Browsing Category

ট্ৰেণ্ডিং

শিলিখাগুৰিত স্বাস্থ্য খণ্ডৰ ৰাষ্ট্ৰীয় গুণগত নিশ্চয়তা মান (NQAS) কৰ্মসূচী সম্পন্ন

শতাব্দ নাৰায়ণপুৰৰ প্ৰতিবেদক,৩০ মে': স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে স্বাস্থ্য খণ্ডত ভাল প্ৰদৰ্শন আগবঢ়োৱা কল্যাণ কেন্দ্ৰসমূহৰ কৰ্মৰাজিক স্বীকৃতি দিয়াৰ লগতে সমাজত ৰাজহুৱা চিকিৎসালয়সমূহৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰাৰ লক্ষ্যৰে আৰম্ভ…

তেজপুৰত কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰৰ ৰহস্যজনক সলিল সমাধি

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৩০মে’ঃ তেজপুৰ বিশ্ববিদ্যালয় চৌহদত থকা কেন্দ্ৰীয় বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ নৰ্ছেন ব্ৰহ্মৰ আজি তেলেৰীয়া অঞ্চলৰ এটা পুখুৰীত পৰি প্ৰাণ হানি ঘটে৷ এই ঘটনাৰ পাছতে নিহত ছাত্ৰজনৰ পৰিয়ালে এয়া এক ষড়যন্ত্ৰ বুলি অভিযোগ…

উৎকট গৰমত উচ্ছেদ অভিযানত জড়িত থকা আৰক্ষী বিষয়াৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ,৩০মে’ঃ তিনিদিনৰ অন্তত শোণিতপুৰৰ বৰছলাত আৰম্ভ হোৱা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ উচ্ছেদ অভিযান আজি সামৰণি পৰে৷ আনহাতে উৎকট গৰমত দ্বীজেন বৰা নামৰ আৰক্ষী উপ পৰিদৰ্শকজনৰ মৃত্যু ঘটে৷ তেওঁ আজি মুছলিম চৰত উচ্ছেদ চলি থকাৰ…

শিৱসাগৰ অৰুণ’চ নামৰ বস্ত্ৰ বিপণিখনত সংঘটিত অগ্নিকাণ্ড (ফটো সংবাদ)

শিৱসাগৰ অৰুণ'চ নামৰ বস্ত্ৰ বিপণিখনত সংঘটিত অগ্নিকাণ্ডত অগ্নিনিবাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰাৰ দৃশ্যআলোকচিত্ৰঃ আব্দুল মতিন

লখিমপুৰত বলেৰ’- ভলভ’ বাছৰ মুখামুখি সংঘৰ্ষ ঃ এজনৰ অৱস্থা সংকটজনক

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৩০ মে’ ঃ আজি দুপৰীয়া লখিমপুৰ জিলাৰ কদম টেঙাবস্তিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাহনৰ ভয়াৱহ মুখামুখি সংঘৰ্ষ লাগে৷ এই ঘটনাত এজন লোক গুৰুতৰ ভাৱে আহত হোৱাৰ পিছত তেওঁক ততালিকে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি…

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৯ মে’: ৰাজ্যৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ইন্দো গ্লবেল চচিয়েল চাৰ্ভিছ চ’চাইটিয়ে সময়ে সময়ে বিভিন্ন লোকক স্বাবলম্বনৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে৷ যোৱা ২৬ তাৰিখৰ পৰা ২৯ তাৰিখলৈকে উক্ত স্বেচ্ছাসেৱী সংগঠনটোৰ…

লখিমপুৰ বালিকা মহাবিদ্যালয়ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

শতাব্দ প্ৰতিনিধি‍, লখিমপুৰ, ২৯ মে’: চি টেটৰ ক্ষেত্ৰত এল ওৱান নহলে তেনে প্ৰাৰ্থীয়ে অসমত চাকৰি কৰাতো বাদেই তেওঁলোকে আবেদনেই কৰিব নোৱাৰিব৷ এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷ আজি লখিমপুৰ বালিকা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় উচ্ছতৰ শিক্ষা…

ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন

গুৱাহাটী, ২৯ মে’: অসম ডন ব’স্ক’বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ আৰু কেৰিয়াৰ গাইডেন্স চেলৰ যৌথ উদ্যোগত ২৯ মে’ ২০২৩ তাৰিখে এখন কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত হয়৷ কৰ্মশালাখনৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে গ্লোবেল…

তেজপুৰৰ লেচুৰ চাহিদা বৃদ্ধি

শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২৯মে’: লণ্ডনলৈ ৰপ্তানি হ’ব তেজপুৰৰ লিচু৷ ইতিমধ্যে দেশৰ লগতে বিদেশতো বিশেষ ভাবে সমাদৃত হোৱা তেজপুৰৰ সোৱাদযুক্ত লিচুৰ বজাৰখন দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে আৰু এইবাৰ জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানিৰ বাবে…

তেজপুৰত ৰাজ্যিক ভিত্তিত ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা

শতাব্দ প্ৰতিনিধি‍, তেজপুৰ, ২৯মে’: অহা ৩১ম’ৰ পৰা তিনি জুনলৈ তেজপুৰ পলফিল্ডস্থিত ইণ্ডৰ ষ্টেডিয়ামত য়’নেক্স চানৰাইজ সদৌ অসম ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ অসম বেডমিণ্টন সন্থাৰ সৌজন্যত তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰু কমাৰচুবুৰী…