Browsing Category

এক্সক্লুছিভ

কেৱল শতাব্দৰ গ্ৰাহক সদস্যসকলেহে পঢ়িব পৰা লেখাসমূহ

বিচাৰি পোৱা গ’ল ‘চান্টাক্লজ’ৰ সমাধি!

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : অৱশেষত ‘চান্তাক্লজ’ বা চেন্ট নিকোলাছৰ সমাধি বিচাৰি পোৱা গ'ল। চতুৰ্থ শতিকাৰ খ্ৰীষ্টান সাধুজন ছান্টাক্লজৰ চৰিত্ৰৰ আঁৰৰ প্ৰেৰণা আছিল, যিজনক আধুনিক কালত বৰদিনৰ সময়ত শিশুক উপহাৰ যোগান ধৰা ‘চান্টাক্লজ’ নামেৰে…

উল্কাপিণ্ডৰ আঘাতত ওলায় বৰফঃ মহাসাগৰো আছিল মঙলত

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : এই গ্ৰহত এতিয়াও উল্কাপিণ্ডৰ আঘাতৰ পৰা বৰফৰ টুকুৰা ওলায়। সাগৰখন নিস্তব্ধ হৈ শুকাই যায়।— এয়া কবিতাৰ শাৰী নহয়, বাস্তৱ। পৃথিৱী নহয়, এয়া মংগল গ্ৰহৰ কথা। দুয়োটা শাৰী সঁচা বুলি বৈজ্ঞানিক প্ৰমাণে কয়।…

বিচাৰি পোৱা গ’ল ‘চান্টাক্লজ’ৰ সমাধি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ অক্টোবৰ : অৱশেষত ‘চান্তাক্লজ’ বা চেন্ট নিকোলাছৰ সমাধি বিচাৰি পোৱা গ'ল। চতুৰ্থ শতিকাৰ খ্ৰীষ্টান সাধুজন ছান্টাক্লজৰ চৰিত্ৰৰ আঁৰৰ প্ৰেৰণা আছিল, যিজনক আধুনিক কালত বৰদিনৰ সময়ত শিশুক উপহাৰ যোগান ধৰা ‘চান্টাক্লজ’ নামেৰে…

অপৰাধৰ দমনৰ বাবে ভাৰতীয় অট’ হ’ব ব্ৰিটিছ আৰক্ষীৰ আহিলা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ অক্টোবৰ : সমগ্ৰ বিশ্বৰ আৰক্ষী বাহিনীয়ে অপৰাধীক সফলতাৰে খেদিবলৈ তীব্ৰবেগী বাহন ব্যৱহাৰ কৰাৰ বিপৰীতে ব্ৰিটিছ আৰক্ষীয়ে অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ তিনিচকীয়া ভাৰতীয় অট'ৰ ওপৰত নিৰ্ভৰ কৰে। যুদ্ধকালীন অপৰাধৰ সৈতে…

মহাকাশত ভাৰতীয় বিজ্ঞানীৰ অভূতপূৰ্ব আৱিষ্কাৰ! স্তম্ভিত সমগ্ৰ বিশ্ব

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ অক্টোবৰ : অসীম বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো অংশতে লুকাই আছে গভীৰ ৰহস্য। বছৰ বছৰ ধৰি বিজ্ঞানীসকলে এই ৰহস্য উন্মোচন কৰিবলৈ চেষ্টা কৰি আহিছে। এনে ক্ষেত্ৰত প্ৰায়ে কিছুমান তথ্য বিজ্ঞানীসকলৰ মাজলৈ আহে যিবোৰে সকলোকে আচৰিত…

আফ্ৰিকাত আৱিষ্কাৰ বিশ্বৰ সৰ্ববৃহৎ গোলাপী হীৰা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ অক্টোবৰ : আফ্ৰিকাত পোৱা বিশ্বৰ আটাইতকৈ ডাঙৰ বিৰল গোলাপী ৰঙৰ হীৰাই আটাইতকৈ ডাঙৰ হীৰা নে আটাইতকৈ ডাঙৰ হীৰাবোৰৰ ভিতৰৰ এটুকুৰা সেই সম্পৰ্কে বিশেষজ্ঞসকলৰ মাজত মতানৈক্য আছে। কিন্তু এটা কথা সকলোৱে নিশ্চিত যে যোৱা ৩০০…

মহাকাশলৈ ইছৰ’ৰ আটাইতকৈ গধুৰ ৰকেট

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৪ অক্টোবৰ : দীপাৱলীৰ আগেয়েই ২৩ অক্টোবৰত পোহৰ হ'ল ভাৰতৰ আকাশ। মহাকাশ গৱেষণাত ভাৰতৰ মুকুটত সংযোজন কৰিলে আন এটুকুৰা মুকুতা। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহাৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ৩৬টা উপগ্ৰহৰে প্ৰক্ষেপ কৰা হ'ল…

অবিশ্বাস্য! বিনা চাৰ্জত ৩০০০ কিলোমিটাৰ চলিব টেছলাৰ ইলেক্ট্ৰিক গাড়ী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২২ অক্টোবৰ : বৰ্তমান সময়ত সকলোতে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি পাইছে। সেইবাবেই সকলোৱে সেই মূল্যবৃদ্ধিৰ পৰা মুক্তি পাবলৈ বিকল্প উপায় বিচাৰিছে। কেৱল সেয়াই নহয়, বৰ্ধিত ইন্ধনৰ মূল্যৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া বহু লোক…

বিপদৰ নাম ই-আৱৰ্জনাঃ এইবাৰ বাতিল হ’ব ৫৩০ কোটি ম’বাইল

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ অক্টোবৰ : বৰ্তমান সমগ্ৰ বিশ্বতে ই-আৱৰ্জনা এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। ইলেক্ট্ৰনিক সঁজুলিত সীহ, চিলিকন, টিন, কেডমিয়াম, পাৰা, জিংক আদি বিভিন্ন ৰাসায়নিক পদাৰ্থ থাকে। যিবোৰে প্ৰকৃতিক বিভিন্ন প্ৰকাৰে প্ৰদূষিত কৰি…

জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণৰ পৰিণতিঃ গুৰুতৰ বিপদত বিশ্বৰ আৰ্ধেক শিশু

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ অক্টোবৰ : গ্ৰেটা থুনবাৰ্গৰ পৰা লেখক অমিতাভ ঘোষলৈকে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ ফলত হোৱা ক্ষতিৰ প্ৰতি অতিশয় চিন্তিত। তেওঁলোকে নিজৰ উদ্বেগ ব্যক্ত কৰি আহিছে। এনে নহয় যে বিভিন্ন স্তৰত এই সন্দৰ্ভত ইতিবাচক আলোচনা হোৱা…