Browsing Category
আন্তঃৰাষ্ট্ৰীয়
ডিজনীয়ে হেৰুৱাব মিকি মাউছৰ মালিকীস্বত্ব!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : ল'ৰাৰ পৰা বুঢ়ালৈকে মিকি মাউচক চিনি নোপোৱা হয়তো খুব কমেই ওলাব। সকলো বয়সৰ লোককে আমোদ দিব পৰাকৈ সক্ষম মিকি মাউচ। পিছে এইবাৰ ডিজনীয়ে নিজৰ কিছুমান প্ৰিয় কাৰ্টুন চৰিত্ৰৰ একচেটিয়া অধিকাৰ হেৰুৱাবলগীয়া হৈছে।…
বায়ু প্ৰদূষণৰ পৰিণতি : প্ৰতি বছৰে প্ৰায় এক কোটি লোকৰ মৃত্যু
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : লেন্সেট কমিছনৰ অনলাইন আলোচনী দ্য লেন্সেট প্লেনেটেৰী হেল্থত প্ৰদূষণ আৰু স্বাস্থ্যৰ ওপৰত গৱেষণা পত্ৰ প্ৰকাশ কৰা হৈছে। এক নতুন গৱেষণাৰ পৰা দেখা গৈছে যে, ২০১৫ চনৰ পৰা বৃদ্ধি পোৱা বায়ু প্ৰদূষণ আৰু সীহৰ…
টকাৰ কোনো মূল্য নাই! জিম্বাৱেত প্ৰৱৰ্তন হৈছে সোণৰ মুদ্ৰা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ জুলাই : প্ৰাচীন কালত দৈনিক লেনদেন সোণৰ মুদ্ৰাত হৈছিল। কিন্তু একবিংশ শতিকাত পুৰণি কালৰ পথ ল'ব বিচাৰিছে জিম্বাৱেই। সোণৰ মুদ্ৰাক এইবাৰ স্থানীয় মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিব পৰা যাব বুলি সদৰী কৰিছে দেশখনৰ কেন্দ্ৰীয়…
উত্তেজনাত কঁপি আছে উজবেকিস্তান
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুলাই : হিংসাত্মক উজবেকিস্তান। যোৱা কেইদিনমানৰ ভিতৰত মধ্য এছিয়াৰ এই দেশখনত সংঘটিত সংঘৰ্ষত ১৭ জন লোক নিহত হৈছে। আহত লোকৰ সংখ্যা প্ৰায় দুশ পঞ্চাশজন। ৰাজনৈতিক গুজৱমতে এই ঘটনা মূলতঃ কাৰাকলপাকস্তানৰ স্বায়ত্তশাসিত…
হাজাৰ বিজাৰ সোণৰ লডাৰ সন্ধান ওলাইছে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৫ জুলাইঃ সোণেই সোণ। লডা লডাকৈ হাজাৰ বিজাৰ সোণৰ লডাৰ সন্ধান ওলাইছে পূব আফ্ৰিকাৰ দৰিদ্ৰতাত ভুগি থকা উগাণ্ডাত। এটা নতুন সোণৰ খনি আৱিষ্কাৰ কৰা হৈছে। বৰ্তমান বজাৰ মূল্য অনুসৰি খনিটোত মজুত থকা সোণৰ পৰিমাণ ১২ ট্ৰিলিয়ন…
চিকাগোত স্বাধীনতা দিৱসৰ অনুষ্ঠানত গুলীচালনা কমেও ৯ জন লোক নিহত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুলাই : আমেৰিকাৰ চিকাগোৰ উপকণ্ঠ অঞ্চলত স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত আক্ৰমণ বন্দুকধাৰীৰ। এই আক্ৰমণত ৯ জন লোক নিহত হয়। আৰক্ষীৰ তথ্য অনুসৰি এই গুলীচালনাত কমেও ৫৬ জন লোক আহত হয়। চিকাগো আৰক্ষীৰ সূত্ৰ অনুসৰি…
তালিবান সেনাধ্যক্ষৰ আজব কাণ্ড
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ জুলাই : বিধ্বংসী ভূমিকম্পত বিধ্বস্ত আফগানিস্তান। উদ্ধাৰ কাৰ্যৰ নামত কাৰ্যতঃ ঠাট্টা-মস্কৰা কৰি আছে দেশৰ জেহাদী চৰকাৰে। বিধ্বস্ত অঞ্চললৈ খাদ্য আৰু ঔষধ যোগান ধৰিবলৈ পৰ্যাপ্ত বাহন নাই। আহত বহু লোকক এতিয়াও উদ্ধাৰ কৰিব…
২০২২: বিশ্বজুৰি প্ৰথম ছমাহত ৭২ জন সাংবাদিকক-হত্যা
জেনেভা, ৫ জুলাইঃ ২০২২ চনৰ প্ৰথম ছমাহত বৃহৎ সংখ্যক সাংবাদিকক হত্যা কৰাৰ ফলত বিশ্বৰ সংবাদ মাধ্যমৰ সুৰক্ষা আৰু অধিকাৰ সংস্থা প্ৰেছ এম্বেলেম কেম্পেইন (পিইচি) স্তম্ভিত হৈ পৰিছে। যোৱা জানুৱাৰী মাহৰ পৰা ১৮খন দেশত ৭২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে…
১২ হাজাৰ শ্ৰমিকক চাটাইঃ ষ্টাৰ্টআপৰ ওপৰত বিত্তীয় সংকটৰ প্ৰভাৱ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুলাই : বিত্তীয় সংকটৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে আই টি উদ্যোগ। এই বিভাগত চলিত বৰ্ষত কেইবা হাজাৰ শ্ৰমিকে চাকৰি হেৰুৱাইছে। অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে ভাৰতত চলিত বৰ্ষত ১২ হাজাৰৰো অধিক ষ্টাৰ্ট আপ কৰ্মীয়ে চাকৰি…
ইউক্ৰেইনৰ শেষৰটো ‘দুৰ্গ’ত ৰাছিয়াৰ অভিযান! পতনৰ পথত আন এখন ডাঙৰ চহৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুলাই : চাৰিমাহতকৈ অধিক সময় ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে। ৰাছিয়াৰ আগ্ৰাসনৰ ফলত ইউক্ৰেইনৰ বিভিন্ন চহৰ কাৰ্যতঃ ধ্বংস হৈছে। কিন্তু ৰাছিয়াৰ সেনাই এতিয়াও ইউক্ৰেইন সম্পূৰ্ণৰূপে দখল কৰিব পৰা নাই। এই…