Browsing Category

ইতিহাস

তেজপুৰৰ ভোমোৰাগুৰিত বীৰ সেনাপতি কলীয়াভোমোৰাৰ আৱক্ষ মূৰ্ত্তি আৰু উদ্যান নিৰ্মাণৰ আহ্বান

শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭অক্টোবৰ: তেজপুৰ নগাঁও সংযোগী তথা ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলং আনুষ্ঠানিক ভাবে উদ্বোধন কৰাৰ বাবে সৰ্বসাধাৰণে অপেক্ষা কৰাৰ সময়তে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে এখন উদ্যানৰ লগতে আহোম ৰাজত্ব কালৰ বীৰ সেনাপতি কলীয়া ভোমোৰাৰ…

তেজপুৰৰ হৰ্জ্জৰ পুখুৰীৰ পাৰত আঢ়ৈশ শিল্পীৰ অভিনয়ৰে প্ৰাণ পাব “লাচিত – বুৰঞ্জী লিখা…

শব্দ - পোহৰৰ মায়াজালত ঐতিহাসিক হজৰা পুখুৰী পাৰত বিশেষ শৈলীৰে মুক্তাংগণত "লাচিত - বুৰঞ্জী লিখা তৰোৱাল" আতন বুঢ়াগোহাঁইৰ চৰিত্ৰত অসমীয়া চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়া -জীৱন্ত হাতীত উঠি প্ৰতাপ সিংহৰ চৰিত্ৰ ৰূপায়ণ কৰিব…

১৬, ১৭ ডিচেম্বৰত বিহগুৰিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৩০ অক্টোবৰ: কুৰি শতিকাৰ প্ৰথম দুটা দশকত অসমৰ জাতীয় জীৱনলৈ ইতিবাচক জোৱাৰ আনোতা, অসমৰ সামাজিক ৰাজনৈতিক জীৱনৰ বৰনাওখনৰ কাণ্ডাৰী তথা বিহগুৰিৰ গৌৰৱ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাৰ মৃত্যু শতবৰ্ষৰ সামৰণি অনুষ্ঠান অহা ১৬ আৰু ১৭…

শীঘ্ৰেই পুনৰ বৃদ্ধি পাব চাহ শ্ৰমিকৰ মজুৰি

তেজপুৰ,২০অক্টোবৰ: “লাচিত বৰফুকনেই এগৰাকী বীৰ, যি গৰাকী বীৰৰ কাহিনীয়ে আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে। যি গৰাকী বীৰৰ কাহিনীয়ে আমাক উদ্বুদ্ধ কৰি আহিছে৷ সাহস দিছে জীৱন যুদ্ধত৷ প্ৰত্যাহবানৰ আগত থিয় হ'বলৈ আমাক সাহস দিছে৷ তেনে এগৰাকী বীৰৰ…

তেজপুৰত আত্মবলিদান দিৱস পালন

শতাব্দ প্ৰতিনিধি তেজপুৰ,২০ছেপ্টেম্বৰ: দেশৰ স্বাধীনতা আন্দোলনৰ অমৰ ছহিদ কনকলতা বৰুৱাৰ আত্মবলিদান দিৱস উপলক্ষে আজি সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো ছাত্ৰ সংগঠন ডি এছ অ'ৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰৰ আদালত পাচঁ‌ আলিত আত্মবলিদান দিৱস পালন কৰা…

কলাগুৰুৰ পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ প্ৰথমবাৰৰ বাবে প্ৰতিচ্ছবি উন্মোচন

শতাব্দ প্ৰতিনিধি, তেজপুৰ ৫ ছেপ্টেম্বৰঃ অসমৰ সাহিত্য-সংস্কৃতি ক্ষেত্ৰখনৰ কিংবদন্তি তথা বহু গুণ গৰিমাৰে মহিমামণ্ডিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পিতৃ চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ প্ৰতিচ্ছবিৰ লগতে আন্তজাৰ্তিক খ্যাতিসম্পন্ন আলোকচিত্ৰ শিল্পী…

১৫০ মিলিয়ন বছৰ পুৰণি ডাইনোছৰৰ কংকাল উদ্ধাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ আগষ্ট : ইউৰোপত আৱিষ্কাৰ হোৱা আটাইতকৈ ডাঙৰ ডাইনোছৰ হ’ব পৰা এটা ডাইনোছৰৰ অৱশিষ্টখিনি পৰ্তুগীজৰ এখন বাগিচাত খনন কৰা হৈছে। ২০১৭ চনত মধ্য চহৰ পম্বালত এজন লোকে নিজৰ ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সময়তে আৱিষ্কাৰ হৈছিল এটা…

উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ গৱেষণাগাৰ “ঐতিহ্য…

শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৫ আগষ্ট : উত্তৰ পূৰ্বাঞ্চলৰ মহাবিদ্যালয় সমূহৰ ভিতৰত "প্ৰাণীবিজ্ঞান" বিভাগৰ সৰ্ববৃহৎ গৱেষণাগাৰ হিচাপে পৰিগণিত তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ এই গৱেষণাগাৰটো এক উন্নতমানৰ সংগ্ৰহালয় হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰে বিশেষ…

তেজপুৰ বিশ্ববিদ্যালয়ত ‘অসমৰ স্বল্পখ্যাত স্বাধীনতা সংগ্রামী’ শীর্ষক আলোচনা-সত্ৰ সম্পন্ন 

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৩আগষ্ট: ভাৰতবৰ্ষৰ ৭৫ বছৰ পূর্তি উপলক্ষ্যে, বছৰজুৰি উদযাপিত 'মহাৰজত জয়ন্তী'ৰ বিশেষ পদক্ষেপ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি কালি তেজপুৰ বিশ্ববিদ্যালয়ত 'অসমৰ স্বল্পখ্যাত স্বাধীনতা সংগ্রামী' বিষয়ক এখন…

আমেৰিকাৰ সংগ্ৰহালয়ত স্থান ভাৰতীয় পাইলট জয়া আগৰৱালাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ আগষ্ট : উত্তৰ মেৰুৰ ওপৰেৰে সফলতাৰে বিমান উৰুৱাই নিয়া যোৱা বছৰৰ এয়াৰ ইণ্ডিয়াৰ সৰ্বমহিলা পাইলট দলটোৰ নেতৃত্ব দিয়া জয়া আগৰৱালাক ছান ফ্ৰান্সিস্কো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (এছ এফ অ’)ৰ বিমান সংগ্ৰহালয়ত স্থান…