Browsing Category

এক্সক্লুছিভ

কেৱল শতাব্দৰ গ্ৰাহক সদস্যসকলেহে পঢ়িব পৰা লেখাসমূহ

ডালচেনি বুলি আমি খাইছো কি ? বৰবিহ ’কেচিয়া’ নে ’তাজ’ !

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৩ জুলাই : মানৱ শৰীৰৰ বাবে উপকাৰী বুলি গণ্য কৰা মছলা হিচাপে সৰ্বজন ব্যৱহৃত ডালচেনিৰ নামত আচলতে আমি কি খাই আছো ? সাধাৰণ লোকৰ অজ্ঞতাৰ সুযোগ গ্ৰহণ কৰি এচাম মুনাফালোভী ব্যৱসায়ীয়ে আমাক আভুৱা ভাৰি ডালচেনিৰ…

চন্দ্ৰযান – ৩ অভিযানৰ গুৰি ধৰিছে লখিমপুৰৰ বিজ্ঞানী চয়ন দত্তই

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১২ জুলাইঃ সমগ্ৰ দেশ আৰু ৰাজ্যখনৰ বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য মুহূৰ্তৰ সূচনা কৰিবলগীয়া চন্দ্ৰযান-৩ অভিযানৰ উৎক্ষেপণ নিয়ন্ত্রণ অভিযান পৰিচালনা কৰিব এজন অসমীয়া অভিযান্ত্ৰিক বিজ্ঞানীয়ে৷ তেওঁক এই…

ট্ৰাকৰ কেবিন বাধ্যতামূলকভাৱে এয়াৰ কণ্ডিচনাৰ হ’বঃ গাডকাৰী

নতুন দিল্লী, ২১ জুনঃ ২০২৫ চনৰ পৰা সকলো ট্ৰাকৰ কেবিন বাধ্যতামূলকভাৱে এয়াৰ কণ্ডিচনাৰ হ’ব লাগিব, যাৰ ফলত প্ৰায়ে ১১-১২ ঘণ্টা অসহ্যকৰ গৰমৰ পৰিৱেশত কটোৱা চালকসকলক অতি প্ৰয়োজনীয় আৰাম প্ৰদান কৰা হ’ব। কঠিন পৰিস্থিতি আৰু পথত দীঘলীয়া সময় কটোৱা…

“সমষ্টি নিৰ্ধাৰণত বিজেপিৰ ৰাজনৈতিক স্বাৰ্থ জড়িত”–মাণিক সৰকাৰ

মণিপুৰ চৰকাৰক ভংগ কৰিব লাগেঃ বিৰোধী ঐক্যকলৈ আশাবাদীশতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ,২১জুনঃ “ৰাজ্যত এনে কি পৰিস্থিতিৰ উদ্ভৱ হ’ল যে,বৰ্তমান ঠিক লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণ কৰিব লগীয়া হ’ল? অসমততো কাশ্মীৰৰ দৰে…

শোচনীয় আৰ্থিক অৱস্থা, শাৰীৰিক অসুস্থতা আৰু বিশেষ ভাৱে সক্ষম ৰুগীয়া পুত্ৰক লৈ তেজপুৰৰ এসময়ৰ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১৫ জুন : এসময়ৰ অতি জনপ্ৰিয় তেজপুৰৰ এগৰাকী প্ৰসিদ্ধ নাট্যকাৰ, পৰিচালক, সুদক্ষ অভিনেতা গোপাল পাণ্ডে বৰ্তমান অতি শোচনীয় আৰ্থিক অৱস্থাৰ মাজত শাৰিৰীক ভাৱে অসুস্থ হৈ পৰাত পৰিয়ালটিলৈ ঘোৰ অমানিশা নামি আহিছে ।দুবেলা…

সোৱণশিৰি প্ৰকল্পস্থলীত জলপ্ৰলয়

গেৰুকামুখত ধাৰষাৰ বৃষ্টিপাতঃ নামনিত আতংক শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৪ জুনঃ চলিত বৰ্ষৰ বাৰিষাৰ আৰম্ভণিতে গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অথন্তৰে দেখা দিছে৷ অৰুণাচলৰ প্ৰদেশত হৈ থকা ধাৰাষাৰ বৃষ্টিপাতৰ ফলত ২০০০ মেগাৱাট…

ছন পৰিব নেকি শোণিতপুৰৰ পথাৰ

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৭ জুন : উন্নয়নৰ ঢাকঢোল বজালেও এতিয়া উপযুক্ত জলসিঞ্চন ব্যৱস্থাৰ অভাৱত শোণিতপুৰৰ সৰ্বত্ৰ পথাৰত চিৰাল ফাট মেলিছে৷ উল্লেখযোগ্য যে জেঠ মাহৰ আধা যোৱাৰ সময়ত কৃষকে পথাৰত হাল বাব পৰা নাই আৰু দ পথাৰত কৰা বৰো ধানো…

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে ভাৰতৰ একমাত্ৰ প্ৰস্তাৱ চৰাইদেউৰ মৈদাম

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ মে' : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে ভাৰতৰ একমাত্ৰ প্ৰস্তাৱ ৰূপে চৰাইদেউৰ মৈদামক বাচনি কৰা হৈছে। ইউনেস্কৰ বিবেচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোৱা জানুৱাৰী মাহত আনুষ্ঠানিক ভাৱে পেৰিছস্থিত ইউনেস্কোৰ কাৰ্যালয়লৈ…