যটো বুজি পাইছো। চেকেণ্ডৰ কিমান মূল্য সেয়া উপলব্ধি কৰিছো। খালী চকুৰে এই চেকেণ্ড মনিব নোৱাৰি। আমাক যিসকলে সমালোচনা কৰে তেওঁলোকে আমাৰ কিমান কষ্ট হয় দেখিলেহে গম পাব। কেতিয়াবা আমাৰ মুখৰে নাকেৰে তেজ ওলাই যায়।
শতাব্দ প্ৰতিনিধি,…
দক্ষিণ এছিয়াৰ শান্তি সংকটত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ আগষ্ট : দক্ষিণ এছিয়া পুনৰ সংকটত পৰিছে। টাইৱান সীমান্তত ক্ষেপণাস্ত্ৰ অনুশীলনৰ পিছত চীন চৰকাৰে পাকিস্তানলৈ সহায় আগবঢ়াইছে। জানিব পৰা মতে চীনা সেনাই পাকিস্তান সেনাক বেলুচিস্তান আৰু পাক দখলীকৃত কাশ্মীৰত এক অতি…
ফৰাচী নৌসেনাৰে অনুশীলনত ভাৰতীয় যুদ্ধ জাহাজ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : বিশ্বৰ অন্যতম অৰ্থনৈতিক আৰু সামৰিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে ভাৰতে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ লাভৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে দেশখনে। মুঠতে নতুন দিল্লীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত…
শোষণৰ পিছত চীনৰ বাবে পাকিস্তান ‘বোজা’!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ আগষ্ট : বৰ্তমান সময়ত পাকিস্তানৰ অৰ্থনৈতিক সংকট অধিক ভয়াৱহ হৈ পৰিছে। শ্ৰীলংকাৰ দৰে ভৱিষ্যতে পাকিস্তানত সংকট বৃদ্ধি পাব বুলি বিশেষজ্ঞসকলে ইতিমধ্যে আশংকা প্ৰকাশ কৰিছে। মুদ্ৰাস্ফীতিৰ পৰা খাদ্যৰ লগতে আন কেইবাটাও সংকটৰ…
অভাৰচাৰ : গতিবেগ ঘণ্টাত ২১০০ কিলোমিটাৰ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ জুলাই : লণ্ডন আৰু নিউয়ৰ্কৰ মাজৰ বিমান দূৰত্ব ৫৫৫৯ কিলোমিটাৰ। বৰ্তমান এই দূৰত্ব অতিক্ৰম কৰিবলৈ সাতৰ পৰা চাৰে আঠ ঘণ্টা সময় লাগে। কিন্তু যদি লণ্ডনৰ পৰা নিউয়ৰ্ক বিমানবন্দৰলৈ অহাৰ সময় আধালৈ হ্ৰাস কৰা হয়? বুম…
চীনৰ বিষয়াই বলপূৰ্বকভাৱে ভাৰত সীমান্তলৈ পঠায় তিব্বতীক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩১ জুলাই : তেওঁলোকৰ পৰম্পৰাগত জীৱনশৈলীৰ অন্ত পেলোৱা আৰু সীমান্ত অঞ্চল বিশেষকৈ ভাৰতৰ ওপৰত নিজৰ দখল শক্তিশালী কৰাৰ উদ্দেশ্যে চীন চৰকাৰে ২০৩০ চনৰ ভিতৰত এক লাখৰো অধিক তিব্বতীক নিজৰ ঘৰৰ পৰা উচ্ছেদ কৰাৰ পৰিকল্পনাকৰিছে।…
অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে ভয়াৱহ সংকটত এছিয়া ব্লুমবাৰ্গৰ মতে ভাৰতত নপৰে ইয়াৰ প্ৰভাৱ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : কৰ’ণাৰ পিছৰ সময়ছোৱাত সমগ্ৰ বিশ্বক আৱৰি ধৰিছে অৰ্থনৈতিক মন্দাৱস্থাৰ ক’লা ছাঁয়াই। এছিয়াত পাকিস্তান আৰু শ্ৰীলংকা গভীৰ অৰ্থনৈতিক সংকটত পৰিছে। বাংলাদেশো লাহে লাহে একে পথেৰে আগবাঢ়িছে। চীনৰ অৰ্থনীতি বৰ বেয়া।…
গুগলত ইন্টাৰ্নশ্বিপ কৰিব বিচাৰে নেকি?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুলাই : গুগলে বেংগালুৰু আৰু হায়দৰাবাদত কম্পিউটাৰ বিজ্ঞান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ইন্টাৰ্নশ্বিপ প্ৰগ্ৰেম আৰম্ভ কৰিছে। Google Internship 2023-এ জানুৱাৰী মাহত Winter Internship (Software Engineering Intern,…
নাটোত যোগদান কৰিব ভাৰতে !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ জুলাই : আমেৰিকাই ভাৰতক নাটোৰ সৈতে সংযোগ কৰিব বিচাৰিছে ! জনা গৈছে যে এই সামৰিক মিত্ৰজোঁটে কেইদিনমানৰ ভিতৰতে কিছুমান নতুন দেশক নাটোৰ সৈতে প্ৰতিৰক্ষা অংশীদাৰিত্বৰ প্ৰস্তাৱ আগবঢ়াব। ভাৰত তাৰ ভিতৰত অন্যতম। এটা সংবাদ…