Browsing Category

আন্তঃৰাষ্ট্ৰীয়

দুই ‘ছুপাৰ ছাব’ৰ গ’ল, স্পেইন-জাৰ্মানীৰ ড্ৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ নৱেম্বৰ : কাটাৰ বিশ্বকাপ ২০২২ত স্পেইনৰ আৰম্ভণি ভাল হৈছিল। প্ৰথমখন খেলত কোষ্টাৰিকাক ৭-০ গ’লত পৰাস্ত কৰিছিল। ২০১০ চনৰ চেম্পিয়ন স্পেইন। সেইবাৰ সমগ্ৰ প্ৰতিযোগিতাখনত মাত্ৰ ৮টা গ’ল কৰিয়েই খিতাপ দখল কৰা স্পেইনে এইবাৰৰ…

মেছিৰ ‘মেজিক মমেণ্ট’

দাদুল দেৱকৃষ্ণ বৰুৱা এটা লক্ষ্যৰ বাবে অপেক্ষা কৰি কৰি সময় অতীত হৈ যায়। মেক্সিকোৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ পৰিস্থিতিও একেধৰণৰ আছিল। ২০২২ চনৰ কাটাৰ বিশ্বকাপত আৰ্জেণ্টিনা দ্বিতীয়খন খেলত নামিল। যিখনত হাৰিলে এই ফুটবল মহাকুম্ভৰ পৰা বাহিৰ হৈ…

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক ফেডাৰেচনৰ সদস্য নিৰ্বাচিত অসমৰ দুগৰাকী চলচ্চিত্ৰ সমালোচক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ নৱেম্বৰ : অসমৰ দুগৰাকী প্ৰখ্যাত চলচ্চিত্ৰ সমালোচক— প্ৰাঞ্জল বৰা আৰু অপৰাজিতা পূজাৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক ফেডাৰেচন (FIPRESCI)ৰ ভাৰত অধ্যায় (India Chapter)ৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে। শিৱসাগৰৰ…

২০২৮ চনৰ ভিতৰত চন্দ্ৰত ঘাটি নিৰ্মাণ কৰিব চীনে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ নৱেম্বৰ : মহাকাশ অন্বেষণৰ ক্ষেত্ৰত নাছাৰ আধিপত্যৰ প্ৰতি বৃদ্ধি পোৱা প্ৰত্যাহ্বানৰ অংশ হিচাপে চীনে ২০২৮ চনৰ ভিতৰত চন্দ্ৰত প্ৰথমটো ঘাটি স্থাপন কৰিব বিচাৰিছে, তাৰ পিছত পৰৱৰ্তী বছৰবোৰত তাত মহাকাশচাৰী অৱতৰণ কৰাব…

প্ৰতি ১১ মিনিটৰ অন্তত এগৰাকী মহিলাক নিজৰ পৰিয়ালে হত্যা কৰে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : পাৰিবাৰিক হিংসাৰ ফলত হোৱা প্ৰাণ হেৰুৱাৰ ঘটনা কেৱল ভাৰত বা পশ্চিমীয়া দেশতেই নহয়, সমগ্ৰ বিশ্বতে এই ভয়াৱহতাই বিৰাজ কৰিছে। আন্তঃৰাষ্ট্ৰীয় হিংসা নিৰ্মূল দিৱসৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ শেহতীয়া প্ৰতিবেদনত…

ৰোনাল্ডোৰ অবিশ্বাস্য অভিলেখ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : শীৰ্ষ দহৰ ভিতৰত পৰ্তুগাল। আনহাতে ৰেংকিঙৰ ক্ষেত্ৰত ঘানা বিশ্বকাপত অংশগ্ৰহণ কৰা অন্যতম নিম্ন স্থানৰ দল। ক্রিষ্টিয়ানো ৰোনাল্ডোৰ দলৰ বহু পিছৰ দল; কিন্তু ইভেণ্টৰ বিশ্বকাপত পৰ্তুগালৰ সৈতে তুলনা কৰিব নোৱৰা…

নেইমাৰৰ মঞ্চত ৰিচাৰ্লিছনৰ দুটা গ’ল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ নৱেম্বৰ : এক বনাম একবিংশ। পাঁচবাৰৰ বিশ্ব চেম্পিয়ন বনাম যুঁজাৰু ছাৰ্বিয়া (ব্ৰাজিল বনাম ছাৰ্বিয়া)। কাটাৰত অনুষ্ঠিত বিশ্বকাপত মেছি আৰু ৰোনাল্ডোৰ পিছত নেইমাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল; কিন্তু ছাৰ্বিয়াৰ বিৰুদ্ধে…

পৃথিৱীৰ আটাইতকৈ চমু বিমানযাত্ৰা!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ নৱেম্বৰ : আজিৰ ব্যস্ত যুগত প্ৰায় সকলোৱেই দূৰৈৰ গন্তব্যস্থানলৈ যাত্ৰা কৰিবলৈ বিমান যাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ জৰিয়তে কম সময়ৰ ভিতৰতে কেইবাশ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পৰা যায়। মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে…

নেইমাৰৰ বুটত বিশ্বজয়ৰ সপোন!

দাদুল দেৱকৃষ্ণ বৰুৱা ফিফাৰ ৰেংকিঙৰ শীৰ্ষত আছে ব্ৰাজিল। আৰু জি-গ্ৰুপৰ প্ৰথম প্ৰতিদ্বন্দ্বী হৈছে ২১ নম্বৰত থকা ছাৰ্বিয়া। তথাপি বিশ্বকাপৰ অভিযান আৰম্ভ হোৱাৰ পূৰ্বে ব্ৰাজিলে যথেষ্ট সতৰ্ক। মঙলবাৰে দুৰ্বল বিপক্ষ চৌদি আৰৱৰ হাতত আৰ্জেণ্টিনা আৰু…

পুটিনৰ বৃহৎ অফাৰ! ভাৰতক দিব বৃহৎ পৰিমাণৰ পাৰমাণৱিক ইন্ধন আৰু অস্ত্ৰ-শস্ত্ৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ নৱেম্বৰ : পৰিস্থিতি যিয়েই নহওক কিয়, ভাৰতে দীৰ্ঘদিন ধৰি পাৰমাণৱিক শক্তি বা আধুনিক অস্ত্ৰৰ বাবে ৰাছিয়াৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। আনকি ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সময়তো যেতিয়া কেইবাখনো দেশে পুটিনৰ দেশত বিভিন্ন…