Browsing Category

এক্সক্লুছিভ

কেৱল শতাব্দৰ গ্ৰাহক সদস্যসকলেহে পঢ়িব পৰা লেখাসমূহ

খাদ্য আৱৰ্জনাৰে কম খৰচী জৈৱিক ইন্ধন উৎপাদন তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ

শতাব্দ প্ৰতিনিধি,তেজপুৰ,১১আগষ্ট: তেজপুৰ বিশ্ববিদ্যালয়ৰ এগৰাকী আন্তৰাষ্ট্ৰীয় গৱেষক তথা ইজিপ্তৰ আলেকজেণ্ড্ৰিয়াৰ নিবাসী খলিফা চৈয়দে জৈৱিক ইন্ধনৰ উৎপাদন আৰু ব্যয় হ্ৰাসৰ ক্ষেত্ৰত সফলতা লাভ কৰিছে৷ গৱেষকজনে তেলৰ আৱৰ্জনা তথা পেলনীয়া খাদ্য সামগ্ৰী,…

আশ্চৰ্যঃ  ৫০ বছৰৰ পাছত অন্ধ হৈ পৰে গাঁৱৰ পুৰুষসকল

শতাব্দ বিশেষ প্ৰতিনিধি, ১১ আগষ্টঃ সেউজীয়াৰে আগুৰি থকা পাহাৰীয়া গাঁওখনৰ মুঠ বাসিন্দা ৩৬০ জন। ইয়াৰে ৭৫ শতাংশ অন্ধ। শুনিলে আচৰিত হ’লেও এই কথা সঁচা। কাৰণ উত্তৰ আমেৰিকাৰ দেশ পেৰুৰ সেই দুৰ্গম পাহাৰীয়া গাঁৱৰ মানুহবোৰৰ ভাগ্য এয়াই। সংবাদ…

বালিয়ে পোতা এখন গাঁৱৰ কথা

বিনয় কৃষ্ণ তামুলী ফুকন "গেৰমে" ভূচিত্ৰাৱলীত নথকা এখন সৰু নৈ। নৈ বুলি ক'বলৈ বেয়াই লাগে। খৰালি কালত সাপৰ নেগুৰ যেন। কিছু সময়ত পানী নাথাকেই। পানী নথকা সময়ত পাৰৰ গঞাই নৈৰ বুকুত গাঁত খান্দি খোৱা পানী, গা পখলা পানী মানে দৈনন্দিন জীৱনৰ বাবে…

মিছন সমুদ্ৰযানঃ প্ৰথমবাৰৰ বাবে সাগৰৰ ৬ কিলোমিটাৰ গভীৰতালৈ ভাৰতৰ অভিযান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ আগষ্ট : চন্দ্ৰযানৰ পিছত মঙলায়ন। আৰু এইবাৰ সমুদ্ৰায়ন। মহাকাশৰ পিছত এইবাৰ গভীৰ সাগৰ। প্ৰকৃতিৰ ৰহস্য ভেদ কৰিবলৈ ভাৰতে এক নতুন অভিযান হাতত লৈছে। সাগৰত ৬০০০ মিটাৰ গভীৰতালৈ মানুহ পঠোৱাৰ লক্ষ্য। কিছু পৰিমাণে চাবমেৰিনৰ…

ফৰিঙে ধৰা পেলাব কেন্সাৰ !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ আগষ্ট : বহু সময়ত যেতিয়া কেন্সাৰ ধৰা পৰে, তেতিয়া ইমান দেৰি হয়গৈ যে ইয়াৰ চিকিৎসা কৰাটো অতি কঠিন হৈ পৰে। কেতিয়াবা চিকিৎসকে কৰিব পৰা একো নাথাকে। গতিকে সময়মতে ৰোগ নিৰ্ণয় কৰাটো অতি প্ৰয়োজনীয়। আৰু এই সমস্যা…

আমেৰিকাত কেতিয়া উপস্থিত হৈছিল মানুহ? আৱিষ্কৃত মেমথৰ হাড়ে সৃষ্টি কৰিছে নতুন বিতৰ্ক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ আগষ্ট : বিজ্ঞান কেতিয়াও স্থিতিশীল নহয়, নতুন সঁজুলি আৰু কৌশল উপলব্ধ হোৱাৰ লগে লগে ইয়াৰ বিকাশ ঘটে। পুৰণি জ্ঞানক পৰীক্ষা আৰু অধ্যয়নৰ ওপৰত ভিত্তি কৰি নতুনৰ সৈতে আপডেট কৰা হয়। পৰিৱৰ্তন অৱশ্যেই একমাত্ৰ ধ্ৰুৱক আৰু এই…

ভেড়া পোৱালি শ্বাউন হ’ব ‘আকাশচাৰী’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ আগষ্ট : জনপ্ৰিয় ভেড়া এটা অতি সোনকালে মহাকাশলৈ যাব। যদিও 'মানুহৰ বাবে ই এটা সৰু পদক্ষেপ হ'ব পাৰে, ভেড়া জাতিৰ বাবে কিন্তু এটা বিশাল জাঁপ'। এনিমেটেড টেলিভিছন ছিৰিজ 'শ্বাউন দ্য শ্বীপ'ৰ শিৰোনাম চৰিত্ৰ শ্বাউন বিদেশৰ…

বিলুপ্ত হোৱা বুলি ভবা বিৰল হামিংবাৰ্ড পুনৰাৱিষ্কাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ আগষ্ট : এটা দশকৰো অধিক সময় ধৰি সন্ধানহীন হৈ থকা এবিধ বিৰল হামিংবাৰ্ড কলম্বিয়াৰ এজন পক্ষী নিৰীক্ষকে পুনৰ আৱিষ্কাৰ কৰিছে। কলম্বিয়াৰ ছিয়েৰা নেভাদা ডি চান্টা মাৰ্টা হাইলেণ্ডৰ বাবে একচেটিয়া এক বৃহৎ হামিংবাৰ্ড…

পুনৰ্জন্ম ! সফল গাহৰিৰ ওপৰত কৰা পৰীক্ষাঃ এতিয়া মানুহৰ পাল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ আগষ্ট : মৃত্যুৰ সিপাৰৰ পৰা কাৰোবাক ঘূৰাই অনাটো সম্ভৱনে? এবাৰ মৃত্যু হ’লে পুনৰ জীৱনলৈ ঘূৰি অহাটো সম্ভৱ? বিজ্ঞানে প্ৰায় এনে এক অসম্ভৱক সম্ভৱ কৰাৰ সম্ভাৱনাৰ ইংগিত দিয়ে। আৰু ইয়াৰ আঁৰত আছে ইয়েল বিশ্ববিদ্যালয়ৰ…

উদ্ধাৰ ১৮ মিলিয়ন বছৰ পুৰণি জুৰাছিক যুগৰ সম্পদ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৪ আগষ্টঃ বিজ্ঞানীসকলে প্ৰায়েই পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ জীৱাশ্ম বিচাৰি পায়। যিবোৰে নিত্য নতুন ৰহস্য উন্মোচন কৰে। এই ক্ষেত্ৰত শেহতীয়াকৈ ইংলেণ্ডৰ এখন পথাৰত জুৰাছিক যুগৰ জীৱাশ্মৰ এটা ভাৰ্চুৱেল…