Browsing Category
আন্তঃৰাষ্ট্ৰীয়
জলতে নামিলা জল নাৰায়ণ…
দাদুল দেৱকৃষ্ণ বৰুৱা
জলতে নামিলা জল নাৰায়ণ
পথাৰত গঞ্জিলা ধান।
ব্ৰহ্মাণ্ডৰ ভিতৰে কৃষ্ণ উপজিলা
তাতে উপজিলা নাম।।
ওপৰৰ লোকগীতফাঁকিত জলত জল-নাৰায়ণ নমাৰ কথা কোৱাৰ দৰে বিজ্ঞানেও কৈছে— জলতেই জীৱৰ সৃষ্টি। জল বা পানী অবিহনে নহ'লহেঁতেন সৃষ্টি…
তেজপুৰত এছ এছ বিৰ দীক্ষান্ত সমাৰোহ সম্পন্ন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২১মাৰ্চঃ আজি প্ৰশিক্ষণ সমাপ্ত কৰি দেশৰ সেৱাত প্ৰথম খোজ আগবঢ়ালে এছ এছ বিৰ ১৮৮ গৰাকী জোৱানে। আজি এছ এছ বিৰ শোণিতপুৰ জিলাৰ তেজপুৰ শালনীবাৰীস্থিত প্ৰশিক্ষণ কেন্দ্ৰৰ ছত্ৰপতি শিৱাজী ষ্টেডিয়ামত অনুষ্ঠিত ২৫৯ নম্বৰ গোটৰ…
লক্ষীমপুৰৰ কেৰকেৰ ঘাটত বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ ফেব্ৰুৱাৰী : 'এম ভি গংগা বিলাস'— বিশ্বৰ আটাইতকৈ দীঘলীয়া (কেৱল নদী) বিলাসী ক্ৰুজ। ভাৰতত নিৰ্মিত এই প্ৰমোদতৰী উত্তৰ প্ৰদেশৰ বাৰাণসীৰপৰা বাংলাদেশ হৈ অসমৰ বগীবিললৈকে যাত্ৰা। প্ৰায় ৩ হাজাৰ ২০০ কিলোমিটাৰ জলপথ অতিক্ৰম…
মালয়েছিয়াত শাস্ত্ৰীয় নৃত্যৰে অসমলৈ সুনাম তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী দলৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ১৪ ফেব্ৰুৱাৰী : তেজপুৰৰ বিশিষ্ট নৃত্যশিল্পী ড০ প্ৰতিভা শৰ্মাৰ নেতৃত্বত তেজপুৰৰ নৃত্যশিল্পীৰ দল এটাই সুদূৰ মালয়েছিয়াৰ এক বিশেষ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰি দেশৰ লগতে অসমলৈ সুনাম কঢ়িয়াই অনা…
এই হোটেলত ৰাতিটো কটালে মূৰটো এখন দেশত আৰু ভৰি দুখন আন এখন দেশত থাকিব
শতাব্দ আন্তঃৰাষ্ট্ৰীয় ডেস্ক: হোটেল আৰ্বাজ ফ্ৰাংকো-ছুইচ। ফ্ৰান্স আৰু ছুইজাৰলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ঠিক ওপৰত নিৰ্মাণ কৰা হৈছে এই হোটেলখন। হোটেলখনৰ আধা অংশ ফ্ৰান্সত আৰু আন আধা অংশ ছুইজাৰলেণ্ডত। সেই হোটেলখনৰ বিচনাবোৰ এনেদৰে ৰখা হৈছে যে…
জি-২০ সন্মিলনৰ লগত সংগতি ৰাখি তিনিচুকীয়াত বিভিন্ন কাৰ্যসূচীৰ আয়োজন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৩ জানুৱাৰী : 'বসুধৈৱ কুটুম্বকম' অৰ্থাৎ এখন পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতক আদৰ্শ হিচাপে লৈ ভাৰতবৰ্ষই এইবাৰ জি-২০ সন্মিলনৰ অধ্যক্ষতা কৰিছে ৷ এই জি-২০ সন্মিলনৰ অংশস্বৰূপে অসমৰ গুৱাহাটী আৰু ডিব্ৰুগড়ত…
আন্তৰ্জাতিক সাহিত্য উৎসৱলৈ আমন্ত্ৰণ তেজপুৰৰ কবি – লেখিকা নাজু হাতীকাকতি বৰুৱাক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ জানুৱাৰীঃ দীৰ্ঘকাল ধৰি নিৰৱে সাহিত্য চৰ্চা কৰি অহা তেজপুৰৰ পাৰ্বতী নগৰ নিৱাসী আলোকচিত্ৰ শিল্পী ৰাজিৱ বৰুৱাৰ সহধৰ্মিনী নাজু হাতীকাকতি বৰুৱা অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ৭ "দক্ষিণ এছিয়া সাংস্কৃতিক আৰু সাহিত্য অনুষ্ঠান THE…
ইৰাণৰ দুফুটীয়া যুৱকৰ বিশ্ব অভিলেখ
ডুবাই, ১৮ ডিচেম্বৰঃ ২০১০ চনত ২৪ বছৰীয়া এডৱাৰ্ডৰ উচ্চতা আছিল ২ ফুট ৩.৫ ইঞ্চি। সেই বছৰ গিনিজ কৰ্তৃপক্ষই তেওঁক বিশ্বৰ আটাইতকৈ চাপৰ ব্যক্তি বুলি ঘোষণা কৰিছিল। শেহতীয়াকৈ ইৰাণৰ যুৱক আফছিন ইছমাইল গাদাৰজাদাই নতুন অভিলেখ গঢ়ি আন এক উচ্চতাত উপনীত…
অসম-অৰুণাচলত বায়ুসেনাৰ বৃহৎ অনুশীলন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫ডিচেম্বৰঃ কালিৰে পৰা অসম আৰু অৰুণাচলক সামৰি দুদিনীয়াকৈ চলোৱা হৈছে দেশৰ বায়ুসেনাৰ এক বৃহৎ অনুশীলন৷ যোৱা ৯ ডিচেম্বৰৰ পাছত অৰুণাচল প্ৰদেশৰ ভাৰত চীন আন্তৰাষ্ট্ৰীয় সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত দুয়োপক্ষৰ সেনাৰ…
‘আল হিম’ৰ পথত আৰু এখোজ : ফাইনেলত মেছিৰ আৰ্জেণ্টিনা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ ডিচেম্বৰ : আল হিম... কাটাৰত অনুষ্ঠিত ফুটবল বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেললৈকে ব্যৱহাৰ কৰা হৈছিল ‘আল ৰিলাই’। ছেমি ফাইনেল আৰু ফাইনেলৰ বাবে ব্যৱহাৰ কৰা হৈছে ‘আল হিম’। বিশেষ পাৰ্থক্য নাই গঠন বা আন কোনো দিশত। মাত্ৰ…