Browsing Category

এক্সক্লুছিভ

কেৱল শতাব্দৰ গ্ৰাহক সদস্যসকলেহে পঢ়িব পৰা লেখাসমূহ

কণী খাবলৈ ভাল পায় আপুনি? জানি লওক লোকচান বেছি নে লাভ বেছি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : প’চ কৰা বা ভজা, আমলেট কৰা বা আধা সিজোৱা কণী— খাই ভাল পায় চাগে আপুনি! ৰন্ধাটোও সহজ। আকৌ পুষ্টিকৰ উপাদানৰেও ভৰপূৰ। এটা কণীত ১৪৩ কেলৰি শক্তি থাকে, প্ৰটিন থাকে ১২.৫৬ শতাংশ। যিসকলে কণী খাই ভাল পায়, তেওঁলোকে…

গাড়ী কিনক আৰু আকাশত উৰক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : ধৰি লওক, কোটি টকা খৰচ কৰি আপুনি সপোনৰ গাড়ীখন কিনিছে। কিন্তু যেতিয়া সেই গাড়ী চিগনেল আৰু ট্ৰেফিক জামৰ বাবে আবদ্ধ হৈ পৰে, তেতিয়া বাৰু কেনে লাগে? ভৱিষ্যতে আৰু এনে দিন দেখা নাপাব। গাড়ী এতিয়া উৰি যাব।…

১ মিনিটতে পাবগৈ গন্তব্যস্থানঃ বিশ্বৰ আটাইতকৈ চমু দূৰত্বৰ বিমান যাত্ৰা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ আগষ্ট : বিমান যাত্ৰাৰ সময়সীমা মাত্ৰ ১ মিনিট! হয়, শেহতীয়াকৈ এজন ট্ৰেভেল ব্লগাৰৰ ভিডিঅ’ত আহিল বিশ্বৰ আটাইতকৈ সৰু বিমানখনৰ কথা। পৃথিৱীৰ এটা মূৰৰ পৰা আনটো মূৰলৈ সহজে যাব পৰা একমাত্ৰ উপায় হৈছে বিমান। এতিয়া চৰ্চালৈ…

পৃথিৱীৰ একমাত্ৰ এখন নৈত মাছ ধৰিব নালাগে, জপিয়াই ওচৰ চাপি আহে

শতাব্দ বিশেষ প্ৰতিনিধি, ১৭ আগষ্টঃ জাল বা জুলুকীৰে মাছ ধৰিব নালাগে। মাছবোৰ নিজে নিজে আহিব আপোনাৰ ওচৰলৈ। অবিশ্বাস্য যেন লাগিলেও আমেৰিকাৰ এখন নদীত এনে ঘটনা সংঘটিত হৈছে। ভাবিলে আচৰিত লাগে, আমেৰিকাৰ ইলিনয় ৰাজ্যৰ এখন গাঁৱত এনে পৰিঘটনা সংঘটিত হয়।…

স্বাধীনতাৰ বছৰত কি বস্তুৰ দাম কিমান আছিল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ আগষ্ট : ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ ৭৫ বছৰত বহু বিৱৰ্তন ঘটিছে। উন্নয়নশীল দেশৰ পৰা উন্নত দেশলৈ ৰূপান্তৰিত হৈছে ভাৰত। লগতে স্বাধীনতাৰ পাছৰ পৰা কেইবাটাও বস্তুৰ দাম আকাশলংঘী হৈছে। ১৯৪৭ চনৰ পৰা ২০২২ চনলৈ পেট্ৰ’ল, সোণ…

ভাৰতীয় ৰে’লৱেৰ ইতিহাস সৃষ্টিঃ ৮ বছৰত ৩০,৫৮৫ কিলোমিটাৰ লাইন বৈদ্যুতিকৰণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ আগষ্ট : আমাৰ দেশৰ যাতায়াতৰ অন্যতম মাধ্যম হ’ল ৰে’ল ৷ প্ৰতিদিনে লাখ লাখ লোক ৰে'লযোগে নিজৰ গন্তব্যস্থানত উপস্থিত হয়। এই কাৰণেই ৰে’ল কৰ্তৃপক্ষই ক্ৰমান্বয়ে সামগ্ৰিক আন্তঃগাঁথনি উন্নত কৰাৰ লগতে যাত্ৰীসকলৰ সঠিক সেৱা…

নিষিক্ত ডিম্বাণু-শুক্ৰাণু অবিহনেই সৃষ্টি কৰা হ’ল বিশ্বৰ প্ৰথমটো ভ্ৰূণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ আগষ্ট : ইজৰাইলৰ ইউচেমান ইনষ্টিটিউট অৱ চাইন্সৰ বিজ্ঞানীসকলে এট অসম্ভৱ কাম সম্ভৱ কৰি তুলিলে। পিতৃ-মাতৃ বা নিষিক্ত ডিম্বাণু আৰু শুক্ৰাণু অবিহনেই এটা ভ্ৰূণ সৃষ্টি কৰিলে তেওঁলোকে। ‘সহায়ক প্ৰজনন প্ৰযুক্তি’ ব্যৱহাৰ কৰি…

৮১ বছৰীয়া বিৰল পতাকাখন আজিও সংৰক্ষিত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ আগষ্টঃ এইবাৰ স্বাধীনতাৰ ৭৫ বছৰ। স্বাধীনতা লাভ কৰাৰ পূৰ্বৰ "ভাৰত ত্য়াগ" আন্দোলনত ব্য়ৱহৃত এখন পতাকা আজিও সযতনে সাঁচি থৈছে ঢকুৱাখনাৰ বাসুদেৱ থানৰ প্ৰসিদ্ধ মুক্তিযোদ্ধা শিৱচন্দ্ৰ দেৱগোস্বামীৰ পুত্ৰ তথা থানখনৰ বৰ পূজাৰী…

এটা কুকুৰা কণীৰ দাম ৪৮ হাজাৰ টকা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ আগষ্ট : প্ৰিয় খাদ্যৰ তালিকাত কণীক বিভিন্ন লোকে ঠাই দিয়ে। কণী সহজলভ্য হোৱাৰ বাবে ইয়াৰ চাহিদাও অধিক হয়।বজাৰত এটা কণীৰ দাম অতি বেছি ১০ টকাৰ পৰা ১৫ টকা। কিন্তু এই প্ৰতিবেদনত আজি আমি আপোনালোকৰ সন্মুখত এনে এটা কণীৰ…

১১ দিনত এবছৰ ! নতুন পৃথিৱী আৱিষ্কাৰ নাছাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ আগষ্ট : এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো অংশতে লুকাই আছে গোপনীয়তা। সেই ৰহস্য উন্মোচন কৰিবলৈ বিজ্ঞানীসকল বছৰ বছৰ ধৰি দীঘলীয়া গৱেষণাত নিয়োজিত হৈ আহিছে। অৱশ্যে এইবাৰ এক আশ্চৰ্যজনক তথ্য পোহৰলৈ আহিছে। শেহতীয়াকৈ…