Browsing Category
আন্তঃৰাষ্ট্ৰীয়
৪ বিলিয়ন হোৱাটছএপ ব্যৱহাৰকাৰীৰ তথ্য ফাদিল! আপোনাৰ নামো আছে নেকি সেইসকলৰ মাজত…
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ নৱেম্বৰ : প্ৰায় ৪০৮ কোটি হোৱাটছএপ ব্যৱহাৰকাৰীৰ ফোন নম্বৰ অনলাইনত বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে। এইটো এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ ডাটা ভংগ বুলি ধাৰণা কৰা হৈছে। চাইবাৰ নিউজৰ এক প্ৰতিবেদন অনুসৰি এজনে হেকিং…
শ্মশানত পদশিল্প! ৪০০-৫০০ শ্ৰমিকৰ কফিনৰ ওপৰত বিশ্ব জয়ৰ বাবে উদ্বাউল ৩২ দেশ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ নৱেম্বৰ : ২০২২ চনৰ বিশ্বকাপ ডেলিভাৰীৰ দায়িত্বত থকা কাটাৰৰ বিষয়াগৰাকীয়ে কয় যে বিশ্বকাপ সম্পৰ্কীয় নতুন প্ৰকল্প নিৰ্মাণ কৰি মৃত্যু হোৱা প্ৰব্ৰজিত শ্ৰমিকৰ সংখ্যা ‘৪০০ৰ পৰা ৫০০ৰ ভিতৰত’। ডেলিভাৰী এণ্ড লিগেচিৰ…
গংগাত হ্ৰাস পাইছে পানী! বিশ্ব বতৰ বিজ্ঞান সংস্থাই প্ৰকাশ কৰিছে এক উদ্বেগজনক প্ৰতিবেদন
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ নৱেম্বৰ : যোৱা দুটা দশকত গংগাত পানীৰ মুঠ পৰিমাণ হ্ৰাস পাইছে। কেৱল গংগাই নহয় নদী অৱবাহিকাৰ ভূগৰ্ভস্থ জলস্তৰো যথেষ্ট হ্ৰাস পাইছে। ৰাষ্ট্ৰসংঘৰ শাখা সংগঠন বিশ্ব বতৰ বিজ্ঞান সংস্থাই ২৯ নৱেম্বৰ মঙলবাৰে এই সন্দৰ্ভত এক…
গ্ৰুপৰ শীৰ্ষত ইংলেণ্ড, আমেৰিকাও শেষ ষোল্লত
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ নৱেম্বৰ : কাটাৰ বিশ্বকাপ আৰু দ্বিতীয়াৰ্ধত খেলৰ ৰং সলনি। ৱেলছ বনাম ইংলেণ্ডৰ মেচতো সেই ধাৰা অব্যাহত থাকিল। গ্ৰুপ বিত চাৰিওটা দলেই নকআউটৰ বাবে সম্ভাৱনা কঢ়িয়াই ফুৰিছিল। ইংলেণ্ডৰ অৱস্থা কিছু সুবিধাজনক আছিল। ইংলেণ্ডে…
ইউৰেকা! তেজৰ চেনি নিয়ন্ত্ৰণ কৰিবলৈ আহিল যুগান্তকাৰী ঔষধ, ওজন হ্ৰাস কৰাতো কৰিব সহায়
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩০ নৱেম্বৰ : তেজৰ চেনি যুগ যুগ ধৰি চলি অহা সংকট। ঘৰে ঘৰে ডায়েবেটিছ ৰোগী। নিয়মীয়াকৈ এই ৰোগৰ ওপৰত গৱেষণা কৰি অহা হৈছে। শেহতীয়াকৈ কৰা এনে গৱেষণাৰ অন্তত এবিধ নতুন ধৰণৰ ঔষধ আৱিষ্কাৰ কৰা হৈছে, যিবিধ ঔষধ গতানুগতিক…
আকাশলৈ উভতিব ‘ম্ৰিয়া’
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ধ্বংস হৈ গ’ল; কিন্তু ধ্বংসাৱশেষৰ পৰা ফিনিক্সৰ দৰে জী উঠিবলৈ গৈ আছে। নাম এণ্টন’ভ-২২৫। ৰাছিয়াৰ আক্ৰমণত ধ্বংস হৈছিল। এই বিমানখন ‘ম্ৰিয়া’ নামেৰে জনাজাত। ইউক্ৰেইনৰ mrya শব্দৰ অৰ্থ— সপোন। আনুষ্ঠানিকভাৱে ই…
নিৰ্মাণ কৰা হৈছে দ্বিতীয় ‘সূৰ্য’! পৃথিৱীয়ে কেতিয়া পাব এই কৃত্ৰিম নক্ষত্ৰ?
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ: সূৰ্যটো নুমাই যাব— বহুদিনৰ পৰা তেনেকৈয়ে চৰ্চা চলি আহিছে। ইফালে সৌৰশক্তি হৈছে জীয়াই থকাৰ শক্তি, জীয়াই থকাৰ সম্বল। গতিকে মানুহে এটা কৃত্ৰিম সূৰ্য সৃষ্টি কৰাৰ সিদ্ধান্ত ল’লে। বহু দেশে এই প্ৰকল্পত যোগদান…
মৰুভূমিত ছাম্বাৰ ছন্দ, কেচেমিৰো নায়ক হোৱা দিনটোত ব্ৰাজিলৰ ইতিহাস
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ষ্টেডিয়াম ৯৭৪ত কেইবাটাও নজিৰ গঢ়াৰ দুৱাৰদলিত থিয় দিছিল ব্ৰাজিল। প্ৰথমটো হ’ল বিশ্বকাপৰ মঞ্চত প্ৰথমবাৰৰ বাবে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰাৰ সুযোগ। দ্বিতীয়তে, বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত একেৰাহে ১৭খন…
আধা ডজন গ’লৰ যুঁজ, মেচ নহয় যেন ৰ’লাৰক’ষ্টাৰ ৰাইড!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : চলিত কাটাৰ বিশ্বকাপ নৱম দিনত প্ৰৱেশ কৰিছে। আজি ২৮ নৱেম্বৰ সোমবাৰে দিনটোৰ প্ৰথমখন খেলত কেমেৰুণ ছাৰ্বিয়াৰ মুখামুখি হয়। নিজৰ নিজৰ প্ৰথমখন খেলত দুয়োটা দলেই পৰাস্ত হৈছিল। ফলত কেমেৰুণ আৰু ছাৰ্বিয়াই তিনিটা…
নেজাল মানৱ! জন্মতে লৈ আহিল ২ ইঞ্চি দীঘল নেগুৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : মেক্সিকোৰ নুৱেভ’ লিঅ’নৰ এখন চিকিৎসালয়ত সদ্য জন্ম হোৱা এটি কন্যা শিশুৱে নেট জগতত হৈ চৈৰ সৃষ্টি কৰিছে। কাৰণ, এই কন্যা শিশুটি আন চাৰি-পাঁচটা শিশুতকৈ পৃথক। জন্মতে তেওঁৰ এক বিশেষ বৈশিষ্ট্য আছে। তেওঁৰ শৰীৰত…