Browsing Category

ইতিহাস

আমেৰিকাৰ সংগ্ৰহালয়ত স্থান ভাৰতীয় পাইলট জয়া আগৰৱালাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২১ আগষ্ট : উত্তৰ মেৰুৰ ওপৰেৰে সফলতাৰে বিমান উৰুৱাই নিয়া যোৱা বছৰৰ এয়াৰ ইণ্ডিয়াৰ সৰ্বমহিলা পাইলট দলটোৰ নেতৃত্ব দিয়া জয়া আগৰৱালাক ছান ফ্ৰান্সিস্কো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (এছ এফ অ’)ৰ বিমান সংগ্ৰহালয়ত স্থান…

তেজপুৰত স-পত্নীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৪ আগষ্টঃ সম্পূৰ্ণ ব্যক্তিগত ভ্ৰমণ সূচীৰে আজি শিলে কথা কোৱা, পুৰাতন স্থাপত্য - ভাস্কৰ্য্যৰ স্থলী তথা সাস্কৃতিক নগৰী তেজপুৰত উপস্থিত হয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰাছমিন মানহাৰভাই ছায়া ৷ তেজপুৰত উপস্থিত…

ছহিদ কনকলতা বৰুৱালৈ শ্ৰদ্ধাঞ্জলি তেজপুৰতঃ ১৮ টকীয়া পতাকা ব্লেকত বিক্ৰী তিনিশ টকাত

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১৩আগষ্ট: তেজপুৰৰ ঔগুৰি পাহাৰ স্হিত কনকলতা উদ্যানত আজি শোণিতপুৰ প্ৰশাসনে দেশৰ স্বাধীনতা আন্দোলনৰ ছহিদ কনকলতা বৰুৱাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ উদ্যানখনত থকা স্বাধীনতা সংগ্ৰামী তথা ছহিদ গৰাকীৰ প্ৰতিমূৰ্ত্তিত…

লখিমপুৰত ৬৫ ফুট উচ্চতাত উৰিল বৃহৎ ৰাষ্ট্ৰীয় পতাকা

 শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৩ আগষ্টঃ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে তথা কেন্দ্ৰীয় চৰকাৰৰ আজাদী কি অমৃত মহোৎসৱৰ অংশ হিচাপে আজি লখিমপুৰত উত্তোলন হয় ১০ ফুট দৈঘ্য, ১৫ ফুট প্ৰস্থৰ এখন বৃহৎ ৰাষ্ট্ৰীয় পতাকা ৷ লখিমপুৰ নগৰৰ ৰহঢলা পুখুৰীৰ…

অষ্টম শ্ৰেণীৰ পৰা বাধ্যতামূলক হ’ব বুৰঞ্জী আৰু ভূগোল : মুখ্যমন্ত্রী

শতাব্দ গুৱাহাটী,১৩ আগষ্টঃ আগন্তুক শিক্ষাবৰ্ষৰ পৰা অসমৰ শৈক্ষিক ক্ষেত্রত সংযোজিত হ'ব বুৰঞ্জী আৰু ভূগোল। অষ্টম শ্ৰেণীৰ পৰা ভাৰত বুৰঞ্জীৰ লগতে অসম বুৰঞ্জী বাধ্যতামূলক হ'ব। লগতে বাধ্যতামূলক হ'ব ভূগোল। এইক্ষেত্রত পাঠ্যক্ৰম প্ৰস্তুত কৰি থকা হৈছে।…