Browsing Category

এক্সক্লুছিভ

কেৱল শতাব্দৰ গ্ৰাহক সদস্যসকলেহে পঢ়িব পৰা লেখাসমূহ

আই আই টি-গুৱাহাটীয়ে প্ৰস্তুত কৰিলে কৃত্ৰিম ভৰি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ জুন : ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি) গুৱাহাটীৰ গৱেষকসকলে প্ৰস্তুত কৰিছে এটা কৃত্ৰিম ভৰি। এই ভৰি বিশেষভাৱে ভাৰতীয় অৱস্থাৰ বাবে ডিজাইন কৰা হৈছে। ই ভাৰতীয় প্ৰয়োজনীয়তা যেনে ক্ৰছ-লেগড চিটিং আৰু ডিপ…

ধাৰাল ছুৰী লৈ ঘূৰিছিল ডাইন’ছৰ !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুন : সমুখৰ ফালে থকা সৰু দুহাত (আচলতে ভৰি) যেন অবিকল ধাৰাল ছুৰী। দুহাতত এই 'ছুৰী' লৈ ডাইন'ছৰবোৰ ঘূৰি ফুৰিছিল এছিয়াৰ বিভিন্ন উপকূলত। জনা গৈছে, এনেধৰণৰ ডাইন'ছৰ বিচৰণ কৰিছিল আজিৰ পৰা ১৫৪ মিলিয়ন বছৰ আগেয়ে। সম্প্রতি…

চিৰকালৰ বাবে বন্ধ হ’ব Internet Explorer স্মৃতিকাতৰ নেট-নাগৰিক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ জুন : 'মাইক্র'চফ্ট'-এ আটাইতকৈ পুৰণি ব্রাউজাৰ 'ইন্টাৰনেট এক্সপ্ল'ৰাৰ' বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। ২৭ বছৰৰ দীর্ঘ উপস্থিতি। এপটোক আগন্তুক ১৫ জুনত অৱসৰ দিব। যাৰ বাবে ভাৰাক্রান্ত নেট-নাগৰিকৰ মন। 'উইণ্ডজ ৯৫'ৰ ছড-অন পেকেজ…

আণ্ডাৰ ৱাটাৰ ড্ৰোন মোতায়েন ভাৰতৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুনঃ দেশৰ প্রতিৰক্ষা ব্যৱস্থাক আৰু উন্নত কৰিবলৈ ৰীতিমতে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে কেন্দ্রীয় চৰকাৰ। এইবাৰ ভাৰত মহাসাগৰ, দক্ষিণ চীন সাগৰ আৰু ইন্দো-প্রশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতীয় নৌ বাহিনীক শক্তিশালী কৰাৰ…

কোন হ’ব ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুনঃ নিৰ্বাচন আয়োগে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়সূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগে লগে দেশৰ পৰৱৰ্তী প্ৰথম নাগৰিক কোন হ’ব সেই সন্দৰ্ভত আলোচনা-বিলোচনা চলিব লাগিছে। বিশেষকৈ কেন্দ্ৰ আৰু ৰাজ্যসমূহত…

এন্টাৰ্কটিকাতো পোৱা গ’ল মাইক্ৰ’ প্লাষ্টিক

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ জুনঃ বিশ্বৰ দক্ষিণ প্ৰান্তত থকা বৰফৰ মহাদেশ এণ্টাৰ্কটিকাতো ধৰা পৰিছে মাইক্ৰ' প্লাষ্টিকৰ উপস্থিতি। শেহতীয়াকৈ মহাদেশখন ভ্ৰমণ কৰা বিজ্ঞানীসকলৰ গৱেষণাত এই ক্ষুদ্ৰ পলিমাৰৰ টুকুৰাবোৰ উপস্থিতিৰ কথা নথিভুক্ত কৰা…

চীনে মুকলি কৰিলে জোনবাইৰ ‘ফটফটীয়া’ মানচিত্ৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুন : চীনে চন্দ্ৰৰ এক নতুন বিস্তৃত ভূতাত্ত্বিক মানচিত্ৰ প্ৰকাশ কৰিছে, যিখন মানচিত্ৰ এতিয়ালৈকে 'সৰ্বাধিক বিশদ', যিয়ে পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহটোত বৈজ্ঞানিক গৱেষণা, অন্বেষণ আৰু অৱতৰণ স্থান নিৰ্বাচনত…

কলম্বিয়াৰ সমুদ্ৰত ডুব যোৱা জাহাজত সোণ-ৰূপৰ ভাণ্ডাৰ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১১ জুন : ৩০০ বছৰতকৈও আগেয়ে সমুদ্ৰত ডুব যোৱা ঐতিহাসিক ছান জোছ গেলিয়ন (San Jose galleon) বা ছান জোছ নামৰ স্পেনিছ পালতৰা জাহাজখনে এতিয়াও সমগ্ৰ বিশ্বৰ সম্পদ সন্ধানকাৰীসকলৰ হৃদস্পন্দন বঢ়াই তোলে। বিশেষজ্ঞসকলৰ মতে, ১৭০৮…

কৌতুহল ! অন্য গেলাক্সিৰ পৰা আহিছে ৰেডিঅ’ ছিগনেল !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুন : পৃথিৱীৰ বাহিৰেও প্রাণ আছে নেকি? এই লৈ নানা প্রশ্ন, নানা কৌতূহল, নানা ব্যাখ্যা। শেহতীয়াকৈ পৃথিৱীলৈ অহা এক ৰেডিঅ' ছিগনেলে এই বিষয়টোক অধিক ৰহস্যময় কৰি তুলিছে। চীনৰ এটা মেচিভ ৰেডিঅ' টেলিস্কোপত এই তৰঙ্গৰ…

শৰীৰত কলেষ্টৰেলৰ মাত্ৰা বাঢ়িছে ?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১০ জুন : কলেষ্টৰেলৰ সমস্যা এতিয়া প্রায় ঘৰে ঘৰে। ট্রু কলেষ্টৰেল, ট্রাইগ্লিচাৰাইড, এইচডিএল, এলডিএল— এই চাৰিটা মিলিয়েই মূলতঃ তৈয়াৰ হয় কলেষ্টৰেল পৰিয়াল। অনেকৰ ধাৰণা চর্বিজাতীয় খাদ্য বেছিকৈ খালেই কলেষ্টৰেলৰ মাত্রা…