Browsing Category
আন্তঃৰাষ্ট্ৰীয়
ইংলেণ্ডৰ ৰাণী এলিজাবেথ দ্বিতীয়ই সিংহাসনত আৰোহণ কৰাৰ ৭০ বছৰ সম্পূৰ্ণ
শতাব্দ বিশেষ প্ৰতিনিধি, ২ জুনঃ সমগ্ৰ ইংলেণ্ডতে আজিৰে পৰা আৰম্ভ হৈছে চাৰিদিনীয়া ৰাজকীয় উৎসৱ। ইংলেণ্ডৰ ৰাণী এলিজাবেথ দ্বিতীয়ই সিংহাসনত আৰোহণ কৰাৰ ৭০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশখনৰ সকলো প্ৰান্ততে আজিৰে পৰা উদযাপন কৰিবলৈ লোৱা হৈছে…
কোন দিশে আফগানিস্তানৰ নাৰী সমাজ ?
ৰুণজুন শইকীয়া
যিসময়ত বিশ্বৰ নাৰী সমাজ শিক্ষা-দীক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত পুৰুষৰ সমানে আগবাঢ়ি গৈছে সেই সময়ত আফগানিস্থানৰ নাৰী সমাজে সততে বাতৰিৰ শিৰোনাম দখল কৰিছে বিভিন্ন কাৰণত । আশীৰ দশকলৈকে শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি থকা আফগান নাৰী…
টাঞ্জানিয়ালৈ যাব লগা আন্ত:ৰাষ্ট্ৰীয় পেচাদাৰী বক্সাৰ অভিজিত বৰুৱাক সম্বৰ্ধনা
শতাব্দ প্ৰতিনিধি, যোৰহাট, ১ জুন : ৱৰ্ল্ড বক্সিং কাউন্সিল আৰু এচিয়ান বক্সিং কাউঞ্চিলৰ অধীনত নতুন দিল্লী আৰু উত্তৰ প্ৰদেশত অনুষ্ঠিত প্ৰফেশ্যনেল বক্সিংৰ দুখনকৈ খেলত বিজয় সাব্যস্ত কৰি আফ্ৰিকা মহাদেশৰ টাঞ্জানিয়াত হ'বলগীয়া আন্ত:ৰাষ্ট্ৰীয়…
চীন, আৰ্জেন্টিনা, অষ্ট্ৰেলিয়াক চেৰ পেলাই মেঘালয়ে উজলালে ডিজিটেল মাধ্যমৰ সদ্ব্যৱহাৰ
শতাব্দ বিশেষ প্ৰতিনিধি, ১ জুন : উত্তৰ পূবৰ এখন ৰাজ্য মেঘালয়ে ডিজিটেল মাধ্যমৰ সদ্ব্যৱহাৰ কৰি চৰকাৰী কামকাজ সমূহত অনা বৈপ্লৱিক পৰিৱৰ্তনে বিশ্বজোৰা স্বীকৃতি লাভ কৰিছে। ৰাষ্ট্ৰসংঘৰ World Summit on the Information Society Forum, 2022 এ বিশ্বৰ…
‘মনালিছা’ৰ ওপৰত আক্ৰমণঃ এইবাৰো দৈৱক্ৰমে ৰক্ষা !
শতাব্দ বিশেষ প্ৰতিনিধি, ১ জুন : আকৌ আক্ৰমণ চলিল 'মনালিছা'ৰ ওপৰত ! অৱশ্যে এইবাৰলৈ কথমপিহে কোনো আঘাত নোপোৱাকৈ ৰক্ষা পৰিল। পৃথিৱী ৰক্ষা কৰিবলৈ আহি কোনো এজন অচিনাক্ত ব্যক্তিয়ে যোৱা দেওবাৰে পেৰিছৰ বিখ্যাত লুভ সংগ্ৰহালয়ত আক্ৰমণৰ লক্ষ্য কৰি…
বাংলাদেশৰ ছিলেটত আৰম্ভ BSF-BGB সীমা সমন্বয় সন্মিলন
কৰিমগঞ্জৰ পৰা ছৈয়দ মুজিব আহমেদ, ৩১মে: Inspectors General, মহা-পৰিদৰ্শক বি এছ এফৰ BSF – Region Commanders BGB পর্যায়ৰ সীমা সমন্বয় সন্মিলন ৩০ মেৰ পৰা ২ জুনলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে বাংলাদেশৰ ছিলেটত অনুষ্ঠিত হৈছে। ত্ৰিপুৰাৰ বি এছ এফ…
দ্বিপাক্ষিক বাণিজ্য : এতিয়া চীন নহয়, আমেৰিকাহে ভাৰতৰ বৃহত্তম সহযোগী দেশ
শতাব্দ বিশেষ প্ৰতিনিধি, ৩০ মে' : আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে সম্প্ৰতি ভাৰত এখন বিশ্বস্ত সহযোগী দেশ হিচাপে পৰিগণিত হৈছে। শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰই চীনক অতিক্ৰমি ভাৰতৰ বৃহৎ বাণিজ্যিক অংশীদাৰ দেশৰ ৰূপত অৱতীৰ্ণ হৈছে। আজি বহু বছৰ ধৰি…
‘কবৰস্থান’ত সজ্জিত হাজাৰ হাজাৰ যুদ্ধবিমান
দাদুল দেৱকৃষ্ণ বৰুৱাকাৰোবাৰ শৰীৰত ধূলি জমা হৈছে। কাৰোবাৰ ডেউকাত মামৰে ধৰিছে। তথাপি কোনো কোনো এতিয়াও বীৰ বিক্রমেৰে উৰণৰ অপেক্ষাত আছে। বিচাৰে শত্রুপক্ষক মাটিৰ লগত মিলাই দিবলৈ। কিন্তু বেছিভাগৰ সঙ্গীয়েই মৃতপ্রায়। যেন এখন মৃত নগৰীত…
কান চলচ্চিত্ৰ মহোৎসৱৰ তথ্যচিত্ৰ শাখাৰ সৰ্বশ্ৰেষ্ঠ- শৌনাক সেনৰ ‘All That Breaths’
শতাব্দ বিশেষ প্ৰতিনিধি, ২৯ মে' : কান চলচ্চিত্ৰ মহোৎসৱৰ তথ্যচিত্ৰ শাখাৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ L'Oeil d'Or লাভ কৰিছে শৌনাক সেনৰ 'All That Breaths' নামৰ তথ্যচিত্ৰখনে। ভাৰতৰ পৰা এইখনেই একমাত্ৰ মনোনীত ছবি আছিল। ৯০ মিনিট দৈৰ্ঘ্যৰ ছবিখনত দিল্লীৰ…
সংযোগকাৰী হিচাপে নদীসমূহক গুৰুত্ব দিয়া প্ৰয়োজন : বাংলাদেশৰ প্ৰতি ভাৰতীয় উচ্চায়ুক্ত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ মে' : সংযোগকাৰী হিচাপে নদীসমূহৰ ভূমিকাক গুৰুত্ব দি ২৮ মে' শনিবাৰে গুৱাহাটীত ভাৰতৰ উচ্চায়ুক্ত বিক্ৰম দোৰাইস্বামীয়ে কয় যে, নদী ব্যৱস্থাৰ সকলো অৰ্থনৈতিক আৰু ৰাজনৈতিক প্ৰেক্ষাপটৰ লগতে ইয়াৰ ঐতিহাসিক আৰু সাংস্কৃতিক…
