Browsing Category
ট্ৰেণ্ডিং
সাংবাদিক মুকুটৰাজ শৰ্মাক উত্তৰ পূৰ্বাঞ্চল সাংবাদিক ফৰামৰ সমন্বয়ক নিযুক্তি
গুৱাহাটী, ২ জুনঃ উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ সাংবাদিকসকলৰ অধিকাৰ, ন্যায্যপ্ৰপ্তিৰ হকে একত্ৰিতভাৱে সংগ্ৰামখন আগুৱাই নিয়াৰ বাবে ভাৰতীয় বাৰ্তাজীৱী মহাসংঘ তথা আই এফ ডব্লিউ জেই সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি আজি গঠন কৰা হৈছে উত্তৰ…
মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰক চিকিৎসা প্ৰদানৰ পৰিৱৰ্তে বেণ্ড-এইড লগাই অধ্যক্ষৰ কাৰ্যালয়ৰ…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২ জুন : ছাত্ৰ-ছাত্ৰীৰ পৰা মাচুলৰ নামত মোটা অংকৰ ধন আদায় কৰি অহা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক নাকী লগোৱাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে চৰকাৰ তথা প্ৰশাসন ৷ ইয়াৰে সুযোগ গ্ৰহণ কৰি নিজ খেয়ালখুচিমতে সকলো…
প্ৰাণৰ সংশয়ত ভূগিছে নকল সোণ-জাল নোটৰ চক্ৰৰ বিৰুদ্ধে সাহসেৰে মাত মতা হাচিনাই
দলে দলে নকল সোণ-জাল নোটৰ চক্ৰ ধৰাই হোটেলত আশ্ৰয় হাচিনা বেগমৰ
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ২ জুন ঃ লখিমপুৰ জিলাত দীৰ্ঘদিন ধৰি চলি থকা জালনোট-নকল সোণৰ চক্ৰৰ বিৰুদ্ধে মাত মাতি শেহতীয়াকৈ প্ৰাণৰ সংশয়ত ভূগিছে জিলাখনৰ এগৰাকী সাহসী মহিলাই৷…
লখিমপুৰত নদীৰ বুকুত ৩১ লাখ টকীয়া ‘অমৃত সৰোবৰ’ নিৰ্মাণ
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ১ জুন ঃ ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতে অমৃত সৰোবৰ নামৰ চৰকাৰী পুখুৰী খন্দাৰ আঁচনি গ্ৰহণ কৰাৰ সময়তে লখিমপুৰত নদীৰ বুকুত অমৃত সৰোবৰ নিৰ্মাণ কৰা কাৰ্যই ৰাইজৰ চকু কপালত তুলিছে৷ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম বিকাশ যোজনাৰ…
লখিমপুৰ জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ভয়ংকৰ কেলেংকাৰি
শতাব্দ ষ্টাফ ৰিপ’টাৰ, লখিমপুৰ, ৩১ মে’ ঃ লখিমপুৰ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কৰুণাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিক্ৰং গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ আৱাস গৃহ নিৰ্মাণত এক বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ পঞ্চায়তখনত বহু গৃহ নিৰ্মাণ…
অইল ইণ্ডিয়াৰ আৱাসিক মুখ্য বিষয়াৰ পদত অতীন্দ্ৰ ৰয়চৌধুৰীক নিযুক্তি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩১ মে’ঃ অইল ইণ্ডিয়া লিমিটেডৰ পৰৱৰ্তী আৱাসিক মুখ্য বিষয়াৰূপে অতীন্দ্ৰ ৰয়চৌধুৰীয়ে ১ জুনত দায়িত্বভাৰ গ্ৰহণ কৰিব । ৰয়চৌধুৰীয়ে ১৯৮৬ চনত কোম্পানীটোৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগত কাৰ্যবাহী প্ৰশিক্ষাৰ্থী ৰূপে যোগদান…
বিহপুৰীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰত্যক্ষ পক্ষপাতিত্ত্বমূলক কাৰ্যক তীব্ৰ গৰিহণা শিক্ষক গোটৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩১ মেঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটে মহাবিদ্যালয়খনৰ অধ্যক্ষই দীৰ্ঘদিন ধৰি চলাই অহা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে অধ্যক্ষগৰাকীৰ পদত্যাগৰ দাবীত চলাই অহা আন্দোলনে আজি ২১ দিনত ভৰি দিলেহি যদিও বৰ্তমানলৈকে কোনোধৰণৰ…
ৰাজ্যিক পৰিবহণ নিগম শোণিতপুৰ সংমণ্ডলৰ পৰা ৪৪ গৰাকী কৰ্মচাৰীক চাটাইঃ হাহাকাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ ৩১ মে'ঃ অসম ৰাজ্যিক পৰিবহণ নিগমত কৰ্মৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অস্থায়ী কৰ্মচাৰীক চাটাই কৰাৰ পাছতে সেই পৰিয়াল সমূহত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ কৰ্মৰত এইসকল কৰ্মচাৰীৰ নিযুক্তিক অবৈধ আখ্যা দি ৰাজ্যৰ ৭৭১ গৰকী…
প্ৰয়াত দ্বিজেন বৰালৈ শ্ৰদ্ধাঞ্জলিঃ তেজপুৰত অসম আৰক্ষীৰ সঞ্চালক জি পি সিং
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৩১ মে’ঃ শোণিতপুৰ জিলাৰ বৰছলাৰ ওৰাং ৰষ্ট্ৰীয় উদ্যানত চলা উচ্ছেদ অভিযানৰ সময়ত কালি কৰ্তব্যৰত অৱস্থাত উৎকট গৰমৰ ফলত মৃত্যু হোৱা মায়ং আৰক্ষী চকীৰ উপ পৰিদৰ্শক দ্বিজেন বৰাৰ তেজপুৰ ৰবৰবাগানৰ বাসগৃহত আজি উপস্থিত…
চৰকাৰ মাধ্যম বিৰোধী : তিনিচুকীয়া জিলাৰ প্ৰান্তে প্ৰান্তে ছাত্ৰ সন্থাৰ প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩১ মে’ : চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা মাহজোৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশৰূপে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত ১২ খন আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী…
