আধুনিক শিক্ষা ব্যৱস্থা বিষয়কেন্দ্ৰিক, বিদ্যাৰ্থীকেন্দ্ৰিক নহয়ঃ দিগন্তবিশ্ব শৰ্মা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ মে’ঃ আধুনিক শিক্ষা ব্যৱস্থা বিষয়কেন্দ্ৰিক, বিদ্যাৰ্থীকেন্দ্ৰিক নহয়।- এই ভাষ্য দিগন্তবিশ্ব শৰ্মাৰ। লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বক্তৃতা শৃংখলাৰ আৰম্ভণি আজি মহাবিদ্যালয়ত বিশিষ্ট বক্তা দিগন্ত বিশ্ব…