Browsing Category
আন্তঃৰাষ্ট্ৰীয়
ইউক্ৰেইনৰ শিশুক সহায়ৰ বাবে নোবেল পদক বিক্ৰী কৰিব ৰুছ সাংবাদিকে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ জুন : ইউক্ৰেইনত চলি থকা যুদ্ধৰ ফলত ক্ষতিগ্ৰস্ত শিশুসকলক সহায় কৰাৰ উদ্দেশ্যে ৰাছিয়াৰ সাংবাদিক দিমিত্ৰী মুৰাটভে (Dmitry Muratov) নিজৰ নোবেল শান্তি বঁটাৰ পদক নিলাম কৰাৰ সিদ্ধান্ত লৈছে। ২০২১ চনত এই সন্মানীয় বঁটা…
প্রথম বামপন্থী ৰাষ্ট্ৰপতি পালে কলম্বিয়াই
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ জুন : কোৱা হয় কমিউনিষ্টৰ বেলি মাৰ গৈছে। পুঁজিবাদৰ পৃথিৱীত এতিয়া অৰ্থহীন কমিউনিষ্ট ভাবধাৰা ! কিন্তু তেনে সময়তে লেটিন আমেৰিকাৰ এখন দেশত ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈছে এজন কমিউনিষ্ট নেতা। দেশখনত জিলিকিছে কমিউনিষ্টৰ ৰঙা…
কেইবাবছৰলৈকে চলিব পাৰে ইউক্রেইন যুদ্ধ !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ জুন : ইতিমধ্যেই ইউক্রেইনত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হোৱা চাৰি মাহ হ'বলৈ আগবাঢ়িছে। কিন্তু এই যুদ্ধ এতিয়াই বন্ধ হোৱাৰ কোনো লক্ষণ নাই; বৰং এই যুদ্ধ আৰু কেইবাবছৰ ধৰি চলিব পাৰে বুলি সতর্ক কৰিছে পশ্চিমীয়া সামৰিক জোট নাটো…
দেশৰ মিছাইলৰ তথ্য পাকিস্তানৰ হাতত? পাক মহিলাৰ জালত ভাৰতৰ প্রতিৰক্ষা কর্মচাৰী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ জুন : পুনৰ হানিট্রেপৰ কবলত ভাৰতৰ প্রতিৰক্ষা গৱেষণা বিভাগৰ কর্মচাৰী। দেশৰ মিছাইল ব্যৱস্থাৰ গুৰুত্বপূর্ণ আৰু গোপন তথ্য পাকিস্তানৰ হাতলৈ গৈছে বুলিয়েই অনুমান কৰা হৈছে। জনা গৈছে যে, ছচিয়েল মিডিয়াৰ মাধ্যমেৰে…
‘ৰেভল’ন’ দেউলীয়া ! ৰিলায়েন্স-এ ক্ৰয় কৰাৰ সম্ভাৱনা
শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ জুন: মহিলাৰ প্ৰসাধন সামগ্ৰী বিশেষকৈ 'নেইল প'লিছ' আৰু 'লিপষ্টিক'ৰ ক্ষেত্ৰত আন্তৰ্জাতিক সুনাম থকা ব্ৰেণ্ড 'ৰেভল'ন'ৰ অৱস্থা এতিয়া শোচনীয়। ৯০ বছৰীয়া পুৰণি ব্ৰেণ্ডটোৱে ৩.৩১ বিলিয়ন ডলাৰৰ ঋণত পোত গৈ চলিত সপ্তাহতে…
পেণ্টাগনত ভাৰতীয় মূলৰ ৰাধা আয়েংগাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ জুন : পেন্টাগনৰ গুৰুত্বপূর্ণ পদৰ বাবে ভাৰতীয় বংশোদ্ভৱ ৰাধা আয়েংগাৰ প্লাম্বক মনোনীত কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে। ১৫ জুনত তেওঁক আমেৰিকাৰ প্রতিৰক্ষা দপ্তৰৰ ডেপুটি আণ্ডাৰ চেক্রেটাৰি (সামৰিক ক্রয় আৰু…
আফগানিস্তানত সাংবাদিকৰ জীৱন !
মুছা মহম্মদী নামৰ এই যুৱকজনে বছৰ বছৰ ধৰি আফগানিস্তানৰ বিভিন্ন টিভি চেনেলত এংকৰ আৰু ৰিপ'ৰ্টাৰ হিচাপে কাম কৰিছিল। এতিয়া তেওঁৰ পৰিয়ালক খুৱাবলৈ কোনো উপাৰ্জন নাই। ধন উপাৰ্জন কৰিবলৈ এতিয়া তেওঁ পদপথত ফলমূল (ষ্ট্ৰীট ফুড) বিক্ৰী কৰে। গণৰাজ্য পতনৰ…
৩টা বিশ্ব অভিলেখ গঢ়ি ২৫ জুনত উদ্বোধন হ’ব বাংলাদেশৰ বিশাল পদ্মা দলং
ঢাকা, ১৬ জুন: বাংলাদেশৰ পদ্মা নদীৰ ওপৰত এখন বিশাল দলং নিৰ্মাণ কৰি বাংলাদেশে বিশ্ববাসীক চমক খুৱাই দিছে। অহা ২৫ জুনত দলংখন উদ্বোধন হ'ব। দলংখনক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ দেশখনতে উছাহৰ পাৰ ভঙা আন্ন্দই বিৰাজ কৰিছে। উল্লেখ্যে যে উদ্বোধনৰ লগে লগে…
২৪ সংখ্যক বছৰত যুক্তৰাজ্যত অসম সাহিত্য সভাঃ বৰ্ণাঢ্য কাৰ্যসূচীৰে অধিৱেশনৰ প্ৰস্তুতি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ জুনঃ গ্ৰেট বিটেইনত থকা অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাই এইবছৰ ২৪ সংখ্যক বছৰত ভৰি দিলে। সেই উপলক্ষে অহা ৯ জুলাইত যুক্তৰাজ্য শাখাই বৰ্ণাঢ্য কাৰ্যসূচীৰে অধিৱেশনৰ প্ৰস্তুতি চলাইছে। যুক্তৰাজ্য শাখাৰ সভানেত্ৰী মঞ্জিৰা…