Browsing Category
কৃষি
আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ দিশে আৰু এখোজ তেজপুৰ লিচুৰ
শতাব্দ প্ৰতিনিধি তেজপুৰ ২৬ ছেপ্টেম্বৰঃ তেজপুৰৰ লিচুৱে ২০১৫ বৰ্ষত জি আই টেগ পোৱাৰ লগতে চলিত বছৰৰ জুন মাহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই তেজপুৰৰ লিচু লণ্ডনলৈ ফ্লেগ অফ কৰাৰ পিছত তেজপুৰৰ লিচুৰ বিভিন্ন প্ৰজাতি ক্ৰমে বোম্বায়া,বিলাতী আৰু…
লখিমপুৰত ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি মুকলি কৃষি মন্ত্ৰী অতুল বৰাৰ
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২০ ছেপ্টেম্বৰঃ অসম চুক্তিৰ সকলো দফা শীঘ্ৰে কাৰ্যকৰী হ’ব৷ এই ক্ষেত্ৰত অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা প্ৰতিবেদন পালেই কাৰ্যকৰীকৰণৰ দিশে আগবাঢ়িব৷ একেদৰে সীমা সমস্যাটোও ইতিমধ্যে সমাধানৰ দিশে…
শোণিতপুৰ ন বিলত চাৰিশ মহিলাৰ সেউজ বিপ্লৱ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১৯ ছেপ্টেম্বৰ: শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত বিহগুৰিৰ পুঠিমাৰীত চাৰিশৰো অধিক উদ্যমী মহিলাৰে গঠিত জয়মতী কৃষি উৎপাদক গোটৰ সেউজ বিপ্লৱ । বিহগুৰিৰ পুঠিমাৰী, বাপুভেটি, ন-বিলকে ধৰি ২৫খন গাঁৱৰ উদ্যমী মহিলাসকলে কৃষিৰ…
অসমত প্ৰথমবাৰৰ বাবে তেজপুৰত পৰীক্ষামূলক ভাবে ড্ৰোণৰ সহায়ত কৃষি পথাৰত সাৰ প্ৰয়োগ
শতাব্দ প্ৰতিনিধি তেজপুৰ ১৩ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ বিন্দুকুৰি কৃষি চক্রৰ অন্তৰ্গত পক্ষীয়াঝাৰ গাঁৱত পৰীক্ষামূলকভাৱে ড্ৰো'ণৰ সহায়ত কৃষি পথাৰত সাৰ ( নেন' ইউৰিয়া ) প্ৰয়োগ কৰাৰ এক কাৰ্যসূচী ৰূপায়ন কৰা হয়।অসমত প্ৰথমবাৰৰ বাবে তেজপুৰ পক্ষীয়াঝাৰ…
শোণিতপুৰৰ বৰছলাত ৪০০ মহিলাৰে “জয়মতী”ৰ নতুন ৰূপ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,৫ছেপ্টেম্বৰ: “মহিলা সকলৰ কৰ্মস্পৃহা পুৰুষতকৈ অধিক৷ বিশ্বৰ যিসমূহ দেশত মহিলা সকলে সামাজিক, অৰ্থনৈতিক সকলো দিশতে আগবাঢ়ি আহিছে সেই সমূহ দেশ বিশ্বৰ আনদেশৰ তুলনাত যথেষ্ট আগবঢ়া৷” আজি বৰছলা বিধান সভা সমষ্টিৰ পুঠিমাৰি…
বিষৰ দাম কোটি কোটি টকাঃ ২০ হাজাৰ বৃশ্চিক পালন কৰি ধনী হৈছে কৃষক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ আগষ্ট : তেওঁ এজন খেতিয়ক, কিন্তু শস্য নহয়, হাজাৰ হাজাৰ বৃশ্চিকৰ খেতি কৰে! সেই বৃশ্চিকৰ বিষ বিভিন্ন প্ৰসাধন আৰু ড্ৰাগছ প্ৰস্তুত কৰা কোম্পানীক বিক্ৰী কৰি তেওঁ কোটি কোটি টকা উপাৰ্জন কৰিছে। অদ্ভুত যেন লাগিলেও তুৰ্কীৰ…
ৰাজ্যত ২০০ মেট্ৰিক টন মিলিং ক্ষমতাৰ বাবে স্থাপন কৰা হ’ব ৫০টা ধান মিল
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৫ আগষ্টঃ অসম চৰকাৰে ৰাজ্যত ধান ক্ৰয়ত সহায়ক হোৱাকৈ ২০০ মেট্ৰিক টন মিলিং ক্ষমতাৰ বাবে ৫০টা ধান মিল স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। এই কথা সদৰি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। আজি মুখ্যমন্ত্ৰী শৰ্মাই জনতা ভৱনত…
অসম কৃষি বিশ্ববিদ্যালয়ত উদ্যানশস্য সঞ্চালক -পৰিসংখ্যা সঞ্চালকসকলৰ উচ্চস্তৰীয় কৰ্মশালা
থোপযুক্ত তথ্য সংগ্ৰহৰ জৰিয়তে সৰ্বসাধাৰণ উপকৃত হব পৰাকৈ সঠিক আঁচনি আৰু পুজি আৱন্টনৰ দিশত প্ৰণালীবদ্ধভাবে আগবাঢ়িব পাৰি --- ড° প্ৰভাত কুমাৰ
শতাব্দ প্ৰতিনিধি, যোৰহাট ,২৪ আগষ্ট : ভাৰত চৰকাৰৰ উদ্যানশস্য আয়ুক্ত তথা উত্তৰ পূৱ ভাৰতৰ উদ্যান শস্য…
গুৱাহাটীত জৈৱিক কৃষিৰ খুচুৰা বিক্ৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৃষিমন্ত্ৰী অতুল বৰাৰ
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১৭ আগষ্টঃ গুৱাহাটীবাসীৰ বাবে সুখবৰ। অতি শীঘ্ৰেই গুৱাহাটীৰ খানাপাৰাস্থিত কৃষি সঞ্চালকালয় চৌহদত লাভ কৰিব পাৰিব জৈৱিকভাৱে উৎপাদিত স্বাস্থ্যসন্মত খাদ্যসামগ্ৰী। আজি খানাপাৰাস্থিত কৃষি সঞ্চালকালয় চৌহদত কৃষিমন্ত্ৰী অতুল…
কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভণি
শতাব্দ প্ৰতিনিধি, যোৰহাট ,১৬ আগষ্ট : খেতিয়কৰ বাবে আমাক অধিক শক্তিশালী আইন লাগে । অধিক সুৰক্ষিত আইনৰ প্ৰয়োজন আছে ।কি ধৰণৰ আইন হব লাগে কমেন্ট নিদিও কিন্ত কৃষকৰ সুৰক্ষাৰ বাবে আইন লাগে আৰু কৃষকৰ সম্পদ বৃদ্ধিৰ বাবেও আইন হব লাগে । যোৰহাটৰ অসম…