Browsing Category

আন্তঃৰাষ্ট্ৰীয়

মহাভাৰতৰ ইংৰাজ কথক পিটাৰ ব্ৰুকৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ জুলাই : পিটাৰ ব্ৰুকৰ মৃত্যু হৈছে। মৃত্যুৰ সময়ত এইজন ইংৰাজী থিয়েটাৰ আৰু চিনেমা পৰিচালকৰ বয়স আছিল ৯৮ বছৰ। পেৰিছত তেওঁৰ মৃত্যু হোৱা বুলি ৩ জুন দেওবাৰে খবৰ প্ৰকাশ পাইছে। ব্ৰুকৰ জন্ম হৈছিল ১৯২৫ চনত। ১৯৫০ চনৰ আৰম্ভণিৰ…

কইনা যেতিয়া ঘঁৰিয়াল হয়…এখন বিশেষ বিয়া

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ জুলাই : প্ৰতিটো সম্প্ৰদায়ৰ নিজা আচাৰ-অনুষ্ঠান আছে, যিবোৰ বহু বাহিৰৰ লোকৰ বাবে অদ্ভুত যেন লাগিব পাৰে। একেধৰণৰ ‘আচৰিত’ কাণ্ডত মেক্সিকোৰ এখন সৰু চহৰৰ মেয়ৰে ঘঁৰিয়াল বিয়া কৰাইছে। হয়, আপুনি ঠিকেই পঢ়িছে। এই আচৰিত…

সফলতাৰ আন এক অধ্যায়ত ইছৰ’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুলাই : ৩০ জুন বৃহস্পতিবাৰে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহাৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ইছৰ’ই তিনিটা উপগ্ৰহ প্ৰেৰণ কৰে। এই তিনিটা উপগ্ৰহ PSLV-C53ৰ পৰা উৎক্ষেপণ কৰা হয়। আৰু লগে লগেই ভাৰতৰ মহাকাশ গৱেষণা কেন্দ্ৰই লাভ…

ভিয়েটনাম যুদ্ধৰ বিখ্যাত ‘নপম গাৰ্ল’ৰ এতিয়া সুস্থ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ জুলাই : ৫০ বছৰ পূৰ্বে তেওঁৰ ছবিখন দেখি হতভম্ব হৈ পৰিছিল বিশ্ববাসী। আমেৰিকাৰ যুদ্ধ বিমানৰ পিছফালৰ পৰা নপম বোমা নিক্ষেপ কৰা হৈছে আৰু এগৰাকী কিশোৰী অদূৰৰ সন্মুখত নিজৰ জীৱনৰ ভয়ত দৌৰিছে। ফটো সাংবাদিক নিক কেমাৰে তোলা এই…

সাংবাদিকসকলক নিজৰ মতামত প্ৰকাশ কৰিবলৈ দিয়া উচিতঃ ৰাষ্ট্ৰসংঘ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ জুনঃ অল্ট নিউজৰ অন্যতম প্ৰতিষ্ঠাপক মহম্মদ জুবেৰক ধৰ্মীয় আৱেগক আঘাত কৰা আৰু ঘৃণা বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই। সংগঠনটোৰ মুখপাত্ৰ এণ্টনিঅ’ গুটেৰেছে…

লিচবনত আৰম্ভ ৰাষ্ট্রসংঘৰ মহাসাগৰ সন্মিলন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ জুন : বিশ্ব উষ্ণায়ন আৰু জলবায়ু পৰিৱর্তনৰ প্রভাৱ মানৱ জীৱনত পৰিবলৈ আৰম্ভ কৰিছে। একাধিক হিমবাহ গলিবলৈ ধৰিছে। বিশ্ব উষ্ণায়নৰ প্ৰভাৱ সমুদ্রৰ তলৰ পৰিস্থিতিতন্ত্ৰতো পৰিবলৈ আৰম্ভ কৰিছে। বিশ্ব উষ্ণায়ন আৰু জলবায়ু পৰিৱর্তনৰ…

‘প্রতিযোগী নহয়, সহযোগী’ : ভাৰতক চাৰিদফীয়া প্রস্তাৱ দাখিল চীনৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : নিজৰ মাজত সন্দেহজনক বাতাবৰণ সৃষ্টিৰ বিপৰীতে চীন আৰু ভাৰতে পৰস্পৰৰ মাজত বিশ্বাস বৃদ্ধি কৰা প্রয়োজন। ভাৰতৰ ৰাষ্ট্রদূত প্রদীপ কুমাৰ ৰাৱটৰ লগত চীনৰ বিদেশ মন্ত্রী ৱাং ৱাইৰ প্রথমখন বৈঠক যোৱা ২২ জুনত হৈ যায়। সেই…

বাইডেনৰ ঐতিহাসিক সিদ্ধান্তঃ শীর্ষ বিজ্ঞান উপদেষ্টা হ’ল ভাৰতত জন্ম গ্ৰহণ কৰা আৰতি প্রভাকৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুন : ভাৰতীয় বংশোদ্ভূত গৱেষক আৰতি প্রভাকৰক তেওঁৰ শীর্ষ বিজ্ঞান উপদেষ্টা হিচাবে মনোনীত কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। বাইডেনৰ এই সিদ্ধান্তক ঐতিহাসিক বুলি অভিহিত কৰিছে আমেৰিকাৰ ভাৰতীয় সমাজে। ২০ জুনত…

ভয়াৱহ ভূমিকম্পত কঁপি উঠিল আফগানিস্তান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুন : আফগানিস্তান আৰু পাকিস্তানত ভয়াৱহ ভূমিকম্পত কমপক্ষে ২৫৫ জনৰ মৃত্যু হৈছে বুলি জনাইছে সংবাদ সংস্থা ৰয়টার্ছে। মৃতকৰ সংখ্যা আৰু বাঢ়িব পাৰে বুলি জনা গৈছে। ২১ জুনৰ পুৱা ৰিখটাৰ স্কেলত ৬.১ মাত্রাত কঁপি উঠিছিল…

সকলোতকৈ শান্তিৰ দেশ আইচলেণ্ড

অশান্তিৰ দেশ আফগানিস্তান শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ জুন : বিশ্বৰ কিছুমান দেশত বিৰাজ কৰে শান্তি, কিছুমান দেশত কিন্তু ঘোৰ অশান্তি। সেই হিচাবেই সেই দেশৰ জনতাই তাৰ প্রতিক্রিয়া জনায়। শান্তি বা অশান্তিৰ চেহেৰা জনগণৰ আচৰণ আৰু সংশ্লিষ্ট দেশৰ…