Browsing Category
ইতিহাস
তেজপুৰত এজাক শিশুৰ জৰিয়তে উদ্ভাসিত হ’ল ইতিহাসপ্ৰীতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২ আগষ্ট : ঐতিহ্য প্ৰীতিৰ প্ৰতি শ্ৰদ্ধাশীল হৈ অতি আশাব্যঞ্জক ভাৱে কালি নিশা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰত তেজপুৰৰ বিভিন্ন প্ৰান্তৰ তিনিকুৰিতকৈ অধিক শিশুৱে অসমৰ শৰাইঘাটৰ ৰণকে ধৰি জাতি সুৰক্ষাৰ সৰু - বৰ…
সাঁচিপতীয়া পাণ্ডুলিপি আৰু শংকৰী চিত্ৰশৈলীৰ কৰ্মশালা সম্পন্ন
গুৱাহাটী, ১ আগষ্টঃ অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সহযোগত তথা ছ'চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱ (https://www.sankaradeva.com) নামৰ সংস্থাৰ উদ্যোগত ২৬ জুলাইৰ পৰা ৩০ জুলাই তাৰিখলৈ গুৱাহাটীস্থ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সভাকক্ষত…
শোণিতপুৰ জিলা ইতিহাস সংকলন সমিতিৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ,২৯জুলাইঃ ভাৰতীয় ইতিহাস সংকলন সমিতিৰ শোণিতপুৰ জিলা সমিতিয়ে আজি দৰং মহাবিদ্যালয়ত মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান উপলক্ষে চিত্রাঙ্কন আৰু কবিতা আবৃত্তি প্রতিযোগিতা অনুষ্ঠিত কৰা হয়।…
মৰাণ সমষ্টিৰ নাম বাহাল ৰাখক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ জুলাই : অসম নামৰ এই ভূখণ্ডৰ আদিমতম মানৱ প্ৰজাতিৰ অন্যতম মৰাণসকলৰ ইতিহাস বিজড়িত মৰাণ নামৰ ঠাইখনৰ নাম চিৰদিন বাহাল থকাটো কামনা কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থা আৰু অসম মৰাণ সভাই ৷ আজি এক বিবৃতিৰ জৰিয়তে সদৌ…
‘বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা’ সমাজ বিজ্ঞানী তৰুণ গগৈক প্ৰদান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৫ জুন : অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ অন্যতম যুৱ-ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বীৰ পুৰুষ মতাটুকুৰা বৰুৱা সমন্বয় বঁটা প্ৰদান অনুষ্ঠানটি বালিজান নাহৰণি জনকল্যাণ সংঘৰ…
বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে ভাৰতৰ একমাত্ৰ প্ৰস্তাৱ চৰাইদেউৰ মৈদাম
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ মে' : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে ভাৰতৰ একমাত্ৰ প্ৰস্তাৱ ৰূপে চৰাইদেউৰ মৈদামক বাচনি কৰা হৈছে। ইউনেস্কৰ বিবেচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা জানুৱাৰী মাহত আনুষ্ঠানিক ভাৱে পেৰিছস্থিত ইউনেস্কোৰ কাৰ্যালয়লৈ…
গৱেষক, শিক্ষাবিদ ড° ৰাজীৱ সন্দিকৈক বাঘ হাজৰিকা জাতীয় চেতনা বঁটা
মুহিউদ্দিন আহমেদক জীৱন জোৰা সাধনা বঁটা প্ৰদান
মুখপত্ৰ জাত বল্লভ উন্মোচন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৮ মে': বাঘ হাজৰিকা জাগৰণ মঞ্চ, অসমৰ প্ৰথম দ্বি-বাৰ্ষিক ৰাজ্যিক সন্মিলন আজি দেওবাৰে লখিমপুৰত অনুষ্ঠিত হয়। পুৱা উত্তৰ লখিমপুৰ…
১২ আৰু ১৩ মে’ত বিহগুৰিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ,৮মে' : কুৰি শতিকাৰ প্ৰথম দুটা দশকত অসমৰ জাতীয় জীৱনলৈ ইতিবাচক জোৱাৰ আনোতা, অসমৰ সামাজিক ৰাজনৈতিক জীৱনৰ আন এজন মহীৰূহ তথা বিহগুৰিৰ গৌৰৱ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান অহা ১২ আৰু ১৩ মে'ত…
দৰং, শোণিতপুৰৰ একাধিক সত্ৰ-দেৱালয় পৰিদৰ্শন অসম সত্ৰ আয়োগৰ, সত্ৰাধিকাৰ-সত্ৰ প্ৰতিনিধিৰে বৈঠক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২ এপ্ৰিল : সত্ৰসমূহ অসমৰ প্ৰাণ । আমাৰ ভাষা-কৃষ্টি-সংস্কৃতি-পৰম্পৰা সত্ৰসমূহে জীয়াই ৰাখিছে । এখন সত্ৰ বৰ্তি থাকিবলৈ হ'লে বহু উপাদানৰ প্ৰয়োজন । সত্ৰৰ ভূমি পূৰ্বৰ দৰে হৈ থকা নাই। ৰাজ্যখনৰ একমাত্ৰ মাজুলীৰ আউনীআটি…
তেজপুৰ আদালতৰ উদ্যোগত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী উদযাপন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫ এপ্ৰিলঃ আজি তেজপুৰ মহাবিদ্যালয়ৰ সন্মিলন কক্ষত তেজপুৰ আদালতৰ উদ্যোগত ১৯৪৮ চনত স্থাপিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী উদযাপন কৰা হয়। তেজপুৰ আদালতৰ জিলা আৰু সত্ৰ ন্যায়াধীশ চত্ৰ ভূষন গগৈয়ে বন্তি…