Browsing Category

আন্তঃৰাষ্ট্ৰীয়

বিদেশত পুনৰ ভাঙিলে গান্ধীৰ প্ৰতিমূৰ্তি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুলাই : আকৌ এবাৰ বিদেশত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তৰ দলে। অষ্ট্ৰেলিয়াৰ পিছত এইবাৰ কানাডা। কানাডাৰ ৰিচমণ্ড হিলত সংঘটিত হৈছে এই ঘটনা। কানাডাত থকা ভাৰতীয় দূতাবাসে এই খবৰটো টুইট কৰে।…

লিংগ সমতাৰ তালিকাত ১৩৫ নম্বৰ স্থানত ভাৰত

লিংগ সমতাৰ তালিকাত ১৩৫ নম্বৰ স্থানত ভাৰ শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুলাই : দেশত পুৰুষ-মহিলাৰ মাজত পাৰ্থক্য স্পষ্ট হৈ পৰিছে। লিংগ সমতাৰ ক্ষেত্ৰত মোদীৰ ভাৰত পিছৰ শাৰীত থাকিল। লিংগ সমতাৰ তালিকাত চলিত বৰ্ষত ভাৰতে ১৩৫ নম্বৰ স্থান…

সমগ্ৰ বিশ্বত খাদ্য সংকট!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাইঃ চলিত সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে মধ্যপ্ৰাচ্য ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ ইজৰাইল, সংযুক্ত আৰব আমিৰশ্বাহী আৰু ভাৰতৰ সৈতে ভাৰ্চুৱেল বৈঠকত অংশ ল’ব। ১১ জুলাই সোমবাৰে সাংবাদিকৰ আগত আমেৰিকাৰ…

হোৱা কথা আছিল আই আই টিৰ দৰে প্ৰতিষ্ঠান হ’লগৈ ছাগলীৰ বজাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাই : ৯ বছৰ পূৰ্বে, অৰ্থাৎ ২০১৩ চনত পাকিস্তানে ভাৰতৰ আই আই টিৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এটা সৰু এম আই টি মুকলি কৰাৰ সপোন দেখিছিল। কিন্তু সেয়া সপোন হৈয়েই ৰৈছে। সম্প্ৰতি পাকিস্তানে এম আই টিৰ বাবে প্ৰস্তাৱিত…

মালদ্বীপলৈ পলায়ন শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুলাই : আজি ১৩ জুলাইৰ পুৱা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাজাপাকছাই নিজৰ দেশৰ এৰি মালদ্বীপলৈ উৰা মাৰিলে। যিটো তেওঁৰ দ্বীপৰাষ্ট্ৰৰ এতিয়ালৈকে হোৱা আটাইতকৈ ভয়াৱহ অৰ্থনৈতিক সংকটৰ বিৰুদ্ধে কেইবামাহো ধৰি চলি অহা ব্যাপক…

চীনৰ ৰণনীতি বুজিবলৈ নতুন কৌশল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : পূব লাডাখৰ ভাৰত-চীন সীমান্তত অব্যাহত আছে উত্তেজনা। এনে অৱস্থাত ভাৰতীয় সেনাই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। সেনাবাহিনীত মাণ্ডাৰিন ভাষা বিশেষজ্ঞক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে। লাডাখ সীমান্তত চীনা…

শ্ৰীলংকাৰ দৰেই বিত্তীয় সংকট চীনত?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুলাই : শ্ৰীলংকাৰ দৰেই চীনৰ অৱস্থা হ’ব? শেহতীয়াকৈ এনে কেইবাটাও ভিডিঅ’ ওলাইছে য’ত কোৱা হৈছে যে সাধাৰণ চীনা নাগৰিকে বেংকত জমা কৰা ধনখিনি পাবলৈ আৰক্ষীৰ সৈতে সংঘৰ্ষ কৰিবলগীয়া হৈছে। সংবাদ মাধ্যমৰ বাতৰিয়ে দাবী…

হজ কৰিবলৈ পদব্ৰজে পাৰ হ’ল দহখন দেশ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুলাই : হজ কৰিবলৈ খোজকাঢ়ি মক্কা পালেহি এজন ব্ৰিটিছ বাসিন্দা। ইংলেণ্ডৰ ৱলভাৰহামপটনৰ পৰা যাত্ৰা আৰম্ভ কৰি প্ৰায় ৭৫০০ কিলোমিটাৰ খোজকাঢ়ি গন্তব্যস্থানত উপনীত হয় তেওঁ। তেওঁৰ লক্ষ্য আছিল শান্তি আৰু সমতাৰ বাৰ্তা…

পলায়ন কৰা ৰাষ্ট্ৰপতিৰ ঘৰত কোটি কোটি টকা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুলাই : স্বাধীনতাৰ পিছত শ্ৰীলংকা আটাইতকৈ ভয়াৱহ অৰ্থনৈতিক সংকটত পৰিছে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৯ জুলাই শনিবাৰে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাৰ ঘৰৰ পৰা প্ৰতিবাদকাৰীয়ে বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰে।…

দক্ষিণ আফ্ৰিকা অপ্ৰৰোচিত গুলীচালনাত ১৪ জন নিহত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : আমেৰিকা আৰু নৰৱেৰ পিছত এইবাৰ দক্ষিণ আফ্ৰিকাত বন্দুকধাৰীৰ আক্ৰমণ। ৯ জুলাই শনিবাৰে গভীৰ নিশা এদল বন্দুকধাৰীয়ে দেশখনৰ নাইট ক্লাবত আক্ৰমণ চলায়। এই আক্ৰমণত কমেও ১৪ জন লোক নিহত হয়। বহু আঘাতপ্ৰাপ্ত হয়। এনে…