Browsing Category
আন্তঃৰাষ্ট্ৰীয়
‘ডিজিজ এক্স’ৰ সৈতে মোকাবিলাৰ আলোচনা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ নৱেম্বৰ : সমগ্ৰ বিশ্বতে মহামাৰী ২০১৯ চনলৈকে আছিল কেৱল কল্পনা। এই ধাৰণাটো বহু উপন্যাস, চিনেমাত দিয়া হৈছিল যদিও বাস্তৱত কেতিয়াও দেখা পোৱা যাব বুলি কোনেও বিশ্বাস কৰিব পৰা নাছিল। কিন্তু কৰ'না মহামাৰীয়ে প্ৰায় এবছৰ…
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম কন্যা উপাসনা বৰুৱা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৯ নৱেম্বৰঃ এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আৱিষ্কাৰ আৰু উদ্ভাৱনী প্ৰতিযোগিতাত দুটাকৈ ছিলভাৰ এৱাৰ্ড আৰু IBS GLOBAL SPECIAL AWARD পাই জিলিকি উঠিল অসম কন্যা উপাসনা বৰুৱা। ১৫-১৯ নবেম্বৰলৈ গোৱাৰ মাৰগাঁৱৰ ৰবীন্দ্ৰ ভৱনত…
ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱাৰ পৰিকল্পনা এলভিছ আলি হাজৰিকাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৯ নৱেম্বৰঃ শৈশৱতে সাঁতোৰ ক্ষেত্ৰখনত ২২টাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি ইতিহাস ৰচনা কৰা অসম সন্তান এলভিছ আলি হাজৰিকাই এইবাৰ পৰিকল্পনা কৰিছে ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱাৰ। ৰীলে সন্তৰণবিদ ( Relay Swimmer) ৰূপে ইংলেণ্ডৰ পৰা…
৬ নৱেম্বৰত ৰাছিয়াৰ পৰা আহি তিনিচুকীয়াত ভাষণ দিব ব্ৰহ্মকুমাৰী বি কে সন্তোষে
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৩ নৱেম্বৰ : বিশ্বৰ ১৪৬ খন দেশত বিয়পি থকা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ৰাছিয়াৰ ছেইণ্ট পিটাৰ্ছবাৰ্গ কেন্দ্ৰৰ মুখ্য সঞ্চালিকা বি কে সন্তোষে অহা ৬ নৱেম্বৰত ব্ৰহ্মকুমাৰীৰ তিনিচুকীয়াৰ ৰংপুৰীয়াস্থ ব্ৰহ্মপুত্ৰ…
টুইটাৰৰ মালিক হৈয়েই আক্ৰমণাত্মক এলন মাস্ক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : টুইটাৰ ক্ৰয়ৰ চুক্তি সম্পূৰ্ণ কৰিলে এলন মাস্কে আৰু এই চুক্তি হোৱাৰ কিছু সময়ৰ পাছতে মাস্কে টুইটাৰৰ চিইঅ’ পৰাগ আগৰৱালক বৰ্খাস্ত কৰে। চিএনবিচিৰ এক প্ৰতিবেদনত এই কথা দাবী কৰা হৈছে। কেৱল চিইঅ’ পৰাগ আগৰৱালাকে…
ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰিকল্পনা নাইঃ ঘোষণা কৰিলে ৰাষ্ট্ৰপতি পুটিনে
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ অক্টোবৰ : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয় যে ইউক্ৰেইন যুদ্ধত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাথাকিব। মস্কোত আন্তঃৰাষ্ট্ৰীয় কূটনীতি বিশেষজ্ঞসকলৰ এখন বৈঠকত তেওঁ কয়— "ইউক্ৰেইন যুদ্ধত পাৰমাণৱিক…
২০২১ চনত উৰ্ধগামী যক্ষ্মা ৰোগীৰ সংখ্যা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৮ অক্টোবৰ : বিশ্ব স্বাস্থ্য সংস্থাই ২০২১ চনত বিশ্বত যক্ষ্মা ৰোগত আক্রান্ত হোৱা লোকৰ সংখ্যা সন্দর্ভত এক প্রতিবেদন প্রকাশ কৰিছে৷ এই প্ৰতিবেদন অনুসৰি ভাৰতৰ অৱস্থা আতংকজনক। বিশ্ব স্বাস্থ্য সংস্থাৰ গ্ল’বেল টিভি ৰিপ’ৰ্ট…
ইটালীয়ে পালে প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ অক্টোবৰ : ইটালীত এক নতুন যুগৰ সূচনা হৈছে। এইবাৰ দেশখনে এগৰাকী মহিলা প্ৰধানমন্ত্ৰী পাইছে। ইটালীৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে জৰ্জিয়া মেলোনীয়ে। কেৱল সেয়াই নহয়, মেলোনীয়ে সেই দেশত আন এক…
পৰিৱেশ মন্ত্ৰালয়ৰ দায়িত্বত পৰিৱেশ কৰ্মী!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ অক্টোবৰ : ছুইডেনৰ নতুন চৰকাৰে এগৰাকী জলবায়ু কৰ্মী বা পৰিৱেশবিদক জলবায়ু মন্ত্ৰী হিচাপে নিযুক্তি দিছে। ছুইডেনৰ এইগৰাকী মন্ত্ৰীৰ নাম ৰোমিনা পৌৰমাখতাৰী। কনিষ্ঠ মন্ত্ৰী হিচাপেও তেওঁ অভিলেখ গঢ়িছে। তেওঁৰ বৰ্তমান বয়স…
দিল্লীত ইন্টাৰপলৰ সভাত উন্মোচন ১০০ টকাৰ মুদ্ৰা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ অক্টোবৰ : মঙলবাৰ, ১৮ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইন্টাৰপ'লৰ সাধাৰণ পৰিষদৰ ৯০ সংখ্যক বাৰ্ষিক বৈঠকৰ স্মৃতিত এটা স্মৃতি ডাক টিকট আৰু ১০০ টকাৰ মুদ্ৰা মুকলি কৰিছে। পিছলৈ উদ্বোধনী ভাষণত তেওঁ কয় যে…