Browsing Category
আন্তঃৰাষ্ট্ৰীয়
পাকিস্তানী মহিলাৰ প্ৰেমত বন্দী বাঙালী জোৱান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুলাই : গোপন তথ্য সৰবৰাহ কৰাৰ অপৰাধত আৰক্ষীৰ জালত পৰিল সেনাৰ জৱান। ৰাজস্থানত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ মতে, ধৃত সেনা জোৱানে তেওঁৰ ৰেজিমেণ্টৰ সকলো গুৰুত্বপূৰ্ণ তথ্য দুগৰাকী পাকিস্তানী মহিলাক দিছিল। জানিব পৰা…
৩৯ বাৰ কৰিছিল প্ৰত্যাখ্যানঃ অৱশেষত যুৱকক গুগলৰ চাকৰি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুলাই : উনচল্লিশ বাৰ নাকচ কৰা হৈছিল। কিন্তু হাৰ নামানিলে। ৪০ বছৰ বয়সত গুগলত চাকৰি পালে। এই দাবী এজন আমেৰিকান যুৱকৰ। তেওঁৰ লিংকডইন পোষ্টটো ভাইৰেল হৈ পৰিছে। টাইলাৰ কোহেন নামৰ এজন যুৱকে লিংকডইনত পোষ্ট কৰিছে—…
মালদ্বীপত অনুষ্ঠিত এছিয়ান বডি বিল্ডিং চেম্পিয়নশ্বিপত জিলিকিল তেজপুৰৰ দুটি সন্তানৰ মাতৃ ছায়া বৰুৱা
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৫ জুলাই : তেজপুৰৰ দুটি সন্তানৰ এগৰাকী মাতৃ ছায়া বৰুৱাই সাংসাৰিক ব্যস্ততা, নিজৰ ব্যৱসায় প্ৰতিষ্ঠাৰ কৰ্ম ব্যস্ততাৰ মাজতো কঠোৰ সাধনা আৰু একাগ্ৰতাৰে শৰীৰ চৰ্চাত জড়িত হৈ শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন…
পুটিনৰ সিদ্ধান্ত: ইউক্ৰেইনত নিষিদ্ধ হ’ব গুগল!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুলাই : ৰাছিয়া-ইউক্ৰেইন যুদ্ধ এতিয়াও বন্ধ হোৱা নাই। এনে অৱস্থাত পুটিন চৰকাৰৰ সিদ্ধান্তৰ বাবে আকৌ এবাৰ উত্তেজনা বৃদ্ধি হ’বলৈ গৈ আছে। ইউক্ৰেইনৰ বিতৰ্কিত ডনেস্ক আৰু লুহানস্ক অঞ্চলত নিষিদ্ধ হ’বলৈ গৈ আছে গুগল।…
ফেচবুক-গুগলত নজৰ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ জুলাইঃ দেশৰ নিউজ মিডিয়াৰ বাতৰি প্ৰকাশ কৰি গুগল, ফেচবুক, টুইটাৰকে ধৰি বহু কোম্পানীয়ে লাভান্বিত কৰি আহিছে। কিন্তু ইয়াৰ ফলত সেই বাতৰিবোৰৰ মূল প্ৰকাশকসকল লাভৰ পৰা বঞ্চিত হয়। সেয়ে এইবাৰ কেন্দ্ৰই এই সম্পৰ্কত…
মেক ইন ইণ্ডিয়া’ৰ জয়জয়কাৰ!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ প্ৰকল্প ‘মেক ইন ইণ্ডিয়া’। এই ‘মেক ইন ইণ্ডিয়া’ আকৌ এবাৰ সফলতাৰ তালিকাত। এইবাৰ ফিলিপাইনছে ভাৰতৰ হিন্দুস্তান এৰোনটিক্স লিমিটেড বা এইচ এ এলৰ দ্বাৰা নিৰ্মিত এডভান্সড লাইট…
বিল গেটছক পিছ পেলাই বিশ্বৰ চতুৰ্থ ধনী ব্যক্তি গৌতম আদানী! পিছুৱালে আম্বানী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : আকৌ বিশ্বৰ ধনী লোকৰ তালিকাত এক বৃহৎ পৰিৱৰ্তন হৈছে। আৰু সেই পৰিৱৰ্তন কৰিছে ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানীয়ে। ফৰ্বছ বিলিয়নাৰছ ইনডেক্সৰ মতে, বৰ্তমান মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছক পিছ পেলাই গৌতম…
ভাৰতে ৰাছিয়াৰ পৰা S-400 ক্ৰয়ত নিষেধাজ্ঞা নাই সিদ্ধান্ত আমেৰিকাৰ কংগ্ৰেছত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুলাই : ৰাছিয়াৰ পৰা এছ-৪০০ ট্ৰাইমফ এণ্টি মিছাইল চিষ্টেম ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰয়াস কৰিছিল আমেৰিকাৰ প্ৰাক্তন ড’নাল্ড ট্ৰাম্প প্ৰশাসনে। ৰাষ্ট্ৰপতি জো বাইডেনৰ দিনত এই পদক্ষেপ কাৰ্যতঃ…
৩৬০০ কি:মি: অতিক্ৰমি ইৰাণত ৰাছিয়াৰ ৰে’লঃ লক্ষ্য ভাৰত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাই : অৱশেষত প্ৰথমবাৰৰ বাবে বহু প্ৰত্যাশিত আন্তৰ্জাতিক উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰ (INSTC) ব্যৱহাৰ কৰি মিত্ৰ দেশ ভাৰতৰ বাবে সামগ্ৰী কঢ়িওৱা এখন ৰাছিয়াৰ ৰে’ল ইৰাণত উপস্থিত হয়। জানিব পৰা মতে, সেই সময়ত ৰে’লখনে…
সংকট কালত নতুন বাণিজ্যিক মিত্ৰতাঃ নাম I2U2
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাই : সমগ্ৰ বিশ্বত বিত্তীয় অনিশ্চয়তাৰ মাজতে I2U2ৰ নতুন মিত্ৰতা ব্যৱহাৰিক সহযোগিতাৰ এক নতুন আৰ্হিত পৰিণত হ’ব পাৰে বুলি ভাৰতৰ বিশ্বাস। ভাৰত, আমেৰিকা, সংযুক্ত আৰব আমিৰশ্বাহী আৰু ইজৰাইলৰ মাজত বৃহস্পতিবাৰে ভিডিঅ’…