Browsing Category

ট্ৰেণ্ডিং

ধেমাজি বাণিজ্য মহাবিদ্যালয়ত হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ

শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৮ জুন: ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত আজি হস্ততাঁত-বস্ত্ৰশিল্পৰ প্ৰশিক্ষণ-পাঠ্যক্ৰম আৰু উৎপাদন কেন্দ্ৰ উদ্বোধন কৰা হয়৷ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° দুদুমণি ভূঞাই…

ৰক্তদানেৰে আৰ্তজনক সহায়ৰ হাত” টিম হিউমিনীতিৰ” দেশজুৰি আৰম্ভ সজাগতা অভিযান

শতাব্দ,  লখিমপুৰ ২৮ জুনঃ   বেচৰকাৰী ৰক্তদাতা সন্থা “ টিম হিউমিনীতিয়ে“  সমগ্ৰ অসমত দীৰ্ঘদিন ধৰি ৰক্ত দানেৰে জীৱন দি আহিছে  বিভিন্নজন লোকক৷ ৰক্তদানেৰে আৰ্তজনক সহায়ৰ হাত আগবঢ়াই প্ৰতিস্থিত হোৱা “টিম  হিউমিনীতিৰ “চাৰিজন সদস্যই আজি  লখিমপুৰৰ…

লখিমপুৰত গৰুৰ বজাৰত উত্তপ্ত পৰিস্থিতি

শতাব্দ, লখিমপুৰ ২৮ জুনঃ লখিমপুৰৰ বঙালমৰাত অবৈধ ভাৱে গৰুৰ বজাৰ আয়োজন কৰাক কেন্দ্ৰ কৰি আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জানিব পৰা মতে বঙালমৰা সাপ্তাহিক বজাৰত আজি  ঈদৰ উপলক্ষে পাতিছিল এই গৰুৰ বিশেষ বজাৰখন৷ প্ৰশাসনে উক্ত গৰুৰ বজাৰখন  বন্ধ…

ব্ৰহ্মপুত্ৰৰে নিশা গৰুৰ অবৈধ সৰবৰাহঃ মেছিন নাওঁ সহ গৰু জব্দ

শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,২৭জুনঃ তেজপুৰৰ পৰা নিশা ব্ৰহ্মপুত্ৰৰে নাৱত গৰুৰ অবৈধ সৰবৰাহ আৰম্ভ কৰিছে চোৰাং ব্যৱসায়ীয়ে।ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে তথা নিষেধাজ্ঞাৰ বিপৰীতে শোণিতপুৰৰ লজতে তেজপুৰৰ বিভিন্ন ঘাটৰ পৰা নিশা নাৱত নগাঁও জিলালৈ গৰুৰ সৰবৰাহ…

প্ৰলোভনৰ জাল পেলাই লাখ লাখ টকা আত্মসাত  অংকুৰ-বিশাল প্ৰৱঞ্চক বাহিনীৰ

শতাব্দ প্ৰতিনিধি, তেজপুৰ,২৭জুনঃ বিভিন্ন জনক চাকৰি নতুবা বদলিৰ প্ৰলোভনৰে লাখ লাখ টকা সৰকাইছিল তেজপুৰ আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰা ভুৱা  উপায়ুক্ত অংকুৰ শইকীয়া আৰু তেওঁৰ ১০জনীয়া দলটোৱে৷  এইক্ষেত্ৰত অংকুৰৰ প্ৰধান সহযোগী আছিল জামুগুৰিহাটৰ বিশাল…

তেজপুৰত চাঞ্চল্যকৰ ঘটনাঃ ঘৰৰ চৌহদত গাতখান্দি পুতিলে  মহিলাৰ মৃতদেহ

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ,২৭জুনঃ তেজপুৰ চহৰৰ চানমাৰী ৰেলগেটৰ এজন লোকৰ ঘৰৰ চৌহদত পুতি থোৱা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা  ঘটনাই সমগ্ৰহ তেজপুৰ চহৰ খনতে ব্যাপক  চাঞ্চল্যৰ সৃষ্টি কৰিছে।উল্লেখযোগ্য যে পেছাত ইৰিক্সা চালক ৰাজু আইচ নামৰ…

লখিমপুৰত পুনৰ ছিগিল মথাউৰি

শতাব্দ লখি‍মপুৰ, ২৭ জুনঃ লখিমপুৰত বান কমিছে যদিও কমানাই  বান বিধ্বস্ত ৰাইজৰ দুৰ্যোগ।বানে ধোৱা নাওবৈছাত বানত ক্ষতিগ্ৰস্ত লোকৰ এতিয়া বিননি। এতিয়াও আশ্ৰয় শিবিৰত আাছে বহু লোক ।বানৰ পৰা পৰিত্ৰান পাৱলৈ সেয়ে বান বিধ্বস্ত ৰাইজে বাধ্য হৈ নাওবৈছাত…

লখিমপুৰত শতাধিক কৃতীমানক কোঁছ ৰাজবংশী সংগ্ৰাম সমিতিৰ সম্বৰ্ধনা

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৭ জুনঃ সদৌ লখিমপুৰ জিলা কোচ-ৰাজবংশী সংগ্ৰাম সমিতিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃৰ্তীমান সকলক ‘বিশেষ অভিনন্দন অনুষ্ঠানেৰে সম্বৰ্ধনা জনায়৷ ২৫ জুনত…

লখিমপুৰত উপস্থিত গুৱাহাটীৰ চাইক্লিষ্ট

লখিমপুৰ, ২৭ জুন: ইতিবাচক বাৰ্তা আৰু জনসাধাৰণক সজাগ কৰাৰ মানসেৰে সমগ্ৰ অসম ভ্ৰমণ কৰিবলৈ লখিমপুৰত কালি ২৬ জুনত আহি উপস্হিত হয় গুৱাহাটীৰ এগৰাকী বিশিষ্ট চাইক্লিষ্ট। গুৱাহাটীৰ বাইচাইকেল মেয়ৰ তথা পেডেল ফৰ এ চেঞ্জ তথা গ্ৰীণ এণ্ড এক্টিভ ম’বিলিটি…