Browsing Category

আন্তঃৰাষ্ট্ৰীয়

অৰুণাচলত দুমাহে সন্ধানহীন দুই যুৱকঃ চীনা সেনাই অপহৰণ কৰাৰ সন্দেহ পৰিয়ালৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ অক্টোবৰ : প্ৰায় দুমাহ ধৰি সন্ধানহীন হৈ আছে অৰুণাচলৰ দুজন যুৱক। চীন সীমান্তৰ ওচৰৰ অঞ্চলৰ পৰা নিৰুদ্দেশ হয় এওঁলোক। ঔষধি উদ্ভিদ বিচাৰি হাবিত প্ৰৱেশ কৰাৰ পিছৰ পৰাই নিখোজ হৈ থকা বুলি জানিব পৰা গৈছে। সন্ধানহীন…

ইউক্ৰেইন জয়ৰ দায়িত্ব বায়ুসেনাক দিলে পুতিনে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ অক্টোবৰঃ সেনাবাহিনীয়ে নহয়; এইবাৰ ইউক্ৰেইন যুদ্ধত ৰাছিয়াৰ বাহিনীৰ নেতৃত্ব দিব বায়ুসেনাই। ৮ অক্টোবৰ শনিবাৰে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। সেই দেশৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে, ইউক্ৰেইন…

৬ বছৰৰ পাছতো শুকুৱা নাই চেৰনোবিলৰ ঘাঁ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ অক্টোবৰঃ ইউক্ৰেইন যুদ্ধক লৈ পাৰমাণৱিক যুদ্ধৰ আশংকা উত্থাপন কৰিছে ৰাছিয়াই। ইফালে আন এক অধ্যয়নত পাৰমাণৱিক বিস্ফোৰণৰ ক্ষতিৰ এক অদ্ভুত ছবি প্ৰকাশ পাইছে। ১৯৮৬ চনত ইউক্ৰেইনৰ চেৰনোবিল পাৰমাণৱিক শক্তি কেন্দ্ৰত এক দুৰ্যোগ…

পেৰুত উদ্ধাৰ ৭৬টা কেঁচুৱাৰ কবৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ অক্টোবৰঃ প্ৰত্নতত্ত্ববিদসকল খনন কাৰ্যত এক ভয়ংকৰ অভিজ্ঞতাৰ সাক্ষী হৈছিল। কাৰণ দক্ষিণ আমেৰিকাৰ পেৰুত কেইবা ডজন শিশুৰ কংকাল উদ্ধাৰ কৰা হৈছে, যিবোৰক বলিদান দিয়া বুলি কোৱা হৈছিল। প্ৰত্নতাত্ত্বিকসকলে জনোৱা মতে, এই…

মালয়েছিয়াত অনুষ্ঠিত ১৫সংখ্যক আন্তৰাষ্ট্ৰীয় যুৱ শান্তি মহোৎসৱত তৃষাণু আৰু হিমাংশুৰ অংশগ্ৰহণ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,৭অক্টোবৰঃ লয়েছিয়াৰ কুৱালালামপুৰৰ ইন্টাৰনেচনেল য়ুথ চেন্টাৰত যোৱা ৩০ ছেপ্তেম্বৰত পৰা ২ অক্টোবৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যোৱা ১৫সংখ্যক আন্তৰাষ্ট্ৰীয় যুৱ শান্তি মহোৎসৱত অংশ লয় ৰাজ্যৰ দুই প্ৰতিভাশালী যুৱক…

ম্যানমাৰত ছু কীক আৰু তিনি বছৰৰ কাৰাদণ্ড

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ ছেপ্টেম্বৰ : ম্যানমাৰৰ প্ৰাক্তন শাসক তথা গণতন্ত্ৰ সমৰ্থক আন্দোলনৰ নেত্ৰী আং ছান ছু কীক সেই দেশৰ আদালতে আৰু তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। দুৰ্নীতিৰ পিছত এইবাৰ 'ৰাষ্ট্ৰীয় গোপনীয়তা ফাদিল কৰা' অপৰাধৰ বাবে…

নাছাক পৰাস্ত কৰিলে চীনেঃ টিয়ানৱেন-১ মংগল অভিযানে লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় মহাকাশ বঁটা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ ছেপ্টেম্বৰ : নাছাক পৰাস্ত কৰি চীনে লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় মহাকাশ বঁটা! চীনৰ টিয়ানৱেন-১ মংগল অভিযানক আন্তঃৰাষ্ট্ৰীয় মহাকাশ বঁটা প্ৰদান কৰা হৈছে। এই অভিযানত চীনৰ ৰবটিক্সে ইতিহাস ৰচনা কৰে। চীনৰ টিয়ানৱেন-১…

ক্ষুধাৰ অগনি : প্ৰতি চাৰি ছেকেণ্ডত এজনৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ ছেপ্টেম্বৰ : প্ৰতি চাৰি চেকেণ্ডত এজন ব্যক্তিৰ ভোকত মৃত্যু হয়। ২০ ছেপ্টেম্বৰ মঙলবাৰে বিশ্বৰ ২০০ৰো অধিক স্বেচ্ছাসেৱী সংগঠনে এই বিষয়ে সতৰ্কবাণী জাৰি কৰি বিশ্বৰ খাদ্য সংকট দূৰ কৰাৰ বাবে নিৰ্ণায়ক আন্তৰ্জাতিক…

৩০ বছৰত অবৈধভাৱে হত্যা কৰা হৈছে এক মিলিয়নতকৈ অধিক সাগৰীয় কাছ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ ছেপ্টেম্বৰ : শেহতীয়াকৈ চলোৱা এক অধ্যয়নত প্ৰকাশ পাইছে যে যোৱা ৩০ বছৰত ১১ লাখৰো অধিক সাগৰীয় কাছ অবৈধভাৱে হত্যা কৰা হৈছে। এৰিজোনা ষ্টেট ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলৰ মতে, যোৱা দহ বছৰত ৬৫খন দেশত বছৰি কমেও ৪৪ হাজাৰ কাছ…

নতুন ইতিহাস : গৌতম আদানী হ’ল বিশ্বৰ দ্বিতীয় ধনী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৬ ছেপ্টেম্বৰ : বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিছে গৌতম আদানীয়ে। বিশ্বৰ শীৰ্ষ ১০ বিলিয়নাৰৰ তালিকাত প্ৰথম স্থানত আছে এলন মাস্ক। এই তালিকাত গৌতম আদানীয়ে দ্বিতীয় ধনী ব্যক্তি হিচাপে…