Browsing Category
কৃষি
অসম কৃষি বিশ্ববিদ্যালয়ত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন
শতাব্দ প্ৰতিনিধি, যোৰহাট,১৫ আগষ্ট : দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস অসম কৃষি বিশ্ববিদ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয় ।বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মূল চৌহদত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মাৰ্চপাৰ্চৰ অভিবাদন গ্ৰহণ কৰে বিশ্ববিদ্যালয়ৰ…
শাক-পাচলি খেতিৰে বছৰি ৪ কোটি টকা উপাৰ্জন কৰে গীতাঞ্জলিয়ে
শতাব্দ বিশেষ প্ৰতিনিধি, ১১ আগষ্টঃ কৃষিক্ষেত্ৰত স্থায়ী উপাৰ্জন নাই। খৰাং বা বানপানীৰ দৰে প্ৰাকৃতিক কাৰণে যথেষ্ট ক্ষতি কৰিব পাৰে। যাৰ ফলত তেওঁলোকে বাৰে বাৰে বৃহৎ লোকচানৰ সন্মুখীন হয়। কিন্তু আজিকালি প্ৰযুক্তিৰ ব্যৱহাৰ কৰি এই সমস্যা দূৰ কৰিব…
বৰছলাত শীঘ্ৰেই উচ্ছেদ চলিব:বিধায়ক পদ্ম
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৭আগষ্ট: “খিলঞ্জীয়াৰ বাবে কৃষিভূমি উদ্ধাৰৰ স্বাৰ্থত চৰ-চাপৰিত পুনৰাই উচ্ছেদ চলিব৷ সন্দেহযুক্ত নাগৰিকৰ হাতৰ পৰা কৃষিভূমি কাঢ়ি আনি গতাই দিয়া হ'ব খিলঞ্জীয়াক৷”--বেদখলকাৰীক উচ্ছেদ প্ৰসংগত পুনৰ আজি তেজপুৰত এইদৰে মন্তব্য কৰে…
নিবনুৱা সমস্যা সমাধানত সৰ্বাধিক ভূমিকা ল’ব পৰা খণ্ডটোৱেই হৈছে কৃষি : মন্ত্রী অতুল বৰা
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২ আগষ্টঃ গুৱাহাটীত কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়া তথা ৰাজ্যৰ জিলাসমূহৰ কৃষি বিষয়া আৰু মহকুমা কৃষি বিষয়াসকলৰ উপস্থিতিত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভা সম্বোধন কৰে কৃষি মন্ত্রী অতুল বৰাই।…
জলবায়ু পৰিৱৰ্তিত পৰিৱেশত ধানখেতিৰ সম্ভাৱনীয়তা
শতাব্দ প্ৰতিনিধি, যোৰহাট, ৪ জুলাই : জলবায়ু পৰিবৰ্তিত পৰিবেশত উত্তৰ পূৱ ভাৰতত উন্নত প্ৰযুক্তিৰ ধান খেতিৰ ধাৰণা আৰু ব্যৱহাৰ্যতা শীৰ্ষক এক সপ্তাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচী ২৭ জুনৰ পৰা ২ জুলাইলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ তিতাবৰস্থ আঞ্চলিক কৃষি…
থলুৱা জাতি জনগোষ্ঠীৰ মাজত কৃষিৰ সম্প্ৰসাৰণ-উন্নয়নৰ বাবে বিশেষ পদক্ষেপ অসম কৃষি বিশ্ববিদ্যালয়ৰ
শতাব্দ প্ৰতিনিধি,যোৰহাট ,২৮ জুন : অসমৰ থলুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কৃষিৰ সম্প্ৰসাৰণৰ জৰিয়তে সামগ্ৰিকভাবে ৰাজ্যৰ থলুৱা কৃষি অৰ্থনীতিক আগবঢ়াই নিয়াৰ প্ৰয়াসেৰে অসম কৃষি বিশ্ববিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । এই পদক্ষেপৰ অংশ…
বানাক্ৰান্ত কৃষকৰ বাবে জিলাই জিলাই সামূহিক কঠিয়াৰ নাৰ্চাৰী স্থাপনৰ নিৰ্দেশ উপাচাৰ্যৰ
শতাব্দ প্ৰতিনিধি, যোৰহাট ,২৭ জুন : ৰাজ্যৰ বিভিন্ন জিলাত প্ৰলয়ংকৰী বানপানীয়ে দুৰ্বিষহ পৰিবেশৰ সৃষ্টি কৰাৰ সময়তে অসম কৃষি বিশ্ববিদ্যালয়ে বানাক্ৰান্তক সকাহ দিয়াৰ বাবে বিশেষ জৰুৰী পদক্ষেপ গ্ৰহণ কৰিছে । জৰুৰীভাবে বানাক্ৰান্তৰ কাষত উপস্থিত হৈ…
অসমৰ মানুহে সোৱাদ ল’বলৈ নোপোৱা লিচু লণ্ডনলৈ
শতাব্দ প্ৰতিনিধি তেজপুৰ ,১১ জুন : তেজপুৰৰ সু-স্বাদু লিচু যাব লণ্ডনলৈ। আজি মুখ্যমন্ত্ৰীয়ে তেজপুৰত ফ্লেগ অফ কৰি লণ্ডনলৈ বুলি লিচু প্ৰেৰণ কৰে।তেজপুৰ বাটমাৰী সন্মিলন কক্ষত অনুষ্ঠিত হোৱা আজিৰ কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানৰ ফ্লেগ…
তেজপুৰৰ বৃহৎ লিচু বাগিছাখনৰ পৰা ৰসাল লিচু দেশৰ বজাৰলৈ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ৪জুন: তেজপুৰৰ ৩০বিঘাৰ অধিক মাটি সামৰি থকা লিচু বাগিছাখনত আছে ছশ জোপা লিচু গছ । বোম্বায়া, চাহী, পিয়াজী, ইলাচি, গ্ৰীণ বেদানা আৰু থলুৱা লিচুৰে ভৰি পৰিছে এইখন বাগিচা । ২০১০ত তেজপুৰৰ পৰোৱাত স্থানীয় বিশিষ্ট ব্যৱসায়ী তথা…
‘ডামিনী’ক হাতত ৰাখকঃ বজ্ৰপাতৰ পৰা বাচক
শতাব্দ বিশেষ প্ৰতিনিধি, ৩ জুন : মেঘে-গাজনিৰে বতৰ ওন্দোলাই অনাৰ দিন আকৌ আহিল। বৰ্ষাকালৰ আগমনৰ লগে-লগে বিজুলী-ঢেৰেকণিৰে অহা বৰষুণজাকে পৃথিৱীখনক জীপাল কৰি তোলে যদিও এই ঢেৰেকণি বা বজ্ৰপাত মানুহ আৰু পশু-পক্ষীৰ বাবে এটা প্ৰাকৃতিক দুৰ্যোগ হিচাপেই…