সোতৰ বছৰীয়া ‘এনাষ্টেচিয়া’ক লৈ ক্ৰ’য়েছিয়াত হৈ চৈ
দাদুল দেৱকৃষ্ণ বৰুৱা
নাম এনাষ্টেচিয়া। বয়স ১৭ বছৰ। সোতৰ বছৰীয়া এনাষ্টেচিয়াক লৈয়েই এখন দেশত লাগিছে হৈ চৈ। ১২ হাজাৰ মানুহ থিয় দিছে এনাষ্টেচিয়াৰ কাষত। এয়া অৱশ্যে কোনো সোতৰ বছৰীয়া সুন্দৰী যুৱতীৰ কাহিনী নহয়। এজনী মেকুৰীৰ কাহিনীহে। সোতৰ…
