Browsing Category
কৃষি
তিনিচুকীয়াত দৈনিক প্ৰায় ৫০ হাজাৰ নেমু নষ্ট
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৮ মে’ : কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দেশত নিৰ্মিত তথা থলুৱাভাৱে উৎপাদিত গুণগত মানসম্পন্ন সামগ্ৰীক বজাৰমুখী কৰি গ্ৰাম্য অৰ্থনীতিৰ লগতে সামগ্ৰিকভাৱে ৰাজ্য আৰু দেশৰ অৰ্থনৈতিক বিকাশ তৰান্বিত কৰাৰ বাবে নানা…
কৃষি বিপ্লৱেৰে কৰ্মমুখী হোৱাৰ সংকল্প গ্ৰহণ নিবনুৱা সন্থাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৮ এপ্ৰিলঃ ৰাজ্যত ভয়াৱহ ভাৱে নিবনুৱাৰ সংখ্যা বাঢ়ি অহাৰ সময়তে আজি লখিমপুৰত সদৌ অসম নিবনুৱা সন্থাই সেউজ বিপ্লৱেৰে কৰ্মমুখী হোৱাৰ সংকল্প গ্ৰহণ কৰা বাৰ্তাই সকলোলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে৷ উল্লেখ্য যে আজি…
মাটিমাহৰ বীজ যোগানৰ নামত অনিয়মৰ অভিযোগ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪এপ্ৰিলঃ ৰাজ্যত উন্নত প্ৰজাতিৰ মাটিমাহৰ খেতিৰে কৃষিক্ষেত্ৰত চৰকাৰী ভাবে যুগান্তকাৰী পৰিৱৰ্তন অনাৰ লক্ষ্যৰে চৰকাৰী কৃষিবিভাগে কেৱল ২৪ লাখ ৯৮ হেজাৰ চাৰিশ ২৬টকাৰ প্ৰচাৰ পত্ৰিকা প্ৰকাশ কৰি ৰাজ্যৰ জিলাসমূহলৈ…
চিপছ তৈয়াৰ কৰা FC ১১ আলুৰ খেতি কৰি ১৯ ৰ পৰা ২২ লাখ টকাৰ লাভ অর্জন জয়মতী এফ পি চি
কৃষি মন্ত্ৰী অতুল বৰাৰ পৰিদৰ্শন
‘পি এম কিষান’ আঁচনিত আৱেদন কৰিবলৈ যোগ্য কৃষকক আহ্বান লখিমপুৰ জিলা কৃষি বিভাগৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ,৮ মাৰ্চঃ কেন্দ্ৰীয় চৰকাৰৰ জনপ্ৰিয় আঁচনি 'প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি' দেশৰ অন্যান্য জিলাৰ লগতে লখিমপুৰ জিলাতো কৃষি বিভাগৰ অধীনত ৰূপায়ণ কৰা হৈছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকলৈ আহিছে…
চিলাপথাৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ কৰ্মশালা
ধেমাজি, ১৪ফেব্ৰুৱাৰী: অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত তথা চিলাপথাৰৰ চায়েন্স কলেজৰ সহযোগত আজি মহাবিদ্যালয়খনত কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন হয়। চায়েন্স কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ Mushroom culture unit IQAC আৰু…
পুৱাই মৰাণ-টিংখাঙত ছুইজাৰলেণ্ড সদৃশ পৰিস্থিতি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৭ ডিচেম্বৰঃ প্ৰাচ্যৰ ছুইজাৰলেণ্ড সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰি আজি পুৱা হোৱা শিলাবৃষ্টিত মৰাণ আৰু টিংখাং ৰাজহ চক্ৰত জনগণৰ ব্যাপক ক্ষতিসাধন হয়। একাংশৰ বাসগৃহৰ লগতে শাক পাচলি আৰু সৰিয়হ খেতিত বৰফৰ শুভ্ৰ আচ্ছাদনৰে ঢাকি ধৰাত…
ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইন্টলত ২০৪০ টকা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ ৯ ডিচেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত অসম চৰকাৰে বিগত বৰ্ষৰ দৰে এই বছৰো কৃষকৰ উৎপাদিত ধান উচিত মূল্যত ক্ৰয়ৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে। এই মাৰ্গদৰ্শনেৰে কেন্দ্ৰীয় চৰকাৰে ২০২২-২৩ বৰ্ষৰ বাবে ঘোষণা…