Browsing Category

এক্সক্লুছিভ

কেৱল শতাব্দৰ গ্ৰাহক সদস্যসকলেহে পঢ়িব পৰা লেখাসমূহ

পৃথিৱীৰ পৰা বিলুপ্তিৰ পথত ১০ লাখ প্ৰজাতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : বিশ্বৰ জৈৱ বৈচিত্ৰ্য অতিকে বিপন্ন হৈ পৰিছে। ফলত গোটেই বিশ্বত প্ৰায় ১০ লাখ প্ৰজাতিৰ প্ৰাণী বিলুপ্তিৰ পথত বুলি জনা গৈছে। জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ তন্ত্ৰ সেৱাৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় চৰকাৰী বিজ্ঞান-নীতি মঞ্চ বা…

পুৰুষৰ শৰীৰত জৰায়ু !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : প্ৰস্ৰাৱৰ লগে লগে তেজ ওলাইছিল আৰু তীব্ৰ পেটৰ বিষ হৈছিল। এই লক্ষণবোৰ লৈ চিকিৎসকৰ ওচৰলৈ যোৱাৰ লগে লগে চীনৰ বাসিন্দা চেন লিয়ে গম পালে যে তেওঁৰ দেহত ডিম্বাশয় আৰু জৰায়ু আছে। চকু কপালত তুলিব পৰা কথা। কিন্তু…

নতুন ভাইৰাছে উদ্বেগ বঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই : কৰ’নাৰ আশংকা এতিয়াও কমি অহা নাই। কিন্তু ইয়াৰ মাজতে আফ্ৰিকা আন এটা ভাইৰাছক লৈ আতংকিত হৈ পৰিছে। যাৰ নাম মাৰ্বাৰ্গ ভাইৰাছ। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মতে, এই ভাইৰাছবিধ অতি সংক্ৰামক। মাৰাত্মকতা প্ৰায় ৮৮…

আভিযান্ত্ৰিক আশ্চৰ্য ‘আঞ্জি খাদ দলং’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ জুলাই: দলংখনক আভিযান্ত্ৰিক আশ্চৰ্য বুলি কোৱা হৈছে। এইখন জম্মু-কাশ্মীৰত নিৰ্মাণ সম্পূৰ্ণপ্ৰায় ভাৰতীয় ৰে’লৱেৰ প্ৰথমখন কেবল ষ্টেড ৰে’ল দলং। উত্তৰ ৰে’লৱেৰ উধামপুৰ-শ্ৰীনগৰ-বৰমুল্লা ৰে’ল লিংক (ইউএছবিআৰএল) অংশৰ অঞ্জি…

যুদ্ধৰ ফলত দৰিদ্ৰতাৰ বৃদ্ধিৰ হাৰ মহামাৰীতকৈ অধিক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা ৰাছিয়া-ইউক্ৰেইন যুদ্ধ ৫ মাহ ধৰি চলিছে। ফলত সমগ্ৰ বিশ্বত খাদ্য আৰু ইন্ধনৰ মূল্য বৃদ্ধি পাইছে। যুদ্ধৰ প্ৰথম তিনিমাহত বিভিন্ন প্ৰান্তৰ মুঠ ৬.১ কোটি লোক দৰিদ্ৰ সীমাৰেখাৰ…

টাইগ্ৰিচ নৈৰ তলত ৩৪০০ বছৰ পুৰণি চহৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ জুলাই : একাধিক সভ্যতাৰ ধ্বংসাৱশেষ পৃথিৱীৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ আছে। যিবোৰে ইতিহাসৰ সকলো অনন্য আৰ্হি কঢ়িয়াই লৈ ফুৰিছে। একে সময়তে মানৱ সভ্যতাৰ বিৱৰ্তন আৰু সেই সময়ৰ মানুহৰ জীৱন-ধাৰণৰ পদ্ধতিও এইবোৰে পোহৰলৈ…

পতানৰ পৰা তৈয়াৰ ৱাটাৰপ্ৰুফ ‘কাঠ’

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : চেন্নাইৰ বাসিন্দা উদ্যোগী বি এল বেংগানীয়ে জলবায়ু পৰিৱৰ্তনক লৈ ইমানেই উদ্বিগ্ন হৈ পৰিছিল যে, গছ কটাৰ সমস্যাৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁ নতুন সামগ্ৰী নিৰ্মাণৰ সিদ্ধান্ত লৈছিল। তেওঁ দুবছৰ আৰু কেইবা লাখ টকা খৰচ…

৩৩ মাহ পঢ়াব নোৱাৰি বিবেক দংশনঃ অধ্যাপকে ঘূৰাই দিলে ২৪ লাখ টকাৰ দৰমহা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : কৰ’নাৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ আছিল বিদ্যালয়, মহাবিদ্যালয়, শিক্ষানুষ্ঠান। প্ৰায় তিনি বছৰ ধৰি ছাত্ৰ-ছাত্ৰীক পাঠদান নকৰাকৈয়ে মাহৰ পিছত মাহ ধৰি দৰমহা লাভ কৰি আহিছে শিক্ষক-শিক্ষয়িত্ৰীসকলে। বিহাৰৰ মুজাফৰপুৰৰ…

পোকৰ পৰা চকলেট তৈয়াৰঃ টেষ্টি টেষ্টি….

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : আপুনি নতুন ধৰণৰ চকলেটৰ সোৱাদ ল’বলৈ ভাল পায় নিশ্চয়। কিন্তু আপুনি যেতিয়া গম পাব যে, যিকোনো চকলেট আচলতে কেটাৰপিলাৰ বা পোকৰ পৰা তৈয়াৰ কৰা হয়, তেতিয়া বাৰু খাবলৈ মন যাবনে? মুখত লগাব পাৰিবনে? পিছে শেহতীয়াকৈ…

অসম চিকিৎসা মহাবিদ্যালয় : শীঘ্ৰেই মুকলি হ’ব স্মৃতি ডাকটিকট

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উদযাপনৰ বাবে শীঘ্ৰেই মুকলি কৰা হ’ব এটা স্মৃতি ডাকটিকট। কেন্দ্রীয় ৰাজ্যিক মন্ত্রী তথা ডিব্রুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীক পত্ৰযোগে এই কথা জনাইছে…