যুদ্ধ জাহাজৰ নেতৃত্বত প্ৰথমবাৰলৈ এজন অৰুণাচলী যুৱক
ইটানগৰ, ১ জুলাইঃ ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজক এইবাৰ নেতৃত্ব দিব এজন অৰুণাচলী যুৱকে। যুদ্ধ জাহাজক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ প্ৰথমজন বিষয়া হিচাপে পৰিগণিত হৈছে ৰনি চৌপু। শনিবাৰে এক আনুষ্ঠানিক বিবৃতিত এই খবৰ প্ৰকাশ পাইছে।…