Browsing Category
আন্তঃৰাষ্ট্ৰীয়
জিএইএফে পিৰো স্পেচ মেটাভাৰ্ছত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম বাৰ্ষিকী আয়োজন কৰে
ৱাছিংটন ডি চি, আমেৰিকা, ৬ ডিচেম্বৰ : গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ (GAEF, www.gaefnortheast.org)ৰ উদ্যোগত মেটাভাৰ্ছত মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম বাৰ্ষিকী আয়োজন উদযাপন কৰা হয়। এই ভাৰ্চুৱেল অনুষ্ঠানত প্রৱাসী অসমীয়া আৰু সমগ্ৰ বিশ্বৰ…
বিস্ফোৰক! কৰ’না ভাইৰাছ ‘মেন-মেড’; কোন দুখন দেশ বিয়পি পৰাৰ বাবে দায়ী?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ ডিচেম্বৰ : আৰম্ভণিৰে পৰাই সন্দেহ আছিল। অভিযোগৰ আঙুলিও বহুবাৰ উঠিছে। কিন্তু কোনো পক্ষই স্পষ্টকৈ একো ক’ব পৰা নাছিল; কিয়নো কোনো নিৰ্দিষ্ট প্ৰমাণ নাছিল। কিন্তু এইবাৰ বাধা আঁতৰিল। কৰ’না ভাইৰাছৰ উৎপত্তিৰ সৈতে জড়িত…
ছাম্বাৰ ছন্দত শেষ আঠত ব্ৰাজিল, সন্মুখত ক্ৰ’ৱেচিয়া
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ ডিচেম্বৰ : ব্ৰাজিলৰ বাবে আনন্দ নে কোৰিয়াৰ বাবে বিষাদ! দুয়োটা কৰিব পাৰি। মেচৰ পূৰ্বে দক্ষিণ কোৰিয়াৰ তাৰকা ফুটবলাৰ ছনে কয়, তেওঁলোকে এটা অলৌকিকতা বিচাৰে। বৰ ভুল নহয়। দক্ষতাৰ ক্ষেত্ৰত ব্ৰাজিলৰ সৈতে প্ৰতিযোগিতা…
‘কিলাৰ’ এমবাপেৰ ডাবল ষ্ট্ৰাইক, জিৰোৰ অভিলেখ; কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ ডিচেম্বৰ : ৰাছিয়াত অনুষ্ঠিত বিশ্বকাপত জন্ম লোৱা নতুন তাৰকাগৰাকী জিলিকি উঠিছে কাটাৰত। পুটিনৰ দেশত যি কাহিনী আৰম্ভ হৈছিল, সেই কাহিনীৰ কথন কাটাৰতো অব্যাহত আছে। বয়স এতিয়াও ২৪ বছৰ হোৱা নাই। বিশ্বকাপত কাইলিয়ান এমবাপে…
মেছিৰ সহস্ৰতম মেচত আৰ্জেণ্টিনাৰ ‘নাটকীয়’ জয়
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ ডিচেম্বৰ : তুলনা কৰি চালে ক্ষমতাৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়া নিঃসন্দেহে আণ্ডাৰডগ। কিন্তু গ্ৰুপ পৰ্যায় অতিক্ৰম কৰি নকআউটত উপনীত হোৱা দল এটাক সহজভাৱে লোৱা উচিত নহয়। লিয়নেল মেছিৰ আৰ্জেণ্টিনায়ো লোৱা নাছিল। প্ৰথমাৰ্ধত…
ফুটবলৰ মহাৰণত ন’ক আউট আৰম্ভ”
গায়ত্ৰী গোস্বামী অধ্যাপক
বিশ্বকাপ ফুটবলৰ উত্তেজনা এতিয়া আহি চূড়ান্ত পৰ্যায় পাইছেহি। এতিয়াৰ পৰা ন'ক আউট পৰ্যায়ত খেলসমূহ আৰম্ভ হ'ব। অৰ্থাৎ এতিয়াৰ পৰা খেলত হৰাৰ মাত্ৰেই প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈ পৰিব। লগতে, কোনো খেল ড্ৰ হ'লে ত্ৰিশ মিনিটৰ…
‘ব্ৰাজিল বধ’ কৰিয়ো কেমেৰুণৰ বিদায়, নক্ আউটলৈ চুইজাৰলেণ্ড
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ ডিচেম্বৰ : এই নিশাটো কেমেৰুণে ঠিক কেনেকৈ মনত পেলাব! ব্ৰাজিলক পৰাস্ত কৰাৰ গৌৰৱ, নে বিশ্বকাপৰ পৰা বিদায়ৰ বিষাদ? বিশ্বকাপৰ মঞ্চত ব্ৰাজিলক পৰাস্ত কৰা আফ্ৰিকাৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ'ল কেমেৰুণ। একে সময়তে বিদায়ো…
জি.এ.ই.এফ.ৰ ৱেবিনাৰত দুগৰাকী সফল মহিলাৰ কাহিনী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ ডিচেম্বৰঃ গোলকীয় অসমীয়া উদ্যমিতা মঞ্চ (GAEF, www.gaefnortheast.org)ৰ উদ্যোগত ২৭ নৱেম্বৰ তাৰিখে মাহেকীয়া ৱেবিনাৰখন অনুষ্ঠিত হয়। তন্ময় ভাগৱতীয়ে আঁত ধৰা ৱেবিনাৰখনত সমল ব্যক্তি হিচাপে অপৰাজিতা দাস বৰুৱা আৰু অৰ্চনা…
* কাটাৰত জাপানৰ সূৰ্যোদয় * পৰাস্ত হৈয়ো নকআউটত স্পেইন, জয়ৰ পিছতো জাৰ্মানীৰ বিদায়
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ ডিচেম্বৰ : দুখন খেলপথাৰ। শেষ মুহূৰ্তলৈকে উত্তেজনাৰ পাৰাস্তম্ভ উৰ্ধগামী। প্ৰতি মুহূৰ্ততে সলনি হৈছিল দৃশ্যপট। প্ৰথমতে জাপানৰ বিৰুদ্ধে আগবাঢ়ি আছিল স্পেইন। কিন্তু দ্বিতীয়াৰ্ধত মেচখনৰ ৰং সলনি কৰি দিলে জাপানে। স্পেইনক…
শেষ ১৬ত মেছিৰ আৰ্জেণ্টিনা, হাৰিও প্ৰি কোৱাৰ্টাৰত পোলেণ্ড
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ডিচেম্বৰ : আৰ্জেণ্টিনাৰ বিশ্বকাপ ভ্ৰমণ এতিয়াও অব্যাহত আছে। লিয়নেল মেছিৰ অন্তিমখন বিশ্বকাপত আৰ্জেণ্টিনাই প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। তেওঁলোকৰ সৈতে গ্ৰুপ-চিৰ পৰা পোলেণ্ডেও শেষ ১৬ত স্থান লাভ…