Browsing Category

এক্সক্লুছিভ

কেৱল শতাব্দৰ গ্ৰাহক সদস্যসকলেহে পঢ়িব পৰা লেখাসমূহ

ইৰাণৰ দুফুটীয়া যুৱকৰ বিশ্ব অভিলেখ

ডুবাই, ১৮ ডিচেম্বৰঃ ২০১০ চনত ২৪ বছৰীয়া এডৱাৰ্ডৰ উচ্চতা আছিল ২ ফুট ৩.৫ ইঞ্চি। সেই বছৰ গিনিজ কৰ্তৃপক্ষই তেওঁক বিশ্বৰ আটাইতকৈ চাপৰ ব্যক্তি বুলি ঘোষণা কৰিছিল। শেহতীয়াকৈ ইৰাণৰ যুৱক আফছিন ইছমাইল গাদাৰজাদাই নতুন অভিলেখ গঢ়ি আন এক উচ্চতাত উপনীত…

গভীৰ নিশা ভাৰত আৰু চীনা সেনাৰ সংঘৰ্ষ! গালৱানৰ পিছত এইবাৰ টাৱাঙত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ ডিচেম্বৰ : গভীৰ নিশা ভাৰত আৰু চীনৰ সৈন্যৰ মাজত পুনৰ সংঘৰ্ষ হয় প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত। লাডাখৰ গালৱানৰ পিছত এইবাৰ অৰুণাচলৰ টাৱাঙত। অৱশ্যে ২০২০ চনৰ গালৱান কাণ্ডৰ দৰে কোনো লোকৰ প্ৰাণহানি হোৱা নাই যদিও শুকুৰবাৰে…

আসন্ন নতুন বছৰত চন্দ্ৰলৈ যাব এটা দল, দলৰ কোনোৱেই কিন্তু বিজ্ঞানী নহয়

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১২ ডিচেম্বৰ : জাপানৰ কোটিপতি ইউছাকু মেজাৱাই প্ৰকাশ কৰিছে ৮ জন লোকৰ নাম। যিসকলক লৈ চন্দ্ৰলৈ যাবলৈ এটা দল গঠন কৰা হ’ব। যিসকল চন্দ্ৰ অভিযানত হ’ব তেওঁৰ সংগী। অহা বছৰ স্পেচএক্স মহাকাশযানে এই অভিযান আৰম্ভ কৰিব। তেওঁৰ লগত…

চুইজাৰলেণ্ডে ইলেক্ট্ৰিক গাড়ী নিষিদ্ধ কৰিবলৈ ওলাইছে !

শতাব্দ নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ সমগ্ৰ বিশ্বৰ গাড়ীৰ বজাৰত ইলেক্ট্ৰিক গাড়ীৰ চাহিদা যোৱা কেইবছৰমানৰ পৰা লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে। ভাৰততো ইলেক্ট্ৰিক গাড়ী আৰু বাইকৰ চাহিদা বিগত এটা বছৰত দুগুণ বৃদ্ধি পাইছে। ইলেক্ট্ৰিক গাড়ীৰ বিশ্বব্যাপী…

টাইম মেগাজিনৰ ২০২২ বৰ্ষৰ Person of the year খিতাপ ভ্লাডিমিৰ জেলেনস্কি আৰু Spirit of Ukraineলৈ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৮ ডিচেম্বৰ : ৰাছিয়াৰ আক্ৰমণৰ সন্মুখত দেশখনে দেখুওৱা প্ৰতিৰোধৰ বাবে বিখ্যাত টাইম আলোচনীয়ে ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিৰ লগতে Spirit of Ukraineক ২০২২ চনৰ Person of the Year হিচাপে নিৰ্বাচিত কৰিছে। জেলেনস্কিয়ে ২০২২…

কাটাৰত ‘ৰেমোছৰ হেট্ৰিক নিশা’, পৰ্তুগাল অন্তিম আঠত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ ডিতেম্বৰ : কাৰ বিষয়ে অধিক চিন্তা বা চৰ্চা কৰা উচিত? ৰোনাল্ডো নে তেওঁৰ সলনি প্ৰথম একাদশত স্থান পোৱা গনকালো ৰেমোছ! এই বিশ্বকাপত অতি কম সংখ্যক দলেই সকাহ লৈ বিৰতিলৈ যাবলৈ সক্ষম হৈছে। তাৰ ভিতৰত পৰ্তুগাল অন্যতম। শেষ…

বিস্ফোৰক! কৰ’না ভাইৰাছ ‘মেন-মেড’; কোন দুখন দেশ বিয়পি পৰাৰ বাবে দায়ী?

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ ডিচেম্বৰ : আৰম্ভণিৰে পৰাই সন্দেহ আছিল। অভিযোগৰ আঙুলিও বহুবাৰ উঠিছে। কিন্তু কোনো পক্ষই স্পষ্টকৈ একো ক’ব পৰা নাছিল; কিয়নো কোনো নিৰ্দিষ্ট প্ৰমাণ নাছিল। কিন্তু এইবাৰ বাধা আঁতৰিল। কৰ’না ভাইৰাছৰ উৎপত্তিৰ সৈতে জড়িত…

৪৬ কিলোমিটাৰ যাত্ৰা কৰিবলৈ সময় লাগে ৫ ঘণ্টা, দেশৰ আটাইতকৈ লেহেমীয়া ৰে’ল যাত্ৰাৰ সবিশেষ

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ ডিচেম্বৰ : দেশৰ অধিকাংশ অঞ্চলত বহু লোকে ভাৰতীয় ৰে'লৱে ব্যৱহাৰ কৰি এঠাইৰ পৰা আন ঠাইলৈ যায়। কম খৰচ আৰু কম সময়ত যাত্ৰাৰ বাবে ভাৰতীয় ৰে'ল সৰ্বোত্তম বুলিব পাৰি। সেইবাবেই ভাৰতীয় ৰে'লৱেক লাইফলাইন বুলিও কোৱা হয়। এনে…

ঘূৰি আহিছে ৪৮ হাজাৰ বছৰ পুৰণি জম্বি ভাইৰাছ!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১ ডিচেম্বৰ : বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি সকীয়াই আহিছে যে পাৰ্মাফ্ৰষ্টৰ উষ্ণতাৰ ফলত ইতিমধ্যে আৱদ্ধ হৈ থকা মিথেনৰ দৰে গ্ৰীন হাউচ গেছ পুনৰ বিয়পি পৰিছে। এইবোৰে পৰিৱেশৰ বিপুল ক্ষতি কৰিবলৈ গৈ আছে। লগতে মানুহৰো।…