Browsing Category

এক্সক্লুছিভ

কেৱল শতাব্দৰ গ্ৰাহক সদস্যসকলেহে পঢ়িব পৰা লেখাসমূহ

ৰঙানদীত নীপকোৱে এৰিলে পানী

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৫ মে : লখিমপুৰ জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত প্রায় এসপ্তাহ ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ জনজীৱন বিপৰ্যস্ত হৈ পৰিছে। ইফালে ৰঙানদীত নীপকোৱে ২০০ মিলি মিটাৰ পানী এৰাৰ ফলত নামনিত পানীৰ সোঁত…

শীঘ্ৰেই ভাৰতলৈ আহি আছে ‘ষ্টাৰলিঙ্ক’ৰ উপগ্ৰহীয় ইণ্টাৰনেট সেৱা

শতাব্দ বিশেষ প্ৰতিনিধি, ১৪ মে' :চলচ্চিত্ৰ এখনৰ দৰেই বিজ্ঞাপন দিয়া হৈছে 'কামিং ছুন' ! বিশ্বৰ শীৰ্ষস্থানীয় ধনাঢ্য ব্যক্তি এল'ন মাস্কৰ 'স্পেছএক্স' ৰ ষ্টাৰলিঙ্ক উপগ্ৰহীয় ইণ্টাৰনেট সেৱা সোনকালেই ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ…

পৃথিৱী অভিমুখে ধাৱমান ‘দৈত্যাকৃতি’ৰ গ্রহাণু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৪ মে' : পৃথিৱী অভিমুখে আহি আছে 'দৈত্যাকৃতি'ৰ এক গ্রহাণু (Asteroid)। ১,৬০০ ফুট বহল সেই গ্রহাণু। জ্যোতির্বিদসকলে গ্রহাণুটোৰ ক্রমিক সংখ্যা দিছে ৩৮৮৯৪৫। অৱশ্যে এয়া প্রথমবাৰৰ বাবে নহয়। ইয়াৰ পূৰ্বেও এবাৰ পৃথিৱীৰ খুব ওচৰ…

চন্দ্ৰপৃষ্ঠৰ মাটিত উদ্ভিদৰ অঙ্কুৰণ !

শতাব্দ বিশেষ প্ৰতিনিধি, ১৩ মে' : আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা 'নাছা'ই বৃহস্পতিবাৰে জাৰি কৰা এক বিবৃতিত দাবী কৰিছে যে, চন্দ্ৰৰ মাটিত তেওঁলোকৰ এক গৱেষক দলে উদ্ভিদৰ অঙ্কুৰণ ঘটাবলৈ সক্ষম হৈছে। 'নাছা' আৰু ফ্ল'ৰিডা বিশ্ববিদ্যালয়ৰ…

বিশ্বৰ সকলোতকৈ ওখ মহিলা ৰুমেইছা গেলগি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ মে' : গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ (GWR)ৰ দ্বাৰা বিশ্বৰ আটাইতকৈ ওখ মহিলাৰ সন্মান লাভ কৰা ৰুমেইছা গেলগিয়ে শেহতীয়াকৈ আন তিনিটা অভিলেখ ভংগ কৰিছে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ মতে, তুৰ্কীৰ মহিলাগৰাকী এতিয়া পাঁচটা বিশ্ব অভিলেখৰ…

বিশ্বৰ সৰ্ববৃহৎ বল পেনৰ গৰাকী আচাৰ্য মাকুনুৰীঃ গিনিজ বুকত লিখালে নাম

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ মে' : হায়দৰাবাদ নিবাসী আচাৰ্য মাকুনুৰী শ্ৰীনিবাসে বিশ্বৰ সৰ্ববৃহৎ বল পেন নিৰ্মাণ কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছে। ২০১১ চনত নিৰ্মিত এই বিশাল কলমটোৰ ওজন ৩৭.২৩ কিলোগ্ৰাম আৰু ইয়াৰ দৈৰ্ঘ্য ৫.৫ মিটাৰ। গিনিজ ৱৰ্ল্ড…

ব্রহ্মোছ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণঃ ৫০০ কিলোমিটাৰ নিলগত লক্ষ্যভেদ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ মে' : চুখই-৩০ যুদ্ধ বিমানৰ পৰা ব্রহ্মোছ মিছাইলৰ পৰীক্ষাত সফল ভাৰত। কালি ১২ মে'ত বঙ্গোপসাগৰত একেবাৰে নিখুঁত লক্ষ্যত আঘাত সানিলে মিছাইলটোৱে। বায়ুসেনাৰ তৰফৰ পৰা এক বিবৃতিত এই কথা জনোৱা হৈছে। বায়ুসেনাই জনাইছে যে,…

মঙলত এলিয়েনৰ ঘৰ ! NASAই প্ৰকাশ কৰিছে ফটো

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ মে' : মঙল গ্রহত এলিয়েনৰ ঘৰৰ দৰজাৰ সন্ধান পালে মার্কিন মহাকাশ সংস্থা NASAই। সেই ফটোও প্রকাশ কৰিছে। যোৱা ৭ মে'ত ফটোখন তোলা হৈছে নাছাৰ ৰভাৰ কিউৰিঅ'চিটি যানৰ MastCamৰে। প্রকাশিত ক'লা বগা ফটোখন এক পলকৰ বাবে দেখিলে এনে…

‘ডাইনোছৰ ৰাজকুমাৰী’ আলিয়া চুলতানা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : গুজৰাটৰ ৰায়'লি (Raiyoli) গাঁৱৰ আলিয়া চুলতানা বাবীয়ে ডাইনোছৰৰ জীৱাশ্ম সংৰক্ষণৰ বাবে কঠোৰ যুঁজ দিছিল যিবোৰ এতিয়া বালাচিন’ৰ জীৱাশ্ম পাৰ্কত (Balasinor Fossil Park) প্ৰদৰ্শন কৰা হৈছে। ১৯৮১ চনত অলিয়া চুলতানা…

ইতিহাস ! যাত্ৰীয়ে বিমান নিৰাপদে অৱতৰণ কৰিলে

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ মে' : আমেৰিকাৰ ফ্লৰিদাত এক অদ্ভুত ঘটনা ঘটাৰ কথা জানিব পৰা গৈছে। পাম বিচ (Palm Beach) আন্তর্জাতিক বিমানবন্দৰত চেচনা কেৰাভান নামৰ এটা ইঞ্জিনযুক্ত এখন বিমানৰ নিৰাপদ অৱতৰণ বর্তমান আলোচনাৰ কেন্দ্র বিন্দু হৈ উঠিছে।…