Browsing Category
ট্ৰেণ্ডিং
৮৮ বছৰ বয়সতো সৃষ্টিশীলতাৰ উন্মেষ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৬ আগষ্ট : তেজপুৰৰ সামাজিক - সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান সমূহৰ পিতামহ স্বৰূপ, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁটে ৮৮ বছৰ বয়সতো সাহিত্য চৰ্চা অব্যাহত ৰাখি অহাৰ পিছত আজি বিয়লি তেজপুৰৰ সামাজিক অনুষ্ঠান তৰুণ…
ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
গুৱাহাটী, ৫ আগষ্ট : অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ৫ আগষ্ট তাৰিখে পুৱা ৮.১৫ বজাত ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । সজাগতা সভাখনত সমল ব্যক্তি…
দৰংমহাবিদ্যালয়ৰ প্ৰকাশন পৰিষদৰ দ্বাৰা গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৫ আগষ্ট : উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰং মহাবিদ্যালয়ত আজি অনুষ্ঠিত এক বিশেষ গ্ৰন্থ উন্মোচনী সভাত মহাবিদ্যালয়খনৰ প্ৰকাশন পৰিষদৰ "Recent Advanes in Biological Science: Diversity and Human Welfare"…
তিনিচুকীয়াত লোক কল্যাণ দিৱস উদযাপন : ৪ কৰ্মচাৰীলৈ লোকসেৱা বঁটা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ আগষ্ট : অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৩ সংখ্যক পূণ্যতিথি উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাতো আজি জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস পালন কৰা হয় ৷ তিনিচুকীয়াৰ…
কুসুম কুমাৰ মহন্ত,তাৰানাথ মহন্ত আৰু জীতেন প্ৰধানীৰ বিৰুদ্ধে…
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৫ আগষ্টঃ ৰাজ্যৰ ১২শ খন সত্ৰ আৰু চাৰি হেজাৰ নামঘৰৰ উমৈহতীয়া সংগঠন "সদৌ অসম সত্ৰ মহাসভা"ৰ সভাপতি তথা মাজুলীৰ শ্ৰীশ্ৰী গড়মূৰ সৰুসত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামী,"সদৌ অসম সত্ৰ মহাসভা"ৰ প্ৰধান সম্পাদক তথা নগাঁও…
শোণিতপুৰৰ সোণাইৰূপাই আৰু চাৰিদুৱাৰ বনাঞ্চলৰ ভূমি বেদখলকাৰীক আৱণ্টনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ…
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪ আগষ্ট: শোণিতপুৰৰ সোণাই ৰূপাই অভয়াৰণ্য আৰু চাৰিদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি একাংশ বেদখলকাৰীক বন আইন ভংগ কৰি চৰকাৰী ভাবে আৱণ্টন দিয়া কাৰ্যৰ বিৰুদ্ধে আৰটিআই কৰ্মী দিলীপ নাথে দেশৰ উচ্চতম ন্যায়ালয়ত গোচৰ তৰিব৷…
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এন এফ ৰে’লৱেত বিনিয়োগ কৰা হ’ব ৫,১০০ কোটি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৪ আগষ্ট : অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিকীকৰণৰ বাবে নিৰ্বাচিত দেশৰ সৰ্বমুঠ ১৩০৯ টা ৰে’লৱে ষ্টেচনৰ ভিতৰত প্ৰথম পৰ্যায়ত ৫০৮ টা ষ্টেচনৰ আধুনিকীকৰণৰ আধাৰশিলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’…
অসম মণিপুৰৰ দৰে হ’বলৈ কেতপৰঃ তেজপুৰত কংগ্ৰেছৰ সংবাদমেলঃ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩আগষ্টঃ দৰং জিলাৰ মহর্ষি বিদ্যা মন্দিৰত বজৰং দলে যোগ প্ৰশিক্ষণৰ নামত মুকলিকৈ অস্ত্র প্রশিক্ষণ দিয়া কাৰ্য আইন বিৰোধীয়েই নহয়, এনে কাৰ্য ভৱিষ্যতে এক সংঘৰ্ষ হোৱাৰ ইংগিত বহন কৰিছে।তেজপুৰত আজি এক সংবাদমেলত এইদৰে…
হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ সপক্ষত ন্যায়ালয়ৰ ৰায়দান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লক্ষীমপুৰ, ২ আগষ্ট : উত্তৰ লক্ষীমপুৰ মহকুমা ন্যায়িক দণ্ডাধীশ(সদৰ)আদালতে আজি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মাধৱ দাসৰ সপক্ষত কৰা এক ৰায়দানক সংগঠনটোৱে আদৰণি জনাইছে । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক…
