Browsing Category

ট্ৰেণ্ডিং

তেজপুৰত এইডচ নিয়ন্ত্ৰণৰ সজাগতা, প্ৰশিক্ষণ শিৱিৰত উত্তপ্ত পৰিস্থিতি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১১আগষ্টঃ নিজকে এইডচ নিয়ন্ত্ৰণ অভিযানৰ লগত জড়িত বুলি পৰিচয় দিয়া বহিঃৰাজ্যৰ এজন ব্যক্তিয়ে তেজপুৰৰ একাংশ দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী বোৱাৰীক যৌন কৰ্মী সজাবলৈ অপচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ লগতে ইয়াকে লৈ এক…

তিনিচুকীয়াত প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দৰ উপস্থিতিত প্ৰস্তুতি সভা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ আগষ্ট : ’বাগানে বাগানে প্ৰদেশ কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচী সফল কৰি তোলাৰ উদ্দেশ্যেৰে আজি তিনিচুকীয়াত দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাকে ধৰি প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দৰ উপস্থিতিত এখনি প্ৰস্তুতি সভা…

লখিমপুৰত পুনৰ নকল সোণ-জাল নোট চক্ৰ সক্ৰিয়

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১১ আগষ্টঃ লখিমপুৰত জিলাত কিছু দিনৰ পূৰ্বে আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছতে লখিমপুৰ জিলাৰ বঙালমৰাকে ধৰি বিভিন্ন প্ৰান্তত চলি থকা নকল সোণ আৰু জাল নোটৰ বেহা কিছু স্থবিৰ হৈছিল যদিও পুনৰ নকল…

অৰুণাচলত সংঘৰ্ষত নিহত এন এছ চি এন কেডাৰ : ধৃত ১ : মাৰণাস্ত্ৰ জব্দ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১১ আগষ্ট : অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত নিৰাপত্তা বাহিনীৰ সৈতে সংঘটিত এক সংঘৰ্ষত নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ (নিকি-ছুমি) এজন শীৰ্ষ কেডাৰ নিহত হোৱাৰ লগতে আন এজন কেডাৰক অভিযানকাৰী দলে আটক কৰিবলৈ সক্ষম হয়…

শয়নে-সপোনে আজিও কেৱল নেহৰুকে দেখা পায় মোদীয়ে–ভূপেন বৰা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,  গুৱাহাটী, ১১ আগষ্টঃ শয়নে-সপোনে কেৱল নেহৰুকে দেখি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে অনাস্থা প্ৰস্তাৱ বিতৰ্কত মূল বিষয় মণিপুৰৰ পৰা ফালৰি কাটি অসমৰ প্ৰসংগহে উত্থাপন কৰে। তাকে কৰিবলৈ গৈ দেশৰ প্ৰথমগৰাকী…

শীতল পানীয়ৰ বটল বিক্ৰী কৰি অধিক দাম লোৱা ৮ ব্যৱসায়ীৰ বিৰুদ্ধে গোচৰ ৰুজু

শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১০ আগষ্ট : উৎকট গৰমৰ সুযোগ গ্ৰহণ কৰি তেজপুৰ চহৰৰ ৮ গৰাকী অসাধু ব্যৱসায়ীয়ে নানাৰঙী শীতল পানীয় ফ্ৰিজিং কৰাৰ নামত গ্ৰাহকৰ পৰা অতিৰিক্ত দাম লোৱাৰ অভিযোগৰ ভিত্তিত অসম চৰকাৰৰ বৈধ্য পৰিমাণ বিজ্ঞান আইনৰ অধীনত গোচৰ ৰুজু…

জোনমণি কাণ্ডঃ পুনৰ লখিমপুৰত চি বি আইৰ দল

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১০ আগষ্টঃ ৰাজ্য কঁপাই যোৱা জোনমণি কাণ্ডৰ তদন্ত চলাই থকা চি বি আইৰ এটা দল আজি পুনৰ লখিমপুৰৰ বঙালমৰাত উপস্থিত হয়৷ চি বি আইৰ সাতজনীয়া দলটোৱে বিহপুৰীয়া থানাৰ অন্তৰ্গত বঙালমৰাত উপস্থিত হৈ জোনমণি কাণ্ডৰ লগত সাঙোৰ…

তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষৰ নামফলক ব্যৱহাৰ কৰি ফেচবুকত চুতীয়া জনগোষ্ঠীক অপমান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ আগষ্ট : তিনিচুকীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সূৰ্য চুতীয়াৰ নামফলক ব্যৱহাৰ কৰি Alia vs Papu Jokes নামৰ এক ফেচবুক পেজত যোৱা ৭ আগষ্টত আপলোড কৰা এটা প'ষ্টৰ জৰিয়তে চুতীয়া জনগোষ্ঠীক ইতিকিং কৰাৰ লগতে…

শুভাৰম্ভৰ পাছদিনাই প্ৰতিবাদ : পাম অইলৰ খেতিৰ বিৰুদ্ধে তিনিচুকীয়াত গৰজি উঠিল আছু, অজাযুছাপ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৯ আগষ্ট : কেন্দ্ৰীয় চৰকাৰ, বাবা ৰামদেৱ আৰু পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰাৰ বাবে অসম চৰকাৰে ৰঙা দলিচা পাৰি হঠকাৰী সিদ্ধান্তৰে ৰাজ্যত পাম অইলৰ খেতি কৰিবলৈ লোৱা পৰিকল্পনাৰ তীব্ৰ বিৰোধিতা কৰিছে তিনিচুকীয়া জিলা…

তেজপুৰৰ সবিতা দাসলৈ মধ্যপ্ৰদেশ সাহিত্য অকাডেমিৰ “অল ইণ্ডিয়া অটল বিহাৰী বাজপেয়ী সন্মান”

শতাব্দ ষ্টফ ৰিপটাৰ তেজপুৰ, ৯ আগষ্ট : মধ্যপ্ৰদেশ সাহিত্য অকাদেমীয়ে আগবঢ়োৱা "অল ইণ্ডিয়া অটল বিহাৰী বাজপেয়ী সন্মান" কবিতাৰ শিতানত এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ সবিতা দাস নামৰ এগৰাকী কবি তথা লেখিকাই। উল্লেখ্য যে যোৱা যোৱা ২৫ জুলাই…