Browsing Category

এক্সক্লুছিভ

কেৱল শতাব্দৰ গ্ৰাহক সদস্যসকলেহে পঢ়িব পৰা লেখাসমূহ

কম বাজেটৰ ইলেক্ট্ৰিক বাইক মুকলি, চিংগল চাৰ্জত ১৩০ কিলোমিটাৰ চলিব

হাইলাইটকোম্পানীটোৱে Black, Grey, Blue আৰু Red ৰঙৰ বিকল্পত ecoDryft প্ৰৱৰ্তন কৰিছে।এই ই-বাইকৰ ৰাইডিং ৰেঞ্জ ১৩০ কিলোমিটাৰতকৈও অধিক।এই ইলেক্ট্ৰিক বাইকখন সম্পূৰ্ণ চাৰ্জ হ’বলৈ সময় লাগে ৬ ঘণ্টা।ইলেক্ট্ৰিক…

পৰ্যটনৰ বিপুল সম্ভাৱনা কঢ়িয়াইছে তেজপুৰৰ ধেনুখন্দা পাহাৰৰ প্ৰস্তৰত খোদিত গণেশ মূৰ্তিয়ে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ ফেব্ৰুৱাৰী : সংস্কৃতিৰ লগতে পৰ্যটকৰ আকৰ্ষণস্থলী ঐতিহাসিক তেজপুৰৰ বহুতো স্হানত পৰ্যটনৰ সম্ভাৱনা বিদ্যমান যদিও উপযুক্ত ব্যৱস্থাৰ অভাৱতে এই স্থলী অৱহেলিত ভাবে পৰি ৰৈছে৷ এনে এক স্থান তেজপুৰ চহৰৰ নাতি দূৰৈত…

এই হোটেলত ৰাতিটো কটালে মূৰটো এখন দেশত আৰু ভৰি দুখন আন এখন দেশত থাকিব

শতাব্দ আন্তঃৰাষ্ট্ৰীয় ডেস্ক: হোটেল আৰ্বাজ ফ্ৰাংকো-ছুইচ। ফ্ৰান্স আৰু ছুইজাৰলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ঠিক ওপৰত নিৰ্মাণ কৰা হৈছে এই হোটেলখন। হোটেলখনৰ আধা অংশ ফ্ৰান্সত আৰু আন আধা অংশ ছুইজাৰলেণ্ডত। সেই হোটেলখনৰ বিচনাবোৰ এনেদৰে ৰখা হৈছে যে…

ওড়িশাৰ স্বাস্থ্য মন্ত্ৰী নৱ দাসক গুলীয়াই হত্যা

ভূৱনেশ্বৰ,২৯ জানুৱাৰীঃ ওড়িশাৰ ঝাৰছুগুডা জিলাত এক অনুষ্ঠানলৈ যোৱাৰ সময়ত এজন আৰক্ষীৰ গুলীত ওড়িশাৰ স্বাস্থ্য মন্ত্ৰী নৱ দাসে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়।ঝাৰছুগুদা জিলাত আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শকে গুলীয়াই হত্যা কৰে নব কিশোৰ দাসক। দাসৰ…

পলকতে

অৰূপ মান্নাৰ বড়ো ছবি চিফুঙলৈ আন্তৰাষ্ট্ৰীয় বঁটাঃ শ্ৰেষ্ঠ শিশু শিল্পী বঁটা ভূমিকা দৈমাৰীলৈবয়োজ্যেষ্ঠ -স্বাধীনতা সংগ্ৰামী আলহাজ ছোহৰাব আলী মুন্সীৰ ১১৪ বছৰ বয়সত দেহাৱসানঃ শোকস্তব্ধ বকো- ছয়গাঁও অঞ্চলৰ ৰাইজ।মৰিয়নিত ৰে'লৰ…

বদুলা সত্ৰৰ ভকতে চাৰিশ বছৰীয়া উৰালত বিহুৰ পিঠাগুৰি খুন্দাত ব্যস্ত

নাৰায়ণপুৰৰ বদুলা সত্ৰতো ভকতসকলে বিহুৰ পিঠা জলপান প্ৰস্তুত কৰাত লাগিছে ৷ চাৰিশ বছৰীয়া উৰালত প্ৰতিটো বিহুত পিঠাগুৰি খুন্দি ভকতসকলে পিঠা-জলপান প্ৰস্তুত কৰি আহিছে ৷ সত্ৰখনত পৰম্পৰা অক্ষুণ্ণ ৰাখি বিহু পালন কৰি অহাৰ লগতে বিহুৰ দিনা নাম-কীৰ্তন,…

লখিমপুৰৰ মিচিং যুৱতী মালতীৰ তাঁত শালত প্ৰাণ পাই উঠিছে অসম সাহিত্য সভাৰ বহু কাণ্ডাৰীয়ে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ৬ জানুৱাৰীঃ  অসমৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাঙ্গ নাৰায়ণপুৰ অধিৱেশনখন এইবাৰ ৩১ জানুৱাৰীৰ পৰা ৪ ফ্ৰেব্ৰুৱাৰীলৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামটি পথাৰ ত অনুষ্ঠিত হ’ব৷ অধিৱেশনখন…

উত্তৰ লখিমপুৰত মেট্ৰিক্স জিম মুকলি মিষ্টাৰ ইউনিভাৰ্ছৰ দ্বাৰা 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ জানুৱাৰীঃ আধুনিক জীৱন যাত্ৰাত ব্যায়াম তথা শৰীৰ চৰ্চাই বিশেষ প্ৰাধান্য পাই থকাৰ সময়তে আজি উত্তৰ লখিমপুৰ নগৰত এটা নতুন জিম মুকলি কৰা হয়। নগৰখনৰ প্ৰধান চাৰিআলিৰ সমীপৰ কমলাবাৰী পথৰ (কে বি ৰোড) মছজিদৰ কাষতে মেট্ৰিক্স…

কাশীৰ পৰা নদীপথেৰে ডিব্ৰুগড়লৈ দীৰ্ঘতম প্ৰমোদ ভ্ৰমণ

শতাব্দ পৰ্যটন প্ৰতিবেদক, ৩ জানুৱাৰীঃ সুদূৰ কাশীৰ পৰা নদীপথেৰে পশ্চিমবংগ- ঢাকা হৈ ডিব্ৰুগড়লৈ প্ৰমোদ ভ্ৰমণ ! ৩২০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশ্বৰ আটাইতকৈ দীঘল জলপথ অতিক্ৰম কৰিব এই প্ৰমোদ তৰীয়ে। এই দীৰ্ঘ যাত্ৰাকালত জাহাজখনে যাত্ৰী আৰু পৰ্যটকক মুঠ…