Browsing Category
আন্তঃৰাষ্ট্ৰীয়
শিশু মাঙ্কিপক্সত বেছি আক্রান্ত হ’ব পাৰেঃ সতর্ক কৰিলে ICMR-এ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ মে' : মাঙ্কিপক্সক লৈ সতর্ক কেন্দ্রীয় চৰকাৰ। এই লৈ সতর্ক কৰিলে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছেও (ICMR)। কেন্দ্ৰীয় সংস্থাটোৱে এই লৈ এক সতর্কতাও জাৰি কৰিছে। ICMR-এ জনাইছে যে, শিশুসকল এই ৰোগ বেছিকৈ আক্রান্ত হ'ব…
দুৱাৰ খুলি তালিবানে মাতিছে- ” আহা ভাৰত আমি বন্ধু হও “
শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ মে' :ভাৰতৰ প্ৰতি শেহতীয়াকৈ মনোভাৱ সলনি হৈছে আফগানিস্তানৰ তালিবান প্ৰশাসনৰ। সংবাদ প্ৰতিষ্ঠান এটাৰ লগত অলপতে হোৱা এটা সাক্ষাৎকাৰত তালিবানৰ শীৰ্ষ নেতা আনাছ হাক্কানীয়ে এনে এটা ইঙ্গিতেই ভাৰতলৈ প্ৰেৰণ কৰিছে।…
সম্ভাৱনীয়তাৰ বাৰ্তা লৈ গুৱাহাটীত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক নদী সন্মিলন
গুৱাহাটীত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে 'এছিয়ান কনফ্লুৱেন্স নদী সন্মিলন। সন্মিলনৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চল আৰু অসমক কেন্দ্ৰবিন্দু হিচাপে লৈ বংগোপসাগৰীয় অঞ্চল আৰু দক্ষিণ-পূব এছিয়াৰ সৈতে আঞ্চলিক সহযোগিতাৰে এক সামূহিক…
বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতালৈ নিৰ্বাচিত তেজপুৰ কন্যা
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৭ মে': বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতালৈ এইবাৰ নিৰ্বাচিত হৈছে তেজপুৰৰ কন্যা। অহা ১৫ জুলাইত মালদ্বীপত অনুষ্ঠিত হ'ব লগা শৰীৰৰ চৰ্চাৰ এক বিশেষ প্ৰতিযোগিতাত তেজপুৰ কন্যাই ভাৰতক প্ৰতিনিধিত্ব কৰিব আৰু অহা অক্টোবৰত…
আই বি এৰ এথলীট সমিতিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত লাভলীনা বৰগোহাঁই
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ মে': টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা বক্সাৰ লাভলীনা বৰগোহাঁই আন্তৰ্জাতিক বক্সিং এছ'চিয়েচন (আই বি এ)ৰ এথলীট সমিতিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া…
ৰাছিয়াৰ পৰা তেল নিকিনিবাঃ ভাৰতক হেঁচা দিবলৈ আহিল আমেৰিকাৰ এলিজাবেথ
শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ মে' : ৰাছিয়াৰ পৰা আৰু অধিক খাৰুৱা তেল ক্ৰয় নকৰাৰ বাবে ভাৰতক সৈমান কৰাবলৈ আজি পুনৰ নতুন দিল্লীলৈ আগমন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশাসনৰ আন এগৰাকী উচ্চ পদস্থ বিষয়া এলিজাবেথ ৰ'জেনবাৰ্গৰ। কালি নতুন দিল্লীত ভাৰত…
বিমানকো চেৰ পেলাব চীনা ৰেলেঃ ঘণ্টাত হ’ব ৬০০ কিলোমিটাৰ গতি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ মে' : বিশ্বৰ সকলোতকৈ দ্রুতগামী ট্রেইন নিৰ্মাণত অগ্ৰসৰ হৈছে চীন। আগন্তুক দিনত এইখন হ'ব বিশ্বৰ দ্রুততম স্থলযান। প্রায় ৬০০ কিলোমিটাৰ গতিবেগত চলিব ট্ৰেইনখন। চলিব নহয়, দৌৰিব বুলি ক'লেও কমকৈহে কোৱা হ'ব। বেইজিঙৰ পৰা…
আমেৰিকাৰ বন্দুকপ্ৰীতিক লৈ উদ্বিগ্ন হোৱাইট হাউছঃ যুৱকৰ নিৰ্বিচাৰ গুলী চালনাত ২১ জন নিহত
শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ মে' : আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিদ্যালয়ত পুনৰ সংঘটিত হৈছে গুলী চালনাৰ নিৰ্মম হিংসাত্মক ঘটনা। মঙ্গলবাৰে টেক্সাছৰ প্ৰাথমিক বিদ্যালয় এখনত এজন ১৮ বছৰীয়া যুৱকে জধেমধে গুলী চালনা কৰাৰ ফলত ১৯ টি শিশু আৰু দুজন…
ভাৰতৰ প্ৰথম স্বৰ্ণ মিশ্ৰিত চাহ “স্বৰ্ণ পনম” উদ্ভাৱন ৰঞ্জিত বৰুৱাৰ
শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ মে' : চাহৰ দেশ অসম। চি টি চি, অৰ্থ'ডক্স আৰু তাৰ পাছত গ্ৰীন টী, ব্লেক টী, হোৱাইট টী আৰু অলেখ ভিন ভিন প্ৰকাৰৰ চাহেৰে বজাৰ এতিয়া উভৈনদী। ইয়াৰ মাজতে সৌ সিদিনা ২১ মে' তাৰিখ, আন্তৰ্জাতিক চাহ দিৱস উপলক্ষে গুৱাহাটীত…
কান মহোৎসৱত চৰ্চিত আইমী বৰুৱাৰ ‘চেমখৰ’
কান চলচ্চিত্র মহোৎসৱৰ ‘কাণ্ট্ৰী অব অনাৰ’ৰ ইণ্ডিয়ান পেভেলিয়নত ‘চেমখৰ’ সন্দৰ্ভত বক্তব্য আগবঢ়ালে আইমী বৰুৱাই। আগ্ৰহী আন্তর্জাতিক সংবাদ মাধ্যমৰ লগতে বিশ্বৰ চলচ্চিত্ৰ অনুৰাগীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিলে নিৰ্মাতাগৰাকীয়ে।
শতাব্দ…
