Browsing Category
ট্ৰেণ্ডিং
মোদী হতাও দেশ বচাও শ্ল’গানৰে উত্তাল তেজপুৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ আগষ্টঃ চিআইটিইউ আৰু শোণিতপুৰ জিলা কৃষক সভাৰ বিক্ষোভ প্ৰতিবাদত আজি উত্তাল হৈ পৰিল তেজপুৰ ৷ জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুসংখ্যক দলীয় নেতা কৰ্ম্মীয়ে তেজপুৰ হেম বৰুৱা ভৱনৰ সন্মুখত অৱস্হান কৰি…
লখিমপুৰ নগৰত ৫ তোলা সোণ সহ চোৰ ধৃত
ঃ সোণাৰী দোকানত সোণ পৰীক্ষা কৰাৰ সময়তে ৰাইজৰ জালত পৰিল চোৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ আগষ্টঃ উত্তৰ লখিমপুৰ নগৰৰ বৰমুৰীয়া তিনিআলিত আজি দুপৰীয়া এটা চোৰে সোণাৰী দোকানত সোণৰ আ-অলংকাৰ পৰীক্ষা কৰিবলৈ অহা সময়তে উপস্থিত লোকে এটা চোৰক হাতে…
ভট্টদেৱ বিশ্ববিদ্যালয়ত দীক্ষাৰাম্ভ
পাঠশালা ৯ আগষ্টঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশনা অনুসৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ নৱাগত ছাত্ৰ ছাত্ৰী সকলৰ বাবে অনুষ্ঠিত কৰা সপ্তাহযোৰা দীক্ষাৰাম্ভ কাৰ্যসূচীৰ ৮ আগষ্ট তাৰিখে সফলতাৰে সমাপ্ত হয়। ২০২৩-২৪…
তেজপুৰৰ ধৰ্ষণ কাণ্ডঃ অভিযুক্তক গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮আগষ্টঃ যোৱা এমাহে এগৰাকী বিবাহিতা মহিলাক ধৰ্ষণৰ অভিযোগ সত্বেও গ্ৰেপ্তাৰৰ পৰা সাৰি থকা অভিযুক্ত ৰফিকুল হকৰ পুত্ৰ তথা ঠেলামৰাৰ দুইনম্বৰ উলুবাৰীৰ আৰিফুল হক(৩২)ক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷উল্লেখযোগ্য যে,ঠেলামৰা…
শোণিতপুৰৰ অতিৰিক্ত আয়ুক্তক ভাবুকিঃ গ্ৰেপ্তাৰ এজনক
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৮আগষ্টঃ শোণিতপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত পংকজ বৰাক ভাবুকি দি ৰঙাঘৰৰ ভাত খোৱাৰ বাট প্ৰশস্ত হ'ল ৰঙাপৰাৰ যুৱক সুধীৰ চক্ৰৱৰ্তীৰ৷ উল্লেখযোগ্য যে, ৰঙাপৰাৰ ছয়নম্বৰ ৱাৰ্ডৰ বাসিন্দা চক্ৰৱৰ্তীয়ে শনিবাৰে শোণিতপুৰৰ অতিৰিক্ত…
তেজপুৰত স্বাধীনতা সংগ্ৰামী, জননেতা ছবিলাল উপাধ্যায় স্মাৰক সমন্বয় বক্তৃতানুষ্ঠান সম্পন্ন
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ৮ আগষ্ট : বিশ্বায়নে সমগ্ৰ পৃথিৱীতে ভাষিক সমন্বয় সাধন কৰিছে যদিও পৃথিৱীৰ পৰা বছৰে বছৰে বহু জাতিৰ ভাষাৰ আকৌ বিলুপ্তি ঘটিছে। বিশ্বায়নে আমাৰ পৃথিৱীখনক গাঁৱলৈ ৰূপান্তৰিত কৰিছে থিকেই কিন্তু এই বিশ্বায়নে সৃষ্টি কৰা…
এগৰাকী বিবাহিতা মহিলাৰ গুৰুতৰ অভিযোগঃ এমাহৰ পূৰ্বে উপৰ্যুপৰি ধৰ্ষণৰ বলি হৈয়ো ন্যায়ৰ বাবে খাবলগীয়া…
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৭আগষ্টঃ এগৰাকী বিবাহিতা মহিলাক এক দুৰ্বৃত্তই অপহৰণ কৰি পৰৱৰ্তী সময়ত ছদিন আৱদ্ধ কৰি উপৰ্যুপৰি ধৰ্ষণ কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ লগতে বিগত এমাহে মহিলাগৰাকীৰ অভিযোগৰ প্ৰতি ঠেলামৰা আৰক্ষীয়ে গুৰুত্বই…
ধলাইবিলত বিজেপি পঞ্চায়ত সদস্যৰ আক্ৰমণত আহত যুৱক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৭আগষ্টঃ শোণিতপুৰ জিলাৰ চতিয়া বিধানসভা সমষ্টি অন্তৰ্গত ধলাইবিলৰ চামধৰা গাঁও নিবাসী দিব্যজ্যোতি নাথ নামৰ এজন যুৱকক যোৱা নিশা এটা প্ৰায় ১৫জনীয়া দলে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে৷ বৰ্তমান তেজপুৰ কনকলতা অসামৰিক…
ভট্টদেৱ বিশ্ববিদ্যালয়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত “জি ২০ত ভাৰতৰ…
পাঠশালা ৭ আগষ্টঃ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উদ্যোগত আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সহযোগত আজি "জি ২০ত ভাৰতৰ অধ্যক্ষতা " শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হয় । ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক বিৰিঞ্চি কুমাৰ দাসে আজিৰ এই আলোচনা সত্ৰখন…
যোগানমন্ত্ৰীৰ পদত্যাগৰ দাবীত যুৱ পৰিষদৰ প্ৰতিবাদত উত্তাল লখিমপুৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৭ আগষ্টঃ ৰাজ্যত খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন বয় বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি অহাৰ সময়তে আজি লখিমপুৰত মূল্যবৃদ্ধি ৰোধৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে…
