Browsing Category

কৃষি

তেজপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১ ডিচেম্বৰঃ তেজপুৰত যোৱানিশা বনৰীয়া হাতীয়ে একাধিক অঞ্চলত উপদ্ৰৱ চলোৱাৰ লগতে পকা ধান ভক্ষণ কৰি তহিলং কৰে৷তেজপুৰৰ চহৰৰ সমীপৰে দেৱী সিং ঘাট, গঢ় দৌল, বেচেৰীয়া আৰু পখীয়াঝাৰত একে সময়তে একাধিক ভাগত বিভক্ত হৈ পৰা…

পি এম-কিষান কেলেংকাৰী : ভুল কৰা বিষয়াৰ বিৰুদ্ধে অসম চৰকাৰক ব্যৱস্থা ল’বলৈ ক’লে গুৱাহাটী উচ্চ…

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ নৱেম্বৰ : ৰাজ্যত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিছান) আঁচনিৰ অধীনত সুবিধা বিতৰণৰ ক্ষেত্ৰত অনিয়মৰ সৈতে জড়িত বিষয়াসকলৰ বিৰুদ্ধে অসম চৰকাৰক 'উচিত ব্যৱস্থা' ল’বলৈ কৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ইয়াৰ…

তেজপুৰ বৰঝাৰ গাঁৱত কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ শুভ উদ্বোধন

শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬ নবেম্বৰঃ শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু IRRI, OPIU ( Operational project implementation unit) -AGRI, Ghy ৰ সহযোগত তেজপুৰৰ বৰঝাৰ গাঁৱৰ শইকীয়া চুবুৰীত মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ শুভ উদ্বোধনী অনুষ্ঠান…

বজাৰলৈ আহিছে পদুমনি নামৰ সুগন্ধি চিৰা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ নৱেম্বৰঃ লখিমপুৰৰ কৃষি বিজ্ঞান কেন্দ্ৰটোৱে সাম্প্ৰতিক সময়ত ন ন উৎপাদনেৰে কৃষকৰ কাষ চপা পৰিলক্ষিত হৈছে৷ লখিমপুৰৰ গৰুমূৰীয়াস্থ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ চৌহদত থকা এই কৃষি বিজ্ঞান কেন্দ্ৰটোৱে এতিয়া বিভিন্ন…

শোণিতপুৰত ২০২২-২৩ বৰ্ষত কৃষকৰ পৰা ৩৮,৩০০ মেট্ৰিক টন ধান ক্ৰয়ৰ কৰিব চৰকাৰে

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২নবেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত অসম চৰকাৰে বিগত বৰ্ষৰ দৰে এই বছৰো কৃষকৰ উৎপাদিত ধান উচিত মূল্যত ক্ৰয়ৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে । এই মাৰ্গ দৰ্শনেৰে ৰাজ্যত প্ৰথমবাৰৰ বাবে শোণিতপুৰ জিলা কৃষি…

তেজপুৰ মাজগাওঁ প্ৰশিক্ষণ কেন্দ্ৰত কৃষকৰ মাজত উন্নত জাতৰ বীজ বিতৰণ

শতাব্দ প্ৰতিনিধি, তেজপুৰ ১ নবেম্বৰঃ শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত তেজপুৰ মাজগাওঁ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্রীয় খাদ্য সুৰক্ষা অভিযান চমুকৈ NFSM আৰু ৰাষ্ট্রীয় কৃষি বিকাশ যোজনা ( RKVY) আঁচনিৰ অধীনত তেজপুৰ আৰু ৰঙাপাৰা…

জিনীয়ভাৱে পৰিৱৰ্তিত শস্যৰ পৰীক্ষা-নিৰীক্ষাত ভাৰতৰ অগ্ৰগতি

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ অক্টোবৰ : কৃষি বিজ্ঞানৰ উন্নতিৰ দিশত আন এক পদক্ষেপ। পৰিৱেশ মন্ত্ৰালয়ৰ জেনেটিক ইঞ্জিনিয়াৰিং মূল্যায়ন সমিতি বা GEAC-এ DMH বা ধাৰা সৰিয়হ হাইব্ৰিড-১১ প্ৰস্তুত কৰিছিল। ইয়াৰ লগে লগে ভাৰতে প্ৰথমটো জিনীয় পৰিৱৰ্তিত…

কতীয়া বৰষুণে উৎপাদন হ্ৰাস কৰিব ধানৰ:তেজপুৰত কৃষকৰ দুচিন্তা

শতাব্দ প্ৰতিনিধি,তেজপুৰ,২৫অক্টোবৰ: কালিৰে পৰা হোৱা ধাৰাসাৰ বৰষুণে পুনৰ এবাৰ বিপদত পেলাইছে ৰাজ্যৰ কৃষক সকলক৷ ৰাজ্যত অধিক পৰিমাণত হোৱা ৰঞ্জিত ধানৰ খেতি কাতি মাহৰ বৰষুণৰ ফলত ইতিমধ্যেই ক্ষতিৰ সন্মুখীন হৈছে৷ উল্লেখযোগ্য যে,শোণিতপুৰৰ বিভিন্ন…

লখিমপুৰৰ দ্ৰোপাং-মধুপুৰত গজৰাজৰ সন্ত্ৰাস

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৯ অক্টোবৰঃ লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী দ্ৰোপাং-মধুপুৰ আদি অঞ্চলত এতিয়া নিতৌ ধাননি পথাৰত বন্যহস্তীয়ে উপদ্ৰৱ চলোৱাৰ ফলত কৃষকসকলে মূৰে কপালে হাত দিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিশেষকৈ পাহাৰৰ দাঁতি…

লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক-বিজ্ঞানীৰ মত বিনিময়

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ অক্টোবৰঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পি এম কিষাণ সন্মান সন্মিলন এটি অনুষ্ঠানৰ আজি পোনপটীয়া সম্প্ৰচাৰৰ হৈ যায়। উক্ত অনুষ্ঠানত আদৰণি ভাষণ দিয়ে কৃষি বিজ্ঞান কেন্দ্ৰৰ…