Browsing Category

ট্ৰেণ্ডিং

লখিমপুৰ নগৰৰ দিশে ধাৱমান সোৱণশিৰি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ আগষ্টঃ লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বধাকৰাত সোৱণশিৰি নদীয়ে ভয়ংকৰ গৰা খহনীয়াৰ সৃষ্টি কৰিছে৷ নদীখনে এতিয়া বধাকৰাত প্ৰচণ্ড খহনীয়াৰ সৃষ্টি কৰি ভীমপৰা মথাউৰিলৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ লগতে নদীখনে…

শোণিতপুৰত ফাইলেৰিয়া নিৰ্মূল অভিযান

শতাব্দ ষ্টাফ ৰিপ'ৰ্টৰ তেজপুৰ ২৮ আগষ্ট: শোণিতপুৰ জিলাৰ IMA ৰ প্ৰেক্ষাগৃহত আজি ফাইলেৰিয়া নিৰ্মূল অভিযানৰ লগত সংগতি ৰাখি জিলাখনৰ বিভিন্ন বিষয়-ববীয়া আৰু NGO ৰ বিষয়- ববীয়াৰ লগত এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায়। অহা ৩১ আগষ্টৰ পৰা ৯…

আছুৰ অষ্টাদশ অধিবেশনত ‘কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা’ বিষয়ে আলোচনা

মাননীয় সম্পাদক মহোদয়, সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ ৰাজ্যিক অধিৱেশন অহা ২১,২২ আৰু ২৩ নবেম্বৰত মৰিগাঁৱত অনুষ্ঠিত হ'ব বুলি জানিব পাৰিছো । এই অধিৱেশনখনত ‘কেৰিয়াৰ সম্পৰ্কীয় কৰ্মশালা’ বিষয়ে আলোচনা কৰে যেন। বিভিন্ন শিক্ষানুষ্ঠান, দল-সংগঠন তথা…

“গছ থালিলেহে মানুহ থাকিব” মন্ত্ৰেৰে তেজপুৰত শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ গছপুলি…

শতাব্দ ষ্টাফ ৰিপ'টাৰ, ২৭ আগষ্ট :গছ থাকিলেহে মানুহ থাকিব - এই মন্ত্ৰেৰে আজি শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চই তেজপুৰৰ ঐতিহাসিক গড়, দৌলৰ সন্মুখৰ লগতে পৰ্বতীয়াৰ পৰা তৰাজান কুমাৰ গাঁও সংযোগী পথৰ দুয়োকাষে শতাধিক গছপুলি ৰোপণেৰে এক…

তেজপুৰত শোণিতপুৰ জ্যেষ্ঠ নাগৰিকৰ সভা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭আগষ্টঃ আজি শোণিতপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যনিৰ্বাহকৰ এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা তেজপুৰ চাৰিআলি শাখাৰ উদ্যোগত অনুষ্ঠিত হৈ যায়।জিলা সন্মিলনৰ সভাপতি কেশৰাম নাথৰ সভাপতিত্বত পুৱা ১০ বজাত আৰম্ভ হোৱা…

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত তিনিদিন ধৰি চৰম জলসংকট

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৬ আগষ্ট : শোণিতপুৰৰ টুমুকী স্হিত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত যোৱা তিনিদিন ধৰি খোৱা পানীৰ সংকটে জুৰুলা কৰিছে।ইয়াৰ চিকিৎসক, ৰোগী আৰু চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্রীকে ধৰি সকলো কৰ্মচাৰীয়ে এতিয়া পানীৰ…

সোৱণশিৰিৰ এৰাসুঁতিৰ অমৃত সৰোবৰ বাঢ়নী পানীয়ে ভাঙি-চিঙি মহতিয়াই নিলে

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ ২৭ আগষ্টঃ পূৰ্বৰ ঢকুৱাখনা বিধান সভা সমষ্টি আৰু বৰ্তমান নাওবৈছা বিধানসভা সমষ্টিৰ অন্তৰ্গত সোৱণশিৰি গাঁও পঞ্চায়তৰ আলিমূৰ ভাটি গাঁৱৰ কাষৰ সোৱণশিৰি নৈৰ এৰাসুঁতিত অসম চৰকাৰৰ তিনিখনকৈ আঁচনিৰ পৰা আবন্টিত প্ৰায় ২২ লাখ টকাৰ…

তিনিচুকীয়াত তীব্ৰবেগী গাড়ীৰ খুন্দাত নিহত ১ : মৃতদেহ লৈ পথ অৱৰোধ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৬ আগষ্ট : তীব্ৰবেগী ডাম্পাৰ আৰু কেঁচা চাহপাত কঢ়িওৱা গাড়ীৰ দৌৰাত্ম্যত তিনিচুকীয়াত সাধাৰণ পথচাৰী নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে ৷ তিনিচুকীয়া চহৰৰ উপকণ্ঠৰ চান্দমাৰী বাগিচাৰ সুৰেণ মুৰ্মু নামৰ এজন শ্রমিকক…

লখিমপুৰত চুৰি বিদ্যুৎ ব্যৱহাৰৰ ফলত বিদ্যুৎস্পৃষ্ট হৈ কিশোৰৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৬ আগষ্টঃ উত্তৰ লখিমপুৰ সদৰ থানাৰ অন্তৰ্গত ৮ নং ৱাৰ্ডত চুৰি বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এজন কিশোৰৰ মৃত্যু হোৱা ঘটনাই লখিমপুৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে৷ এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে এজন লোকক…

লখিমপুৰৰ বঙালমৰাত ৬ ড্ৰাগছ-গাঞ্জা সৰবৰাহকাৰীক ৰাইজে ধৰি গতালে আৰক্ষীক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ আগষ্টঃ লখিমপুৰত ড্ৰাগছ, মদ, ভাঙকে ধৰি বিভিন্ন অসমাজিক কাৰ্যকলাপ পুনৰ বৃদ্ধি পাব ধৰিছে৷ কিছুদিন এনে কাৰ্যকলাপ স্তিমিত হৈ আছিল যদিও পুনৰ প্ৰায়ে আৰক্ষীৰ হাতত ড্ৰাগছ ব্যৱসায়ীয়ে ধৰা খাই আহিছে৷ আজিও এনে…