Browsing Category

ইতিহাস

লখিমপুৰৰ মাঘনোৱাত মূৰ্তি উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ নৱেম্বৰঃ লখিমপুৰ জিলাৰ ঐতিহ্যমণ্ডিত মাঘনোৱা দ'লৰ সমীপৰ এখন পথাৰত অলপতে কমল বৰা নামৰ এজন লোকে গৰু এৰাল দিবলৈ যাওতে পথাৰৰ বোকাত আধা পোত খাই থকা অৱস্থাত এই মূৰ্তিেটা উদ্ধাৰ কৰি আনি নিজ গৃহৰ গোসাই ঘৰত ৰাখে। এই খবৰ লাভ…

তিনিচুকীয়াত সুন্দৰবনৰ সুন্দৰী পুলি ৰোপণেৰে বীৰ লাচিতক স্মৰণ পৰিৱেশ সুৰক্ষা সমিতিৰ

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ নৱেম্বৰ : বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি আজি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত পৰিৱেশ সুৰক্ষা সমিতি নামৰ সংগঠনটোৱে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী বৰ্ষজোৰা…

লখিমপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰ বীৰ লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৪ নৱেম্বৰঃ জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে আজি লখিমপুৰৰ বিভিন্ন প্ৰান্তত লাচিত দিৱস উদযাপন কৰা হয়৷ তদুপলক্ষে আজি লখিমপুৰৰ ত্যাগক্ষেত্ৰত হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ লগতে লখিমপুৰ জিলা সমিতি…

টাই আহোমৰ পৰম্পৰাগত “বান্ ফি” পূজাৰে লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি শোণিতপুৰ জিলা প্ৰশাসনৰঃ

অসমৰ প্ৰথমটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শ্ৰদ্ধাঞ্জলি তেজপুৰ নেহৰু ময়দানক লাচিত বাকৰি নামকৰণ কৰিবলৈ দাবী শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৪ নবেম্বৰঃ অসম আৰু অসমীয়াৰ শৌৰ্য্য বীৰ্য্যৰ প্ৰতীক, মহাবীৰ লাচিত…

তেজপুৰ বিশ্ববিদ্যালয়ত লাচিত বৰফুকনৰ জন্মজয়ন্তী উপলক্ষে বক্তৃতানুষ্ঠান

তেজপুৰ ২৪ নৱেম্বৰঃ অসম চৰকাৰে আড়ম্বৰপূৰ্ণ ভাৱে আয়োজন কৰা মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি লাচিত দিৱসৰ দিনা এক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়৷ বিশ্ববিদ্যালয়ৰ কাউন্সিল হলত…

 লখিমপুৰত দুদিনীয়াকৈ লাচিত দিৱস

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২২ নৱেম্বৰঃ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী লাচিত দিৱসটি এইবাৰ লখিমপুৰৰ ত্যাগক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত কৰা হৈছে৷ হিন্দু যুৱ ছাত্ৰ পৰিষদ, লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু…

মহাবীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী উদযাপন উপলক্ষে ভট্টদেৱ বিশ্ববিদ্যালয়ত মনোজ্ঞ বক্তৃতানুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২২ নৱেম্বৰঃ মহাবীৰৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপনৰ অংশ হিচাপে আজি ২২ নৱেম্বৰত পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ উদ্যোগত আৰু বজালী জিলা প্ৰশাসনৰ সহযোগত "লাচিত বৰফুকনৰ জীৱন‌ আৰু কৃতিত্ব"…

 তিনিচুকীয়াত বীৰ ৰাঘৱ মৰাণ দিৱস উদযাপন

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৯ নৱেম্বৰ : অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত আৰু অসম মৰাণ সভাৰ উদ্যোগত তথা সদৌ মৰাণ ছাত্ৰ সন্থা, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ সাহিত্য সভা, সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ আৰু মৰাণ জাতীয়…

আজি আৰু কাইলৈ তেজপুৰত ইতিহাস সৃষ্টি কৰি প্ৰদৰ্শিত হ’ব ‘লাচিত-বুৰঞ্জী লিখা তৰোৱাল’

শব্দ-পোহৰৰ মায়াজালত মুক্তাংগণত ঘোঁৰাত উঠি লাচিত মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈঃ হাতীত উঠি প্ৰতাপ সিংহৰ চৰিত্ৰত বিধায়ক পদ্ম হাজৰিকাঃ চক্ৰধ্বজ সিংহৰ ৰূপত কলাগুৰুৰ পুত্ৰ পৃথ্বিৰাজ ৰাভাঃ আতন বুঢ়াগোহাঁইৰ চৰিত্ৰত জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়া…