Browsing Category
আন্তঃৰাষ্ট্ৰীয়
ভাৰতসহ চাৰিখন দেশত ৰাষ্ট্ৰদূত বৰ্খাস্তৰ জাননী জেলেনস্কিৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে ৯ জুলাইত জাৰ্মানীত কিয়েভৰ ৰাষ্ট্ৰদূতৰ লগতে অন্যান্য শীৰ্ষ বিদেশী ৰাষ্ট্ৰদূতকো বৰ্খাস্ত কৰে। এই কথা ৰাষ্ট্ৰপতিৰ ৱেবছাইটত প্ৰকাশ পাইছে। এক জাননীযোগে তেওঁ…
মদৰ বাবে ৩০০ মাইল সাঁতুৰি আহিল ছীল !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : সমগ্ৰ বিশ্বতে প্ৰতিদিনে বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে। ইয়াত ঘটা কিছুমান ধেমেলীয়া আৰু অদ্ভুত ঘটনাই প্ৰতি মুহূৰ্ততে পৃথিৱীবাসীৰ হৃদয় জয় কৰি আহিছে। একেদৰে ইংলেণ্ডৰ এখন বাৰৰ চাঞ্চল্যকৰ ঘটনাও শেহতীয়াকৈ পোহৰলৈ…
শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুলাই : কৰ, বিভিন্ন প্ৰকল্পত বিনিয়োগ আদি পৰিস্থিতিৰ বাবে শ্ৰীলংকা মাহৰ পিছত মাহ ধৰি তীব্ৰ অৰ্থনৈতিক সংকটত পৰিছে। মাৰ্চ মাহৰ পৰা শ্ৰীলংকাৰ জনসাধাৰণে ৰাষ্ট্ৰপতিগৰাকীৰ পদত্যাগৰ দাবী জনাই আহিছিল। শেহতীয়া প্ৰতিবাদ…
বিক্ষোভত উত্তাল শ্ৰীলংকাৰ ৰাষ্ট্রপতি ভৱনৰ পাকঘৰ আৰু পুল ৰাইজৰ দখলত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : শ্ৰীলংকা পুনৰ অগ্নিময় হৈ উঠিছে। দ্বীপৰাষ্ট্ৰখনৰ ৰাজধানী কলম্বোত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাৰ চৰকাৰী বাসগৃহ সাধাৰণ লোকে দখল কৰিছে। এফ পিৰ সূত্ৰ অনুসৰি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইতিমধ্যে ঘৰৰ পৰা পলায়ন…
উৰন্ত বিমানতো পকেটমাৰ! ৮.৫ লাখ টকা চুৰি সহযাত্ৰীৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : আমি প্ৰায়ে ৰাজহুৱা পৰিবহন, যেনে বাছ আৰু ৰে'লত পকেটমাৰৰ কথা শুনিবলৈ পাওঁ। ভিৰৰ সুযোগ লৈ পকেট চোৰবোৰে বহুতকে সৰ্বস্বান্ত কৰে। যাৰ বাবে যাত্ৰীসকল বিপদত পৰে। চৰম সাৱধানতা অৱলম্বন কৰিলেও পকেট চোৰৰ পৰা হাত সাৰিব…
প্ৰেমিকাৰ কিডনী লৈ পলাল প্ৰেমিক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : ভালপোৱাৰ তাড়নাত মানুহে কি কৰিব নোৱাৰে! উদাহৰণ অলেখ আছে। মনৰ মানুহজন বা মানুহজনীৰ লগত থাকিবৰ বাবে প্ৰেমাস্পদে অসাধ্য সাধনো কৰিব পাৰে। এনে কিছুমান কাম কৰা হয়, যিবোৰ কল্পনাৰো বাহিৰত। কিন্তু অন্ধ প্ৰেমে বহুতৰ…
কাঁটাতাঁৰ পাৰ হৈ ভাৰত পালেহি পাকিস্তানী প্ৰেমিকা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : "প্ৰেমত ফুলিছে শতদল/প্ৰেমত ঘূৰিছে ভূমণ্ডল।"— তাহানিতে সাহিত্যৰথীয়ে লিখি যোৱা কবিতা। পৃথিৱীত সঁচাকৈয়ে প্ৰেমৰ ফান্দ আছে, কোনে জানে ক’ত ধৰা পৰে! এই পৃথিৱীত কোনে কাৰ প্ৰেমত পৰিব সেয়া কোৱাটো অসম্ভৱ। প্ৰেমৰ…
জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক হত্যাঃ আততায়ী আটক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : ৮ জুলাই শুকুৰবাৰে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক গুলীয়াই হত্যা কৰা হয়। জাপানৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি তেওঁক পশ্চিম জাপানত গুলীয়াই হত্যা কৰা হৈছে। প্ৰাথমিক খবৰ অনুসৰি প্ৰথম অৱস্থাত তেওঁ আহত…
চীনত পুনৰ লকডাউন আৰম্ভ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : যেন বাৰ্ষিক উৎসৱতহে পৰিণত হৈছে ক'ৰনা মহামাৰীৰ সংক্ৰমণ। এইবিধ ভাইৰাছৰ সংক্ৰমণৰ উৰ্ধমুখী ধাৰাৰ বাবে চীনৰ কেইবাখনো চহৰত ৬ জুলাইৰ পৰা পুনৰ আৰম্ভ হৈছে লকডাউন। স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ৬ জুলাই…
ভাৰতীয় মূলৰ ঋষি সুনক বৃটেইনৰ প্ৰধানমন্ত্ৰী !
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুলাই: বৃটেইনৰ প্ৰধানমন্ত্ৰী বৰিচ জনচনে পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে । কভিড লকডাউনৰ সময়ত বাৰ্থডে পাৰ্টি কৰা, যৌন কেলেংকাৰি আদি কেইবাটাও অভিযোগৰ বাবে জনচনৰ জনপ্ৰিয়তা হ্ৰাস পাইছিল আৰু তেওঁ নেতৃত্বৰ প্ৰতি চাপ সৃষ্টি…