Browsing Category
আন্তঃৰাষ্ট্ৰীয়
যুদ্ধৰ ১০০ দিনত ইউৰোপীয় ইউনিয়নক তেল বিক্রী কৰি ৯৮ বিলিয়ন ডলাৰ আয় ৰাছিয়াৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুনঃ ‘‘আগফালে মাৰোঁ ডাং, পিছফালে ধোবাং বাং’’।— ইউৰোপীয় ইউনিয়নৰ অৱস্থা এতিয়া এনেকুৱাই হৈছে। ইউক্রেইন আক্রমণৰ কাৰণে আৰম্ভণিৰ পৰাই ৰাছিয়াৰ ওপৰত এটাৰ পিছত আন এটা নিষেধাজ্ঞা জাৰি কৰিছে ইউৰোপীয় ইউনিয়নে। কিন্তু…
ভাৰতক চাপত ৰখাৰ বুদ্ধি ! পাৰমাণৱিক অস্ত্র আধুনিকীকৰণ চীনৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ জুন : বিগত কেইবাটাও বছৰত ভাৰতে প্রতিৰক্ষা বিভাগ অনেক উন্নত হৈছে। নতুন প্রযুক্তি ব্যৱহাৰ কৰা হৈছে সামৰিক বিভাগত। তদুপৰি অত্যাধুনিক সৰঞ্জামেৰে ভাৰতৰ সেনাবাহিনী সজাই তোলা হৈছে। কিন্তু তাৰ পিছতো দুঃশ্চিন্তাই পিছ এৰা…
চীনক খুদ চাউল খুৱাই আছে ভাৰতে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুন : বিগত দুবছৰমান ধৰি সীমান্তত বিবাদে ঘেৰি ধৰিছে ভাৰত আৰু চীনক। ফাট্ মেলিছে দুয়ো দেশৰ সম্পর্কত। ২০২০ চনত ইন্দো-চীন সীমান্তত ৰক্তক্ষয়ী সংঘর্ষৰ দৰে ঘটনাও ঘটিছে। কিন্তু ইমানবোৰ তিক্ততাৰ মাজতো ভাৰতে ‘অন্নদাতা’ৰ…
মহাকাশত ধ্বংস নাছাৰ উপগ্রহ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুন : ঘূর্ণিবায়ুৰ খবৰ দিয়া দুটা কৃত্রিম উপগ্রহ নষ্ট হ'ল নাছাৰ। ৰকেটৰ পৰা বিচ্ছিন্ন হৈ কক্ষপথত প্রৱেশৰ ঠিক আগেয়েই যান্ত্রিক বিজুতিৰ বাবে মহাকাশত হেৰাই যায় উপগ্রহ দুটা। প্রতি ঘণ্টাত ঘূর্ণিবায়ুৰ নিখুঁত খবৰ মহাকাশৰ…
আন্তঃৰাষ্ট্ৰীয় সাহিত্য উৎসৱলৈ দলে বলে অসমীয়া লেখক-সাহিত্যিক
১৫ খন দেশৰ ৪২৫ জনৰো অধিক লেখক, বিদ্বান, অনুবাদক, সাংবাদিক আৰু কলাকাৰে অংশগ্ৰহণ কৰিব । ৬০ টা ভাষাই প্ৰতিনিধিত্ব কৰিব।
শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৪ জুন : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয় আৰু সাহিত্য অকাদেমিয়ে স্বাধীনতাৰ অমৃত মহোৎসৱ…
ৰজা দ্বিতীয় জেমছ দৈৱক্ৰমে ৰক্ষা পৰিছিল ডুবন্ত জাহাজৰ পৰা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুন : এখন ৰাজকীয় যুদ্ধজাহাজ ৩৪০ বছৰ আগেয়ে ইংলেণ্ডৰ পূব উপকূলত ডুব গৈছিল। যোৱা ৯ জুনত গৱেষকে সেই জাহাজ সংক্রান্তীয় তথ্য উন্মোচন কৰিছে। ধ্বংসৰ পৰা জাহাজখন বচাই ৰাখিবলৈ ইয়াৰ তথ্য ১৫ বছৰতকৈয়ো বেছি সময়…
কাঁইটীয়া তাঁৰৰ বাহিৰৰ গাঁৱক ভিতৰলৈ আনিব চৰকাৰে
শতাব্দ প্ৰতিনিধি, কৰিমগঞ্জ, ১৩ জুনঃ বছৰ বছৰ ধৰি যমৰ যাতনা ভুগি অহা কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বাহিৰৰ গাঁৱৰ ৰাইজলৈ এক সকাহৰ বতৰা। বহু কষ্টৰ মাজেৰে বন্দী জীৱন যাপন কৰি অহা গাঁওবাসীক কাঁইটীয়া তাঁৰৰ ভিতৰলৈ অনাৰ বাবে…
কলম্বিয়াৰ সমুদ্ৰত ডুব যোৱা জাহাজত সোণ-ৰূপৰ ভাণ্ডাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুন : ৩০০ বছৰতকৈও আগেয়ে সমুদ্ৰত ডুব যোৱা ঐতিহাসিক ছান জোছ গেলিয়ন (San Jose galleon) বা ছান জোছ নামৰ স্পেনিছ পালতৰা জাহাজখনে এতিয়াও সমগ্ৰ বিশ্বৰ সম্পদ সন্ধানকাৰীসকলৰ হৃদস্পন্দন বঢ়াই তোলে। বিশেষজ্ঞসকলৰ মতে, ১৭০৮…
লাদাখত পুনৰ বাঙ্কাৰ নির্মাণ কৰিছে চীনে!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুন : লাদাখত পুনৰ সংঘর্ষৰ প্রস্তুতি চলাইছে চীনে? এই এলেকাত চীনা সেনাৰ গতিবিধিক লৈ নতুন দিল্লীক সতর্ক কৰিছে মার্কিন যুক্তৰাষ্ট্রই। ৱাছিংটনৰ দাবী— লাদাখত চীনা সেনাৰ যাতায়াতৰ ছবি দৃষ্টিগোচৰ হৈছে, যিটো বেছ…
আজি বিশ্ব মহাসাগৰ দিৱসঃ জানো আহক বিষয়বস্তু আৰু তাৎপৰ্য
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুন : সাগৰ বা সমুদ্র হ'ল এই গ্রহৰ হাওঁফাওঁ। অন্ততঃ পৰিৱেশবিজ্ঞানীসকলে তেনেদৰেই কৈ আহিছে। কিন্তু ধাৰাবাহিক প্ৰদূষণ আৰু মানুহৰ নানা নেতিবাচক কাম-কাজৰ ফলত প্রতিনিয়ত সামুদ্রিক অঞ্চল আৰু বেছিকৈ বিপন্নতাৰ দিশে গতি কৰিছে।…