Browsing Category

খাদ্য-ৰন্ধন

পোকৰ পৰা চকলেট তৈয়াৰঃ টেষ্টি টেষ্টি….

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ জুলাই : আপুনি নতুন ধৰণৰ চকলেটৰ সোৱাদ ল’বলৈ ভাল পায় নিশ্চয়। কিন্তু আপুনি যেতিয়া গম পাব যে, যিকোনো চকলেট আচলতে কেটাৰপিলাৰ বা পোকৰ পৰা তৈয়াৰ কৰা হয়, তেতিয়া বাৰু খাবলৈ মন যাবনে? মুখত লগাব পাৰিবনে? পিছে শেহতীয়াকৈ…

 কঁঠালৰ বতৰত জানি লওক উপকাৰিতা আৰু অপকাৰিতা

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২ জুলাই : এতিয়া কঁঠালৰ বতৰ। বহুতৰেই প্ৰিয় এই কঁঠাল। কেৱল মুখৰ জুতিৰ ক্ষেত্ৰতেই নহয়, কঁঠাল বা জেকফ্ৰুটক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। কঁঠালত বহু পুষ্টিকৰ উপাদান থাকে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ…

থাইৰয়ডৰ আমনিঃ পাকঘৰত ৰাখক এই চাৰিবিধ খাদ্য সামগ্ৰী

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ জুন : থাইৰয়ডৰ সমস্যাত অনেকেই ভোগে। বিশেষজ্ঞসকলৰ মতে, থাইৰয়ডৰ অৱস্থান আমাৰ শৰীৰৰ ডিঙিত। দেখাত বহুখিনি পখিলাৰ দৰে। ইয়াৰ ভিতৰত বহুকেইটা হৰমন সৃষ্টি হয়। যেতিয়া থাইৰয়ডৰ হৰমনবোৰ অস্বাভাৱিক হাৰত উৎপাদন হয়, তেতিয়াই…

মোক খা মোক খা বতৰৰ ফল ( ফটো সংবাদ)

বতৰৰ ফলে ভৰি পৰিছে অসমৰ বিভিন্ন ঠাই। ওপৰৰ ছবিত বঙাইগাঁৱৰ তুলুঙীয়া বজাৰত বাৰীৰ আনাৰস চাইকেলত লৈ এজন কৃযক। তলৰ ছবি কামৰূপ জিলাৰ বামুণী গাঁও বজাৰৰ। আলোকচিত্ৰঃ অৰিন্দম তালুকদাৰ

এক কেজি আমৰ মূল্য ৩ লাখ

দাদুল দেৱকৃষ্ণ বৰুৱা ১০০, ২০০ কিম্বা হাজাৰ টকা কেজি নহয়। আমৰ প্রতি কেজিৰ  দাম ২ লাখ ৭০ হাজাৰ টকা। এনে দাবীয়েই কৰিছে আলিপুৰদুৱাৰৰ আম খেতিয়কে। কিন্তু এনে কি আম, যাৰ দাম প্রায় তিনি লাখ টকা? আলিপুৰদুৱাৰ চহৰৰ বাসিন্দা লোচা দেৱৰ দাবী— এক কেজি…

এলুমিনিয়াম পেকেটত খাদ্য বন্ধ কৰিলে ৰেলৱেই

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : ৰাজধানী, শতাব্দী আদি দূৰগামী আৰু দ্ৰুতবেগী এক্সপ্রেছ ট্রেইনসমূহত এলুমিনিয়ামৰ পেকেটত খাদ্য সৰবৰাহ বন্ধ কৰিছে ৰেল বিভাগে। এলুমিনিয়ামৰ পৰিৱৰ্তে ‘ষ্টার্চ’ৰ পৰা তৈয়াৰী পৰিৱেশ বান্ধব পেকেটতহে খাদ্য পাব দূৰগামী…

আখলত ‘আগুন’! দাম বাঢ়িল ঘৰুৱা ৰন্ধন গেছৰ, কমিল বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৭ মে' : আকৌ এবাৰ ৰন্ধন গেছৰ মূল্যবৃদ্ধি। মাহৰ আৰম্ভণিতে বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্যবৃদ্ধি কৰিছিল ৰাষ্ট্ৰীয়কৃত তেল বিপণন সংস্থাসমূহে। এইবাৰ ঘৰুৱা ব্যৱহাৰৰ চিলিণ্ডাৰৰ পাল পৰিল। ৬ মে'ৰ মাজৰাতিৰ পৰা গার্হস্থ্য…

তিয়ঁহ কেনেকৈ খায় ?

তীব্ৰ গৰমৰ পৰা সকাহ পাবলৈ আপুনি তিয়ঁহ cucumber খাই নেকি? হয় শৰীৰৰ শীতলতাৰ বাবে তিয়ঁহ খাব লাগে। অতিৰিক্ত তিয়ঁহ কিন্তু স্বাস্থ্যৰ বাবে হানিকাৰক। বৰ্তমান বজাৰত তিয়ঁহৰ চাহিদা আকাশলংঘী। তিয়ঁহৰ এটা ভাল উপকাৰ হ'ল যে ই পেটত থকা অন্যান্য খাদ্য…

তেলত ডুবাই খোৱাৰ দিন ওকলিল !

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৩ মে' : প্রবল স্বাস্থ্য সচেতন আৰু নির্দিষ্ট কিছু অঞ্চলৰ বাসিন্দাসকলক বাদ দিলে তেলত ভজা খাদ্য বেছি প্রিয় ভাৰতীয়সকলৰ। অসমীয়াই তাহানিৰ 'টেঙা টুকুচাৰে' খোৱাৰ জুতি-বুধি এৰি তেলত ডুবাই খোৱাৰ এক অপকাৰী নতুন অভ্যাস গঢ়ি…