Browsing Category

এক্সক্লুছিভ

কেৱল শতাব্দৰ গ্ৰাহক সদস্যসকলেহে পঢ়িব পৰা লেখাসমূহ

উদ্ধাৰ হাজাৰ হাজাৰ বছৰ পুৰণি তামৰ অস্ত্র

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : খেতিৰ কাম চলিছিল। জেচিবিৰে ওখ-চাপৰ ঢিপবোৰ সমতল কৰিছিল কৃষক বাহাদুৰ সিং ফৌজিয়ে। হঠাৎ কোনো ধাতব বস্তুৰ লগত খুন্দা লাগে তেওঁৰ। উদ্ধাৰ হয় হাজাৰ হাজাৰ বছৰৰ পুৰণি তামৰ অস্ত্র। উত্তৰপ্রদেশৰ ময়নপুৰী এলেকাৰ এখন…

বৃক্ক ৰোগৰ ৫টা লক্ষণ !

বৃক্কৰ সমস্যা সময়মতে চিকিৎসা নকৰিলে জীৱনটো আপুনি ভবাৰ দৰে সুখকৰ নহয়গৈ। সমস্যাটো জটিল হৈ গৈ থাকিলে ই জীৱনটোকে টানি লৈ ফুৰে। কিন্তু সমস্যাটো হ’ল- বহুক্ষেত্ৰত বৃক্কৰ সমস্যাৰ লক্ষণবোৰ ইমানেই মৃদু যে ৰোগটো গভীৰ নহ’লে সেইবোৰ বুজিব নোৱাৰি।বৃক্কৰ…

ফ্ল’ৰিডাত ধৰা পৰিল বিশ্ববৃহৎ মাইকী অজগৰঃ ওজন ৯৮ কিলোগ্ৰাম

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : শেহতীয়াকৈ গৱেষকৰ এটা দলে এটা মতা সাপ বিচাৰি যোৱাৰ সময়ত ফ্ল’ৰিডাত আটাইতকৈ ডাঙৰ বাৰ্মিজ অজগৰ বা বাৰ্মিজ পাইথন আৱিষ্কাৰ কৰিছে। গৱেষকসকলৰ মতে, সাপটোৰ শেষ আহাৰ আছিল এটা সম্পূৰ্ণ বগা ঠেংযুক্ত হৰিণ। ২১৫ পাউণ্ড…

মঙ্গলৰ মাটি-শিল পৃথিৱীলৈ আনিব চীনে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : মহাকাশ গৱেষণাত একচুলিও পিছ পৰি ৰোৱা নাই চীন। ইতিমধ্যেই মঙ্গল গ্রহলৈ অৰবিটাৰ, লেণ্ডাৰ আৰু ৰ'ভাৰ পঠিয়াইছে দেশখনে। এইবাৰ জনা গৈছে যে, ৰঙা গ্রহৰ পৰা মাটি, শিল সংগ্রহ কৰি পৃথিৱীলৈ আনিব তেওঁলোকে। এই নমুনা অনাৰ…

গাৰুৰ মূল্য ৪৫ লাখ টকা !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ জুন : কোটিপতিয়েহে কিনিব পাৰিব। একোটা সাধাৰণ গাৰুৰ মূল্য সাধাৰণ লোকৰ বাবে কল্পনাতীত। কাৰণ এয়া হ'ল বিশ্বৰ সকলোতকৈ দামী গাৰু। দাম ৪৫ লাখ টকা। অর্থাৎ দুজনৰ বাবে দুটা গাৰু কিনিলেই প্রায় কোটি টকা খৰচ হ'ব। কিন্তু ইমান…

নেমু খায়েই কমাব পাৰি ইউৰিক এচিড !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুন : ইউৰিক এচিডৰ সমস্যা এতিয়া ঘৰে ঘৰে বুলিব পাৰি। প্রচুৰ মানুহ এতিয়া এই ৰোগত আক্রান্ত। আচলতে এইটো হ'ল এক বিপাকীয় সমস্যা (Metabolic Disease)। এইক্ষেত্রত প্রটিন বিপাকৰ কাৰণেই তৈয়াৰ হয় ইউৰিক এচিড। সেয়ে সতর্ক…

ভাৰত মহাসাগৰত মালদ্বীপত ওপঙা চহৰ নিৰ্মাণ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৩ জুনঃ সমুদ্রপৃষ্ঠৰ ওপৰত ভাঁহিছে মালদ্বীপৰ এক চহৰ। পৰিৱেশগত সংকট আৰু সমুদ্রপৃষ্ঠৰ উচ্চতা ইমানেই দ্রুতহাৰত বৃদ্ধি পাইছে যে, ভাৰত মহাসাগৰত ভাসমান চহৰ নিৰ্মাণ কৰা হৈছে। মালদ্বীপৰ মালে চহৰে ৰূপ লৈছে ভাসমান চহৰ…

 মহাৰাষ্ট্ৰত ৰাজনৈতিক ”ভূমিকম্প”–অভিকেন্দ্ৰ গুৱাহাটী

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২২ জুনঃ গুজৰাটৰ চুৰাটৰ পৰা আহি বুধবাৰৰ পুৱা ৪০ জন বিসম্বাদী বিধায়কে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পতাৰ পাছত মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অভিকেন্দ্ৰ হৈ পৰিছে গুৱাহাটী। ইয়াৰ পূৰ্বেও গুৱাহাটীৰ পৰা আন কেইবাখনো ৰাজ্যৰ ৰাজনীতিৰ…

ডায়েবেটিছঃ ফলৰ ৰসৰ সলনি কি পানীয় সেৱন কৰিব?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুন : ডায়েবেটিছ থাকিলে খোৱা-বোৱাত নানা ধৰণৰ বিধি-নিষেধ মানি চলিবলগীয়া হয়। কি খাব, কেতিয়া খাব, কিমান খাব— সকলোৱেই কাঢ়া নিয়মৰ মাজত বন্ধা থাকে। যাৰ চাহ-কফি খোৱাৰ নিচা, তেওঁলোকে বিনা চেনিত সেয়া খাবলৈ অভ্যাস…

মেকং নদীত বিশ্বৰ সৰ্ববৃহৎ মিঠাপানীৰ মাছঃ ওজন ৩০০ কিলোগ্ৰাম

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ জুন : মেকং নদীত ধৰা পৰিছে বিশ্বৰ সকলোতকৈ বৃহৎ মিঠাপানীৰ মাছটো। মেকং নদীৰ কাষত থকা কম্বোডিয়াৰ এখন গাঁৱৰ লোকসকলৰ পৰা পোৱা তথ্য অনুসৰি গৱেষকসকলে কোৱা মতে এতিয়ালৈকে ৰেকৰ্ড কৰা বিশ্বৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ মাছটোৰ…