Browsing Category

উত্তৰ পূৰ্বাঞ্চল

পাছিঘাটত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান লুম্মেৰ দাইৰ জন্ম দিৱস উদযাপন

পাছিঘাটৰ পৰা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,১ জুন: বিশিষ্ট সাহিত্যিক লুম্মেৰ দায়ে অৰুণাচলৰ ভূমিত আজিলৈকে উচিত সন্মান লাভ নকৰিলে। অৰুণাচলৰ নতুন প্ৰজন্ম লুম্মেৰ দাইৰ সাহিত্য কৃতি আৰু অসম-অৰুণাচলৰ সমন্বয়ত এইগৰাকী প্ৰথিতযশা সাহিত্যিকৰ অৱদান সম্পৰ্কে…

লখিমপুৰৰ বলিনাৰায়ণ ফুকনলৈ অৰুণাচল চৰকাৰৰ উচ্চ শিক্ষাৰ আটাইতকৈ সন্মানীয় বঁটা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ ছেপ্টেম্বৰঃ অৰুণাচল প্ৰদেশৰ উচ্চ শিক্ষা খণ্ডত অনবদ্য অৱদান আগবঢ়োৱা ইটানগৰৰ ডেৰা নাটুং চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা লখিমপুৰৰ বিশিষ্ট ব্য়ক্তি বলিনাৰায়ণ ফুকনক অৰুণাচল চৰকাৰে উচ্চ শিক্ষাৰ আটাইতকৈ…

অৰুণাচল প্ৰদেশৰ বনকৰ্মীক অস্ত্ৰ সম্পৰ্কীয় মৌলিক প্ৰশিক্ষণ প্ৰদান

উত্তৰ লখিমপুৰ, ৯ ছেপ্টেম্বৰঃ অৰুণাচল প্ৰদেশত অৱস্থিত কিমিনৰ আই টি বি পি বাহিনীৰ নিউ ৰিজাৰ্ভ ট্ৰেইনিং চেণ্টাৰত বন বিভাগৰ কৰ্মীসকলৰ বাবে দুদিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়। অৰুণাচল প্ৰদেশৰ বন বিভাগে বনকৰ্মীসকলক মৌলিক অস্ত্ৰ সম্পৰ্কীয়…

সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৯ আগষ্টঃ কেবা দশক ধৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বা বাতৰিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সৰব হৈ থকা বিশিষ্ট সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি দিয়া হৈছে৷ কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ…

অৰুণাচলত সংঘৰ্ষত নিহত এন এছ চি এন কেডাৰ : ধৃত ১ : মাৰণাস্ত্ৰ জব্দ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ আগষ্ট : অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত নিৰাপত্তা বাহিনীৰ সৈতে সংঘটিত এক সংঘৰ্ষত নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ (নিকি-ছুমি) এজন শীৰ্ষ কেডাৰ নিহত হোৱাৰ লগতে আন এজন কেডাৰক অভিযানকাৰী দলে আটক কৰিবলৈ সক্ষম হয়…

ইতিহাস সৃষ্টিৰে ডিমাছা জনগোষ্ঠীৰ প্ৰথম গৰাকী IPS বিষয়া হাফলঙৰ দীক্ষা লাংথাছা ( ফটো সংবাদ) 

ইতিহাস সৃষ্টিৰে ডিমাছা জনগোষ্ঠীৰ প্ৰথম গৰাকী IPS বিষয়া হাফলঙৰ দীক্ষা লাংথাছা ( ফটো সংবাদ) (Diksha Langthasa from Haflong who cracks UPSC Examination recorded History for the Dimasa Community of Northeast.  First Lady IPS Officer From…

অসম-অৰুণাচল সীমান্তৱৰ্তী নাৰায়ণপুৰৰ গৰুবন্ধাত অসমৰ ভূমিত অৰুণাচলৰ পথ নিৰ্মাণৰ প্ৰচেষ্টা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৩ জুলাই ঃ কেন্দ্ৰীয় চৰকাৰে অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে চুবুৰীয়া ৰাজ্য অৰুণাচলে এতিয়াও অসমৰ ভূমিলৈ আগ্ৰাসী মনোভাৱ গ্ৰহণ কৰি আহিছে৷ যোৱা শনিবাৰে তেনে এক কথাই প্ৰতিপন্ন…

মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবীঃতেজপুৰত মহিলা কংগ্ৰেছৰ প্ৰতিবাদী সমদল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২২জুলাইঃ মণিপুৰত দুগৰাকী মহিলাৰ ওপৰত চলোৱা পাশৱিক নিৰ্যাটনৰ ঘটনাৰ সুবিচাৰ দাবীৰে আৰু এই জঘন্য কাণ্ডৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং,দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক জগৰীয়া…

মণিপুৰ কাণ্ডঃ  ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেচন আৰু তেজপুৰ…

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২২ জুলাই: গোষ্ঠীগত সংঘৰ্ষত বিধ্বস্ত মণিপুৰৰ দুগৰাকী মহিলাৰ ওপৰত হোৱা অমানৱীয় নিৰ্যাতনৰ চাঞ্চল্যকৰ ভিডিঅ’ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেচন আৰু তেজপুৰ জিলা মহিলা সমিতিয়ে দেশৰ ৰাষ্ট্ৰপতিলৈ এক পত্ৰ…

মণিপুৰৰ বৰ্বৰ- জঘন্য কাণ্ডত জড়িতক ফাঁচী দিয়ক- সদৌ মিচিং নাৰী সংস্থা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২২ জুলাই ঃ চুবুৰীয়া ৰাজ্য মণিপুৰত সংঘটিত হোৱা জঘন্য-বৰ্বৰ অমানৱীয় কাণ্ডৰে জড়িত সকলক শীঘ্ৰে ফাঁচীৰ দাবী জনাইছে টাকাম মিচিং মিমৌ কেবাং তথা সদৌ মিচিং নাৰী সংস্থাই৷ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত সংস্থাটোৱে এখন…