Browsing Category

কৃষি

উত্তৰ লালুক গাঁও পঞ্চায়তত ২৪ লাখ টকাৰ নেমু বাগান কেলেংকাৰি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ আগষ্টঃ লখিমপুৰ জিলাৰ কৰুণাবাৰী উন্নয়নখণ্ডৰ অন্তৰ্গত উত্তৰ লালুক গাঁও পঞ্চায়তত নেমু বাগান ৰোপনৰ নামত বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ পঞ্চায়তখনত নেমু বাগান ৰোপনৰ বাবে আৱণ্টন হোৱা ২৪ লাখ ৫০…

লখিমপুৰৰ শিঙৰা সমবায় সমিতিত পি ডি এছৰ কেবাশ কুইণ্টল চাউল অন্তৰ্ধান

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৪ আগষ্টঃ লখিমপুৰ জিলাৰ শিঙৰা সমবায় সমিতিত পি ডি এছৰ ৭২০ কুইণ্টল চাউল অন্তৰ্ধানৰ ঘটনাই নতুন মোৰ লৈছে৷ সমবায় সমিতিখনৰ পৰা চাউল অন্তৰ্ধান হোৱা ঘটনাক কেন্দ্ৰ কৰি নাওবৈচাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আজি সংবাদ…

শোণিতপুৰত কীটনাশক আৰু সাৰৰ বিপণিত জিলা টাস্ক ফ’ৰ্চৰ পৰিদৰ্শন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ১৩ আগষ্ট: শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত জিলা টাস্ক ফ'ৰ্চৰ এটা দলে জিলাখনৰ ১৫ টা কৃষি উন্নয়ন চক্র ক্ৰমে- ৰাক্ষসমাৰী কৃষি উন্নয়ন চক্র, ঢেকিয়াজুলি, মিছামাৰি, বিন্দুকুৰী, ঠেলামৰা, ভগামন্দিৰ, চিৰাজুলী, বিহগুৰী,…

শুভাৰম্ভৰ পাছদিনাই প্ৰতিবাদ : পাম অইলৰ খেতিৰ বিৰুদ্ধে তিনিচুকীয়াত গৰজি উঠিল আছু, অজাযুছাপ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ আগষ্ট : কেন্দ্ৰীয় চৰকাৰ, বাবা ৰামদেৱ আৰু পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰাৰ বাবে অসম চৰকাৰে ৰঙা দলিচা পাৰি হঠকাৰী সিদ্ধান্তৰে ৰাজ্যত পাম অইলৰ খেতি কৰিবলৈ লোৱা পৰিকল্পনাৰ তীব্ৰ বিৰোধিতা কৰিছে তিনিচুকীয়া জিলা…

পাম অইলৰ খেতিয়ে অসমৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিছে অশনি সংকেত !

গুৱাহাটী, ৯ আগষ্টঃ অসমৰ ১৮খন জিলাত পাম অইলৰ খেতি কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইণ্ডিয়ান কাউন্সিল অব এগ্ৰিকালচাৰেল ৰিচাৰ্ছ চমুকৈ আইচএআৰে এই খেতিত অনুমোদন জনাইছে বুলি চৰকাৰে প্ৰকাশ কৰিছে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল অসমৰ জলবায়ুৰ…

কৃষকৰ ‘ক্ষেত্ৰ ভ্ৰমণ’

শতাব্দ ষ্টাফ ৰিপটাৰ, তেজপুৰ ২৩ জুলাইঃ শোণিতপুৰ জিলা কৃষি কাৰ্যালয়, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰ ( IRRI), অ পি আই ইউ- কৃষি ( OPIU- Agriculture ) উদ্যোগত, বিশ্বনাথ জিলা কৃষি কাৰ্যালয়ৰ সহযোগত আৰু অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য…

উত্তৰ পূৰ্বাঞ্চলৰ কৃষকৰ বাবে স্থাপন হব চেটেলাইট : কিৰেন ৰিজিজু

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ জুলাই : ইছৰ'ৰ বিজ্ঞানীক ধন্যবাদ জনালে কেন্দ্ৰীয় Earth Science মন্ত্ৰী কিৰেন ৰিজিজুৱে। আজি তেজপুৰত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে কয় যে এই চন্দ্ৰ যান সফলতাৰে চন্দ্ৰ পৃষ্ঠত অৱতাৰণ কৰাৰ বাবে তেওঁ প্ৰাৰ্থনা জনায় কয়…

লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা প্ৰতিষ্ঠানত কৃষক-কৃষি বিজ্ঞানীৰ মাজত জলবায়ু পৰিৱৰ্তন আৰু আমাৰ কৰ্তব্য…

উত্তৰ লখিমপুৰ ২৬ জুনঃ অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ অন্তৰ্গত উত্তৰ অসমৰ লখিমপুৰ জিলাত অৱস্থিত একমাত্ৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰত, আজি ইণ্ডো গ্ল'বেল চচিয়েল চাৰ্ভিছ চচাইটিৰ উদোগত আৰু ধেমাজি আৰু লখিমপুৰ জিলাৰ ৪০ জন কৃষকৰ উপস্থিতত জলবায়ু…

তেজপুৰৰ  ডেকাৰ গাঁৱৰ উষা-নাট্য মন্দিৰ প্ৰেক্ষাগৃহত ‘ঝলঝলা’ ৰ মিলেট  সজাগতা সভা সম্পন্ন 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ২৩ জুন: চলিত বৰ্ষটো আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে সমগ্ৰ বিশ্বতে উদযাপন হৈ আছে৷ সেই উদ্দেশ্যে অসম মিলেট মিচনে সকলো শ্ৰেণীৰ ৰাইজৰ মাজত মিলেটক জনপ্ৰিয়  কৰিবৰ বাবে বিভিন্ন ধৰণে প্ৰচেষ্টা চলাই আছে৷ ‘ঝলঝলা’ (এক…

ছন পৰিব নেকি শোণিতপুৰৰ পথাৰ

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৭ জুন : উন্নয়নৰ ঢাকঢোল বজালেও এতিয়া উপযুক্ত জলসিঞ্চন ব্যৱস্থাৰ অভাৱত শোণিতপুৰৰ সৰ্বত্ৰ পথাৰত চিৰাল ফাট মেলিছে৷ উল্লেখযোগ্য যে জেঠ মাহৰ আধা যোৱাৰ সময়ত কৃষকে পথাৰত হাল বাব পৰা নাই আৰু দ পথাৰত কৰা বৰো ধানো…